• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজনীতিলৈ কৰিশ্মা-কৰিণাও! লোকসভা নিৰ্বাচনত কোন দলৰ হৈ যুঁজত নামিব কৰিণা-কৰিশ্মা?

ৰাজনীতিলৈ কৰিশ্মা-কৰিণাও! লোকসভা নিৰ্বাচনত কোন দলৰ হৈ যুঁজত নামিব কৰিণা-কৰিশ্মা?

2 years ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

23 minutes ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

1 hour ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

2 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

3 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

3 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

4 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

4 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

7 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

7 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

8 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

9 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰাজনীতিলৈ কৰিশ্মা-কৰিণাও! লোকসভা নিৰ্বাচনত কোন দলৰ হৈ যুঁজত নামিব কৰিণা-কৰিশ্মা?

editor by editor
March 29, 2024
in চিনেমা, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ৰাজনীতিলৈ কৰিশ্মা-কৰিণাও! লোকসভা নিৰ্বাচনত কোন দলৰ হৈ যুঁজত নামিব কৰিণা-কৰিশ্মা?
0
SHARES
211
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিলৈ তাৰকাৰ সমাগম নতুন কথা নহয়। লোকসভাই হওক বা বিধানসভা, নিৰ্বাচনৰ পূৰ্বে তাৰকাসকলে ৰাজনীতিত যোগদান কৰি অহাটো পূৰ্বৰে পৰা চলি অহা পৰম্পৰাই হৈ পৰিছে। অসমতো আঙুৰলতা, পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে বহু শিল্পীয়ে ৰাজনীতিলৈ আহিছে। শেহতীয়াকৈ বলীউডৰো কেইবাজনো তাৰকাই যোগদান কৰিছে ৰাজনীতিত।

বলীউড অভিনেত্ৰী কংগনা ৰানাউট, গোবিন্দই শেহতীয়াকৈ প্ৰত্যক্ষভাৱে ৰাজনীতিত প্ৰৱেশ কৰিছে। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ শিণ্ডেসেনা দলত যোগদান কৰিছে গোবিন্দই। ইফালে কংগনা ৰানাউটেও লোকসভা নিৰ্বাচনৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী হৈ মাণ্ডি সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে। এইসকল নামী-দামী অভিনেতাৰ পাছতেই এইবাৰ আকৌ ৰাজনীতিলৈ আহিবলৈ মন মেলিছে কাপূৰ পৰিয়ালৰ দুই জীয়াৰী কৰিনা আৰু কৰিশ্মাইয়ো।

ভাইৰেল খবৰ অনুসৰি কাপূৰ পৰিয়ালৰ দুই কন্যা কৰিশ্মা আৰু কৰিণাইয়ো ৰাজনীতিত অচিৰেই যোগদান কৰিব। নেটিজেনে কৰা চৰ্চা মতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ হাতত ধৰি শিৱসেনাত যোগ দিব কৰিণা আৰু কৰিশ্মাই। অৱশ্যে এইবাৰ লোকসভা নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দিতা কৰিবনে সেই বিষয়েহে বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিলেও শিৱসেনাৰ প্ৰাৰ্থীৰ হৈ দুই ভগ্নীয়ে প্ৰচাৰ অভিযানত নামিব বুলিও বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে ৰাজনীতিলৈ তেওঁলোক আহিবনে সেই বিষয়টোক লৈ নিজা কোনো মত এতিয়াও দাঙি ধৰা নাই কৰিণা আৰু কৰিশ্মাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?
জীৱনশৈলী

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

June 26, 2026
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!
বিনোদন

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

June 26, 2026
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!
জীৱনশৈলী

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

June 26, 2026
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

June 26, 2026
Next Post
থ্ৰি ইডিয়টক বুকুত কঢ়িওৱা বহুলোকেই নাজানে ৱাংড়ুৰ অনশনৰ কাহিনী? কিয় ২১ দিন ধৰি এটুপি পানীও খোৱা নাই চনম ৱাংচুকে?

থ্ৰি ইডিয়টক বুকুত কঢ়িওৱা বহুলোকেই নাজানে ৱাংড়ুৰ অনশনৰ কাহিনী? কিয় ২১ দিন ধৰি এটুপি পানীও খোৱা নাই চনম ৱাংচুকে?

এপ্ৰিলত স্থান সলনি হ’ব ৪গ্ৰহৰ! আছে সূৰ্যগ্ৰহণো, সুখে কোলাই-পাচিয়ে নধৰা হ’ব ৫ ৰাশিৰ

এপ্ৰিলত স্থান সলনি হ’ব ৪গ্ৰহৰ! আছে সূৰ্যগ্ৰহণো, সুখে কোলাই-পাচিয়ে নধৰা হ’ব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.