• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰবিন বাবীক চাবলৈ আহি ভাৰতীয় চিনেমাৰ অভিনেতা হৈ ৰৈ যায় অষ্ট্ৰেলিয়াৰ ইঞ্জিনিয়াৰ

পাৰবিন বাবীক চাবলৈ আহি ভাৰতীয় চিনেমাৰ অভিনেতা হৈ ৰৈ যায় অষ্ট্ৰেলিয়াৰ ইঞ্জিনিয়াৰ

2 years ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

1 hour ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

2 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

2 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

3 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

4 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

5 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

6 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

7 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

7 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

8 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পাৰবিন বাবীক চাবলৈ আহি ভাৰতীয় চিনেমাৰ অভিনেতা হৈ ৰৈ যায় অষ্ট্ৰেলিয়াৰ ইঞ্জিনিয়াৰ

editor by editor
March 30, 2024
in চিনেমা, জীৱনশৈলী
0
পাৰবিন বাবীক চাবলৈ আহি ভাৰতীয় চিনেমাৰ অভিনেতা হৈ ৰৈ যায় অষ্ট্ৰেলিয়াৰ ইঞ্জিনিয়াৰ
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাৰবিন বাবীক চাবলৈ আহি ভাৰতীয় চিনেমাৰ অভিনেতা হৈ ৰৈ যায় অষ্ট্ৰেলিয়াৰ ইঞ্জিনিয়াৰ

এগৰাকী ভাৰতীয় অভিনেত্ৰীক দেখি মোহিত হৈ পৰা এগৰাকী অষ্ট্ৰেলিয়াৰ লোক। মেগাজিন এখনৰ কভাৰ পেজত দেখা পাইছিল পাৰবিন বাবীক। কিবা যেন যাদু হে কৰি পেলালে সেই ফটোখনে। এবাৰ পাৰবীনক লগ কৰাৰ প্ৰৱল ইচ্ছা।

যি ইচ্ছাৰ বাবে পাছলৈ আৰু উভতি নাযায় অষ্ট্ৰেলিয়ালৈ। ভাৰততেই নিগাজিকৈ থাকি যায় সেই অষ্ট্ৰেলিয়ান নাগৰিক। যি পাছলৈ বহুকেইখন বলীউডৰ চিনামত কাম কৰি সফলতা অৰ্জন কৰিছে।

সেই অষ্ট্ৰেলিয়ানগৰাকী হৈছে ব’ব ক্ৰিস্টো। ব’বে বহু কেইখন ছবিত খলনায়কৰ চৰিত্ৰত কাম কৰি সফলতা লাভ কৰিছে। ‘মৰ্দ’, ‘কালিয়া’, ‘মিষ্টাৰ ইণ্ডিয়া’ আদিৰ দৰে জনপ্ৰিয় ছবিত হিৰোৰ সৈতে যুঁজ দিয়া দেখা গৈছে ব’বক। যি ব’বে পাৰবিনৰ বাবেই আকোঁৱালি লৈছিল ভাৰতীয় চিনেমা জগত।

অষ্ট্ৰেলিয়াত ইঞ্জিনিয়াৰ হিচাপে কাম কৰা ব’বে কোনো কামৰ বাবে ভাৰতলৈ আহিছিল। সেইবাৰেই কোনো ঠাইত দেখা পাই এখন মেগাজিন। যি মেগাজিনত আছিল পাৰবিনৰ এক সুন্দৰ ছবি। কেনেকৈ ইমান ধুনিয়া হ’ব পাৰে এগৰাকী নাৰী। এবাৰ মাত্ৰ সমুখৰ পৰা চোৱাৰ হেঁপাহ।

সেই উদ্দেশ্যেই উপস্থিত হয় চিনেমা নগৰী মুম্বাই। এগৰাকী চিনেমাৰ সৈতে জড়িত হৈ থকা লোকৰ সৈতে চিনাকি হয়, যিয়েই পাছলৈ পাৰবিনক দেখা কৰাৰ বাবে সহায় কৰি দিয়ে।

কিন্তু ই কি ফটোত দেখাৰ দৰে নহয় পাৰবিন, তেতিয়াই পাৰবিনে কয় তাই কেৱল অভিনয়ৰ সময়তহে মেকআপ লয়। সেই কেইটা কথাই অধিক আকৰ্ষিত কৰে ব’ব ক্ৰিস্টোক।

অষ্ট্ৰেলিয়াত পূৰ্বে নাটক কৰাৰ অভিজ্ঞতা থকা ব’বে এবাৰ মাত্ৰ কাৰোবাৰ অনুৰোধত বলীউডৰ চবিত কাম কৰে। সেয়াই আৰম্ভণি, তাৰ পাছত আৰু কোনোদিনে পিছ ঘুৰি চাব লগা নহয়।

ভাৰততে বিয়া বাৰু কৰাই সংসাৰ কৰি থাকি যায় ব’ব। ঘৰো বনাই পাৰবিনৰ ঘৰৰ কাষতেই, মৃত্যু পৰ্যন্ত ভাৰতেই ঠিকনা হৈ ৰয় ব’বৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bob ChristoBollywoodbollywood actorbollywood film
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য
জীৱনশৈলী

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

July 21, 2026
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ
জীৱনশৈলী

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

July 21, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
Next Post
কিদৰে পাৰ হ’ব মাৰ্চ মাহৰ শেষৰটো দেওবাৰ, যাত্ৰাৰ পৰা বিৰত থাকক আজি এই সকল ৰাশিৰ লোকে

কিদৰে পাৰ হ'ব মাৰ্চ মাহৰ শেষৰটো দেওবাৰ, যাত্ৰাৰ পৰা বিৰত থাকক আজি এই সকল ৰাশিৰ লোকে

হঠাতে চৰকাৰৰ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা চাকৰি হেৰুৱাব ৯৫ হাজাৰ শিক্ষকে

হঠাতে চৰকাৰৰ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা চাকৰি হেৰুৱাব ৯৫ হাজাৰ শিক্ষকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.