• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতে চৰকাৰৰ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা চাকৰি হেৰুৱাব ৯৫ হাজাৰ শিক্ষকে

হঠাতে চৰকাৰৰ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা চাকৰি হেৰুৱাব ৯৫ হাজাৰ শিক্ষকে

2 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

5 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

6 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

6 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

7 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

8 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

8 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

9 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

10 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

11 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

12 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

12 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হঠাতে চৰকাৰৰ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা চাকৰি হেৰুৱাব ৯৫ হাজাৰ শিক্ষকে

editor by editor
March 31, 2024
in ভাৰত, শিক্ষা
0
হঠাতে চৰকাৰৰ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা চাকৰি হেৰুৱাব ৯৫ হাজাৰ শিক্ষকে
0
SHARES
422
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাতে চৰকাৰৰ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা চাকৰি হেৰুৱাব ৯৫ হাজাৰ শিক্ষকে

শিক্ষক সন্দৰ্ভত হঠাতে লোৱা এক সিদ্ধান্তৰ বাবে এতিয়া ভৱিষ্যত অন্ধকাৰ দেখিছে হাজাৰ হাজাৰ শিক্ষকে। কালি ১ এপ্ৰিলৰ পৰা চাকৰি নোহোৱা হ’ব প্ৰায় লাখৰ ঘৰত শিক্ষকৰ। মূৰে কপালে হাত দিছে এতিয়া এই সকল শিক্ষকে। কি কৰিব ভৱিষ্যতে।

এই শিক্ষক সন্দৰ্ভত হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে বিহাৰ চৰকাৰে৷ ১ এপ্ৰিল কালিৰে পৰা ৰাজ্যখনত নাথাকিব কোনো অতিথি শিক্ষক৷ বিগত ৬ বছৰে বিহাৰৰ উচ্চ মাধ্যমিক চৰকাৰী বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আগবঢ়াই আহিছিল এইসমূহ শিক্ষকে৷

অতিথি শিক্ষক হিচাপে ঠিকাভিত্তিত নিযুক্তি দিয়া এইসমূহ শিক্ষকক পদৰ পৰা আঁতৰাবলৈ নিৰ্দেশনা জাৰি কৰে মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশক কানহায়া প্ৰসাদ শ্ৰীবাস্তৱে৷ যাৰ ফলত এতিয়া হঠাতে নিবনুৱা হৈ পৰিব ৯৫ হাজাৰ লোক।

১ এপ্ৰিলৰ পৰা ৰাজ্যখনত নোহোৱা হ’ব অতিথি শিক্ষক৷ ইয়াৰ উপৰি ৩ এপ্ৰিলৰ ভিতৰত শিক্ষা বিভাগে জিলা পৰ্যায়ত এজনো অতিথি শিক্ষক নথকাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব মাধ্যমিক শিক্ষা বিভাগক৷

উল্লেখ্য যে, ৰাজ্যখনৰ শিক্ষা বিভাগত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণ কৰিবলৈ ২০১৮ চনত প্ৰায় ৯৫ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছিল৷ ইয়াৰ ভিতৰত নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰায় ৩৮ হাজাৰ আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ বাবে নিযুক্তি দিয়া হৈছিল প্ৰায় ৫৭ হাজাৰ শিক্ষক৷

বিহাৰ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ পাছতে এতিয়া শলঠেকত পৰিছে ৰাজ্যখনৰ এইসমূহ শিক্ষক৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰ চৰকাৰৰ এই সিদ্ধান্তই চৰকাৰক ক্ষতি কৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে বহু লোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharBihar Educationeducation departmentteacherTeacher Job
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
Next Post
সাৱধান , কেইবাখনো জিলাত পৰিছে অৰেঞ্জ এলাৰ্ট, ইয়েল্ল’ এলাৰ্টো আছে কেইবাখনত

সাৱধান , কেইবাখনো জিলাত পৰিছে অৰেঞ্জ এলাৰ্ট, ইয়েল্ল' এলাৰ্টো আছে কেইবাখনত

শোকাৱহ! কেক কাটি উঠিছিলহে, জন্মদিনৰ দিনটোতে ইহলোক ত্যাগ কৰিলে ১০ বছৰীয়া মানৱীয়ে

শোকাৱহ! কেক কাটি উঠিছিলহে, জন্মদিনৰ দিনটোতে ইহলোক ত্যাগ কৰিলে ১০ বছৰীয়া মানৱীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.