• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ! কেক কাটি উঠিছিলহে, জন্মদিনৰ দিনটোতে ইহলোক ত্যাগ কৰিলে ১০ বছৰীয়া মানৱীয়ে

শোকাৱহ! কেক কাটি উঠিছিলহে, জন্মদিনৰ দিনটোতে ইহলোক ত্যাগ কৰিলে ১০ বছৰীয়া মানৱীয়ে

2 years ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

19 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

19 hours ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

20 hours ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

22 hours ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

22 hours ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

23 hours ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

24 hours ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

2 days ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

2 days ago
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

2 days ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

2 days ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 9, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শোকাৱহ! কেক কাটি উঠিছিলহে, জন্মদিনৰ দিনটোতে ইহলোক ত্যাগ কৰিলে ১০ বছৰীয়া মানৱীয়ে

editor by editor
March 31, 2024
in ভাৰত
0
শোকাৱহ! কেক কাটি উঠিছিলহে, জন্মদিনৰ দিনটোতে ইহলোক ত্যাগ কৰিলে ১০ বছৰীয়া মানৱীয়ে
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ! কেক কাটি উঠিছিলহে, জন্মদিনৰ দিনটোতে ইহলোক ত্যাগ কৰিলে ১০ বছৰীয়া মানৱীয়ে

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটি ১০ বছৰীয়া কনামানিৰ ভিডিঅ’। জন্মদিন উপলক্ষে পৰিয়ালৰ সৈতে মিলি কেক কাটি কেক খাইছে ফুৰ্তি কৰিছে। পাছে বিধিৰ বিধান, কেক কাটি উঠাৰ পাছতে মৃত্যু সেই কনমানিৰ ।

জন্মিদিনৰ কেক খাইয়ে মৃত্যু হোৱাৰ আশংকা কনমানিৰ পৰিয়ালৰ লোকৰ। এই শোকাৱহ ঘটনা পাঞ্জাৱৰ পাটিয়ালাৰ । ককাকে সদৰি কৰা অনুসৰি অনলাইন যোগে অৰ্ডাৰ কৰা হৈছিল কেক, সেই কেক খাইয়ে মৃত্যু নাতিৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ১০ বছৰীয়া নাতিনী মানৱীৰ জন্মদিন উপলক্ষে সন্ধিয়া ৬ বজাত অনলাইনত কেক অৰ্ডাৰ কৰিছিল। ৬.৩০ বজাত সেই কেক আহি পাইছিল। ৭.৩০ মান বজাত সেই কেক কাটি সকলোৱে ফুৰ্তি কৰিছিল।

পাছে ৮ মান বজাৰ পৰাই ঘৰৰ সকলোৰে স্বাস্থ্য কিছু বেয়া হ’বলৈ ধৰে। মূৰ ঘুৰাবলৈ ধৰাৰ লগতে বিশেষকৈ কনমানি মানৱী আৰু মানৱীৰ ৮ বছৰীয়া ভনীয়েকৰ বমি হ’বলৈ আৰম্ভ কৰে।

ভনীয়েকৰ বেছিকৈ বমি হৈ সেই কেক সম্পূৰ্ণ ৰূপে বাহিৰ হৈ যায়। পাছে মানৱীৰ ক্ষেত্ৰত তেনে নহয়। নিশা ১১ মান বজাত বহু পিয়াহ লগা বুলি পানী খুজি খাই শুই থাকে।

https://x.com/Gagan4344/status/1774039293998338540?s=20

ঘৰৰ সকলোৱে পৰিস্থিতি সামান্য হোৱা বুলি শোৱে যদিও পুৱা যেতিয়া উঠি মানৱীৰ শৰীৰ একেবাৰে শীতল পৰি থকা দেখে লগে লগে হাস্পতালৈ লৈ যায়, যদিও হাস্পতালত মৃত ঘোষণা কৰে।

লগে লগে হাহাকাৰ লাগি যায় পৰিয়ালৰ লোকৰ মাজত। আৰক্ষীৰো কাষ চাপে পৰিয়াল। লগতে কেক অৰ্ডাৰ কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আনহাতে আৰক্ষীয়ে বৰ্তমানে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে কনমানি মানৱীৰ। এতিয়া সময়তে দেখা যাব পৰিস্থিতি কোন ফালে ঢাল খায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Birthday CakeCake OrderGirl DiedOnline CakeOnline Order
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

November 8, 2025
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?
জীৱনশৈলী

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

November 8, 2025
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ
জীৱনশৈলী

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

November 8, 2025
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম
জীৱনশৈলী

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

November 8, 2025
Next Post
বিধানসভা নিৰ্বাচন, ভোট গ্ৰহণৰ পূৰ্বেই ১০ আসনত জয়ী বিজেপি

বিধানসভা নিৰ্বাচন, ভোট গ্ৰহণৰ পূৰ্বেই ১০ আসনত জয়ী বিজেপি

আই পি এলৰ প্ৰথমখন খেলতেই ধুমুহাৰ সৃষ্টি, ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি শ্ৰেষ্ঠ খেলুৱৈ হ’ল ময়ংক যাদৱ

আই পি এলৰ প্ৰথমখন খেলতেই ধুমুহাৰ সৃষ্টি, ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি শ্ৰেষ্ঠ খেলুৱৈ হ'ল ময়ংক যাদৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.