- ধুবুৰীতকৈও ভয়ংকৰ উচ্ছেদ
- বুলড’জাৰে কঁপাব নামনি অসম
- একেলগে ১,২৪৩ বিঘা মাটিত চলিব বুলড’জাৰ
- বেদখলকাৰীক প্ৰশাসনে বান্ধি দিলে মাত্ৰ ১৫ দিনৰ সময়
- ১৫ দিনত মাটি বেদখলমুক্ত নকৰিলে বিপদ অনিবাৰ্য
- উচ্চতম ন্যায়ালয়ৰ আইনী নিৰ্দেশ মৰ্মে জাননী জাৰি প্ৰশাসনৰ
- বৰক্ষেত্ৰীৰ চক্ৰ বিষয়াই বেদখলকাৰীক দিলে শেষ বাৰ্তা
- VGR আৰু চৰকাৰী মাটিত চলিব উচ্ছেদ অভিযান
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















