• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

‘আল্লাহ ৰক্ষা কৰা!’ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল চফেদ আলী আৰু জাকিৰ আলী

7 minutes ago
দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!

দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!

1 hour ago
নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ

নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ

1 hour ago
দীপাৱলীত ফটকাই পুৰিলে কি কৰিব? প্ৰাথমিক চিকিৎসা জানক

দীপাৱলীত ফটকাই পুৰিলে কি কৰিব? প্ৰাথমিক চিকিৎসা জানক

2 hours ago

গুৰুতৰভাৱে অসুস্থ অমিতাভ বচ্চন, হঠাৎ স্থগিত কেবিচি’ৰ শ্বুটিং!

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৮ নৱেম্বৰৰ ৰাশিফল, জানক ১২টা ৰাশিৰ ভাগ্য!

3 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

ডাকঘৰৰ সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে ৮,০০০ টকা, ২১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

4 hours ago
PNB 5 lakh FD: ৫ বছৰৰ বাবে ৫ লাখ টকাৰ FD! সাধাৰণ গ্ৰাহকতকৈ জ্যেষ্ঠ নাগৰিকে কিমান বেছি পাব?

PNB 5 lakh FD: ৫ বছৰৰ বাবে ৫ লাখ টকাৰ FD! সাধাৰণ গ্ৰাহকতকৈ জ্যেষ্ঠ নাগৰিকে কিমান বেছি পাব?

4 hours ago
দেৱালীত ৰাজযোগ, ৩ ৰাশিৰ বাবে অত্যন্ত শুভ!

দেৱালীত ৰাজযোগ, ৩ ৰাশিৰ বাবে অত্যন্ত শুভ!

5 hours ago
দীপাৱলিৰ পূৰ্বে ৫ গ্ৰহই সলনি কৰিব স্থান, ধনে ধানে উপচিব ৫ৰাশিৰ জীৱন

দেৱালীত ৰাশি অনুসৰি কৰক এই উপায়! মা লক্ষ্মীৰ কৃপাৰে হ’ব আৰ্থিক উন্নতি

6 hours ago
Kali puja 2026 : কাইলৈ শ্যামা পূজা, জানক এই পূজাৰ তাৎপৰ্য

Kali puja 2026 : কাইলৈ শ্যামা পূজা, জানক এই পূজাৰ তাৎপৰ্য

6 hours ago
নিশা টোপনি যোৱাৰ পূৰ্বে খাওক এইবিধ বস্তু, শৰীৰত দেখিব চমৎকাৰ!

নিশা টোপনি যোৱাৰ পূৰ্বে খাওক এইবিধ বস্তু, শৰীৰত দেখিব চমৎকাৰ!

7 hours ago
চৰ্চাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ এখন দোকান

চৰ্চাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ এখন দোকান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘আল্লাহ ৰক্ষা কৰা!’ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল চফেদ আলী আৰু জাকিৰ আলী

কিছু সময় পূৰ্বে সংঘটিত হয় এই দুৰ্ঘটনাটো...

editor by editor
November 7, 2026
in অসম, বিবিধ, লেখা
0
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তামুলপুৰ জিলাৰ গোৰেশ্বৰ-খৈৰাবাৰী পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰায় ১২ হাজাৰ লিটাৰ পেট্ৰ’ল কঢ়িয়াই নিয়া এখন তেল পৰিবাহী টেংকাৰ দুৰ্ঘটনাত পতিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে টেংকাৰখনৰ চালক চফেদ আলী আৰু হেণ্ডিমেন জাকিৰ আলীৰ।

প্ৰাপ্ত তথ্য অনুসৰি, কিছু সময় পূৰ্বে সংঘটিত হয় এই দুৰ্ঘটনাটো। টেংকাৰখনে গোৰেশ্বৰ হৈ ভেৰগাঁৱলৈ প্ৰায় ১২ হাজাৰ লিটাৰ পেট্ৰ’ল কঢ়িয়াই লৈ গৈ আছিল। সেই সময়তে গোৰেশ্বৰৰ চেউনী অঞ্চলত পথৰ দুৰাৱস্থাৰ বাবে টেংকাৰখন দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাৰ ফলত টেংকাৰখনৰ পৰা পেট্ৰ’ল নিৰ্গত হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত পেট্ৰ’লৰ তীব্ৰ গোন্ধ বিয়পি পৰে। পেট্ৰ’ল নিৰ্গত হোৱাৰ ঘটনাই অঞ্চলটোত অগ্নিকাণ্ডৰ আশংকা সৃষ্টি কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই গোৰেশ্বৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ নম্বৰ হৈছে AS-01 HC 2527।

উল্লেখযোগ্য যে গোৰেশ্বৰৰ চেউনী অঞ্চলত পথৰ দুৰাৱস্থাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। পথটোৰ বেয়া অৱস্থাই পুনৰ এবাৰ যাতায়াত ব্যৱস্থাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। প্ৰায় ১২ হাজাৰ লিটাৰ পেট্ৰ’লভৰ্তি টেংকাৰ দুৰ্ঘটনাত পতিত হোৱাৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!
জীৱনশৈলী

দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!

November 7, 2026
নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ
অসম

নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ

November 7, 2026
দীপাৱলীত ফটকাই পুৰিলে কি কৰিব? প্ৰাথমিক চিকিৎসা জানক
জীৱনশৈলী

দীপাৱলীত ফটকাই পুৰিলে কি কৰিব? প্ৰাথমিক চিকিৎসা জানক

November 7, 2026
বিনোদন

গুৰুতৰভাৱে অসুস্থ অমিতাভ বচ্চন, হঠাৎ স্থগিত কেবিচি’ৰ শ্বুটিং!

November 7, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.