• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আই পি এলৰ প্ৰথমখন খেলতেই ধুমুহাৰ সৃষ্টি, ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি শ্ৰেষ্ঠ খেলুৱৈ হ’ল ময়ংক যাদৱ

আই পি এলৰ প্ৰথমখন খেলতেই ধুমুহাৰ সৃষ্টি, ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি শ্ৰেষ্ঠ খেলুৱৈ হ’ল ময়ংক যাদৱ

2 years ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

23 minutes ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

16 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

16 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

17 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

18 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

18 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

19 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

20 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

21 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

22 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

22 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আই পি এলৰ প্ৰথমখন খেলতেই ধুমুহাৰ সৃষ্টি, ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি শ্ৰেষ্ঠ খেলুৱৈ হ’ল ময়ংক যাদৱ

editor by editor
March 31, 2024
in ক্ৰীড়া
0
আই পি এলৰ প্ৰথমখন খেলতেই ধুমুহাৰ সৃষ্টি, ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি শ্ৰেষ্ঠ খেলুৱৈ হ’ল ময়ংক যাদৱ
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পি এলৰ প্ৰথমখন খেলতেই ধুমুহাৰ সৃষ্টি, ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি শ্ৰেষ্ঠ খেলুৱৈ হ’ল ময়ংক যাদৱ

জীৱনৰ প্ৰথমখন আই পি এলৰ খেল খেলিয়েই সকলোকে আচৰিত কৰি তুলিলে এগৰাকী ভাৰতীয় বলাৰে। ২১ বছৰীয়া ময়ংক যাদৱে কালিৰ খেলত ধুমুহাৰ গতিত বল কৰি সকলোকে আচৰিত কৰি তোলে। লগতে জীৱনৰ প্ৰথমখন আই পি এলতে লাভ কৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ হৈ খেলা ময়ংকে শনিবাৰ ৩০ তাৰিখৰ খেলত ঘণ্টাত ১৫৫.০৮ কিলোমিটাৰ বেগত বল কৰে। কেৱল তীব্ৰ গতিৰ বল কৰাই নহয়, ৪ অভাৰ খেলি ২৭ ৰান খৰচ কৰি তিনিটা উইকেট দখল কৰে।

এনে এক সুন্দৰ প্ৰদৰ্শনৰ বাবেই ময়ংকে কালি নিশা লাভ কৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। লগতে বহু নামী খেলুৱৈয়েও প্ৰশংসা কৰে ময়ংকৰ। ভাৰতীয় ক্ৰিকেট দলৰ ভৱিষ্যতৰ ভাল বলাৰ বুলি কয় বহুতেই।

যি ডেল ষ্টেইনক দেখি ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈছিল, যাক নিজৰ আইডল হিচাপে মানে সেই ডেল ষ্টেইনেও ময়ংকৰ প্ৰসংশাত পঞ্চমুখ। ময়ংক ইমান দিনে ক’ত লুকাই আছিল বুলি কয় ডেল ষ্টেইনে।

উল্লেখ্য যে, ময়ংকৰ ১৫৫.৮ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ এই গতি এইবাৰৰ আই পি এলৰ বৰ্তমানলৈ সকলোতকৈ অধিক গতিৰ বল আছিল। লগতে আই পি এলৰ ইতিহাসৰ পঞ্চমটো তীব্ৰ গতিৰ বল আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: fastest BalleriplIPL 2024Ipl recordMayanka YadavRecord
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল
বিনোদন

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

August 15, 2026
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু
বিনোদন

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

August 14, 2026
Next Post
আই পি এলৰ সফল দল মুম্বাই ইণ্ডিয়ানছ দলত শীতল যুঁজ, ৩ টা গ্ৰুপত বিভক্ত দল

আই পি এলৰ সফল দল মুম্বাই ইণ্ডিয়ানছ দলত শীতল যুঁজ, ৩ টা গ্ৰুপত বিভক্ত দল

স্কুলত পঢ়ি থকা ছাত্ৰীয়ে বিয়া হোৱাৰ পৰা ৰক্ষা কৰিলে বান্ধৱীক

স্কুলত পঢ়ি থকা ছাত্ৰীয়ে বিয়া হোৱাৰ পৰা ৰক্ষা কৰিলে বান্ধৱীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.