• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আই পি এলৰ সফল দল মুম্বাই ইণ্ডিয়ানছ দলত শীতল যুঁজ, ৩ টা গ্ৰুপত বিভক্ত দল

আই পি এলৰ সফল দল মুম্বাই ইণ্ডিয়ানছ দলত শীতল যুঁজ, ৩ টা গ্ৰুপত বিভক্ত দল

3 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

5 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

5 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

6 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

6 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

7 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

7 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

8 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

9 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

10 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

11 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

11 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আই পি এলৰ সফল দল মুম্বাই ইণ্ডিয়ানছ দলত শীতল যুঁজ, ৩ টা গ্ৰুপত বিভক্ত দল

editor by editor
March 31, 2024
in ক্ৰীড়া
0
আই পি এলৰ সফল দল মুম্বাই ইণ্ডিয়ানছ দলত শীতল যুঁজ, ৩ টা গ্ৰুপত বিভক্ত দল
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পি এলৰ সফল দল মুম্বাই ইণ্ডিয়ানছ দলত শীতল যুঁজ, ৩ টা গ্ৰুপত বিভক্ত দল

আই পি এল (IPL 2024)ৰ কেইমাহমান পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ ভিতৰত সকলো ঠিক নহয় বুলি খবৰ ওলাইছিল। ৰোহিতৰ পৰা অধিনায়কত্ব লৈ হাৰ্দিক পাণ্ডিয়াক গতাই দিয়াৰ পাছৰে পৰা আৰম্ভ হৈছিল এই কন্দল।

চলিত ছিজনত এই কন্দলৰ প্ৰভাৱ দেখা গৈছে। দলটোৱে দুয়োখন উদ্বোধনী মেচতে পৰাস্ত হৈছে। এই পৰাজয়ৰ পাছতে হাৰ্দিকৰ অধিনায়কত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে।

অধিনায়কত্বৰ বিষয়ে আলোচনা চলি থকাৰ সময়তে দলৰ ভিতৰত দলীয়তাবাদৰ সন্দৰ্ভত আলোচনা পুনৰ তীব্ৰতৰ হৈ পৰিছে। খবৰ অনুসৰি দলটোৰ ভিতৰত তিনিটা গোট বিভক্ত হৈছে।

এটা গ্ৰুপ বৰ্তমানৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ, এটা গ্ৰুপ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ আৰু তৃতীয়টো আন খেলুৱৈৰ।

২০১৩ চনৰ পৰা ২০২৩লৈ অধিনায়ক হিচাপে ৰেহিত শৰ্মাই মুম্বাই ইণ্ডিয়ানছ দলক ৫ বাৰ জয়ৰ সোৱাদ দিছে। কিন্তু তথাপি হঠাতে তেঁওৰ পৰা অধিনায়কত্ব কাঢ়ি হাৰ্দিক পাণ্ডিয়াক দলৰ অধিনায়কত্ব দিয়াৰ পাছতে দলৰ মাজত আৰম্ভ হয় এই শীতল যুঁজ।

এই যুঁজতেই দল ভাগ হৈছে তিনিটা গ্ৰুপত। ৰোহিত শৰ্মাৰ দলত আছে সূৰ্যকুমাৰ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু তিলক বৰ্মা। অৱশ্যে বৰ্তমানে স্বাস্থ্যজনীত কাৰণত দলৰ পৰা বাহিৰত আছে সূৰ্যকুমাৰ।

আনহাতে হাৰ্দিকৰ গ্ৰুপত আছে ইশান কিশন। বাকি তৃতীয়টো গ্ৰুপত আছে দলৰ অনি্য খেলুৱৈ যি সকল খেলুৱৈৰ কোনো মতলব নাই দলৰ অধিনায়ক কোন হয়। তেঁওলোকে কেৱল খেলবলৈহে আহিছে।

বৰ্তমানে কেৱল হাৰ্দিকৰ অধিনায়কত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। আৰম্ভণীৰ দুখন খেলত পৰাজয়ৰ পাছত এতিয়া পৰৱৰ্তী খেলত কি হয় দলটোৰ সেয়াহে লক্ষনীয় হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: hardik pandiyaiplIPL 2024mumbai indiansRohit Srama
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী
বিনোদন

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

October 9, 2026
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

October 9, 2026
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
Next Post
স্কুলত পঢ়ি থকা ছাত্ৰীয়ে বিয়া হোৱাৰ পৰা ৰক্ষা কৰিলে বান্ধৱীক

স্কুলত পঢ়ি থকা ছাত্ৰীয়ে বিয়া হোৱাৰ পৰা ৰক্ষা কৰিলে বান্ধৱীক

এই ৭ তাৰকাই সন্তানৰ নামৰ টাটু বনাইছে শৰীৰত, কোনোৱে আকৌ ভৰিৰ চাপ 

এই ৭ তাৰকাই সন্তানৰ নামৰ টাটু বনাইছে শৰীৰত, কোনোৱে আকৌ ভৰিৰ চাপ 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.