• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

2 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

44 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

1 hour ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

1 hour ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

2 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

3 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

3 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

5 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

5 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

6 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

editor by editor
April 8, 2024
in জীৱনশৈলী
0
চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক
0
SHARES
645
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৮ এপ্ৰিল ২০২৪ চৈত্ৰ অমাবস্যা তিথি৷ এই অমাবস্যাতেই এইবাৰ বছৰৰ প্ৰথম সূৰ্য গ্ৰহণ৷ ফাকুৱাৰ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হোৱাৰ ঠিক ১৫ দিন পাছতেই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ৷ বিগত ৫০ বছৰৰ অন্তত এইবাৰৰ সূৰ্যগ্ৰহণ বিশেষ হ’ব বুলি জনাইছে জ্যোতিষবিদেও৷ কাৰণ ৫০ বছৰৰ অন্ততঃ এই সূৰ্যগ্ৰহণেই হ’ব দীৰ্ঘতম সূৰ্যগ্ৰহণ৷ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বাবে সেই দিনটোত গ্ৰহণৰ সময়ত চন্দ্ৰৰ ছায়াত সম্পূৰ্ণৰূপে ঢাক খাই পৰিব সূৰ্য৷ ইয়াৰ ফলত দিনতেই ঘোৰ অন্ধকাৰ নামিব৷ চন্দ্ৰৰ ছায়াৰ বাবেই এই দিনটোত সূৰ্য ৭ মিনিট ৩০ ছেকেণ্ডৰ বাবে আকাশৰ পৰা হেৰাই যাব৷ অৱশ্যে ভাৰতৰ পৰা এই গ্ৰহণ দেখা নাযাব৷ দেখা নগলেও কেইটামান ৰাশিৰ জাতকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব বুলি জনাইছে জ্যোতিষবিদে৷ বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ প্ৰভাৱত সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷

মেষ ৰাশি
আগন্তুক ৮ এপ্ৰিলত সূৰ্যগ্ৰহণৰ শুভ প্রভাৱ পৰিব মেষ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময় ব্যৱসায়ৰ বাবেও খুবেই ভাল৷ যিকোনো ব্যৱসায়ত হাত দিলেই উন্নতি খাটাং৷ এই সময়ত নিজৰ আৰ্থিক লাভৰ পৰিমান বহুপৰিমানে বৃদ্ধি পাব৷ মেষ ৰাশিৰ জাতকৰ দাম্পত্য জীৱনো এই সময়ত উন্নত হ’ব৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব৷ বেংক বেলেন্সো এই সময়ত বাঢ়িব মেষ ৰাশিৰ জাতকৰ৷

মিথুন ৰাশি
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱত জীৱন সলনি হৈ পৰিব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত এটাৰ পাছত আনটো ভাল খবৰ আহিব মিথুন ৰাশিৰ জাতকলৈ৷ পাবলগীয়া ধন লাভ কৰিব পাৰে৷ কেৰিয়াৰত উন্নতিৰ গ্ৰাফ এই সময়ত ঊৰ্ধগামী হ’ব মিথুন ৰাশিৰ জাতকৰ৷ আৰ্থিক পৰিস্থিতিও উন্নত হ’ব মিথুন ৰাশিৰ জাতক৷ হঠাৎ ধনৰ আগমন ঘটিব৷

সিংহ ৰাশি
চ’ত অমাবস্যাত হ’বলগীয়া সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনত উন্নতিৰ গ্ৰাফ ঊৰ্ধগামী হ’ব সিংহ ৰাশিৰ জাতকৰ৷ দীৰ্ঘদিনীয়া কোনো সমস্যা এইবাৰ দূৰ হ’ব৷ নিজৰ বুদ্ধি আৰু সাহস কামত লগাই সকলো সমস্যাৰ সমাধান ওলিয়াব পাৰিব সিংহ ৰাশিৰ জাতকে৷ হঠাৎ হাতলৈ ধন আহিব৷ এই সময়ত বিদেশ ভ্ৰমণলৈকো যাব পাৰে৷

কন্যা ৰাশি
সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱত কেৰিয়াৰ উন্নত হ’ব কন্যা ৰাশিৰ জাতকৰ৷ নিজৰ সকলো কামতেই পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ জোৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব৷ চৰকাৰী কোনো প্ৰকল্পৰ কাম হাতত ল’লে লাভৱান হ’ব৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব পাৰে আপুনি৷ গ্ৰহণৰ প্ৰভাৱত সকলো কামতেই সৌভাগ্যক নিজৰ কাষত পাব কন্যা ৰাশিৰ জাতকে৷

ধনু ৰাশি
২০২৪ৰ প্রথম সূৰ্যগ্ৰহণত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ যাব ধনু ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ জীৱনলৈ সফলতা আহিব৷ কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম হাতত ল’লে সফলতা অহাটো খাটাং৷ নতুন কোনো কাম আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব৷ নিজৰ লক্ষ্যৰ একেবাৰেই কাষলৈ যাব ধনু ৰাশিৰ জাতক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
ডেৰ বছৰ পাছত মেষত সূৰ্য আৰু শুক্ৰৰ যুঁটি! সন্মান-প্ৰতিপত্তি বাঢ়িব তিনি ৰাশিৰ

ডেৰ বছৰ পাছত মেষত সূৰ্য আৰু শুক্ৰৰ যুঁটি! সন্মান-প্ৰতিপত্তি বাঢ়িব তিনি ৰাশিৰ

বিয়া পতাৰ নিৰ্দিষ্ট বয়স নাই, চাহিদা পূৰ কৰিব পৰা পুৰুষ পালেই বিয়া কৰামঃ সুস্মিতা সেন

বিয়া পতাৰ নিৰ্দিষ্ট বয়স নাই, চাহিদা পূৰ কৰিব পৰা পুৰুষ পালেই বিয়া কৰামঃ সুস্মিতা সেন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.