• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱন্তে অগ্নিদ্বগ্ধ হৈ নিহত ৭, বালাজী মন্দিৰ দৰ্শন কৰি উভতি আহোতেই এই দুৰ্ঘটনা

জীৱন্তে অগ্নিদ্বগ্ধ হৈ নিহত ৭, বালাজী মন্দিৰ দৰ্শন কৰি উভতি আহোতেই এই দুৰ্ঘটনা

2 years ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

15 minutes ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

1 hour ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

2 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

3 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

3 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

4 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

6 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

7 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

7 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

8 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

9 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জীৱন্তে অগ্নিদ্বগ্ধ হৈ নিহত ৭, বালাজী মন্দিৰ দৰ্শন কৰি উভতি আহোতেই এই দুৰ্ঘটনা

editor by editor
April 14, 2024
in ভাৰত
0
জীৱন্তে অগ্নিদ্বগ্ধ হৈ নিহত ৭, বালাজী মন্দিৰ দৰ্শন কৰি উভতি আহোতেই এই দুৰ্ঘটনা
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱন্তে অগ্নিদ্বগ্ধ হৈ নিহত ৭, বালাজী মন্দিৰ দৰ্শন কৰি উভতি আহোতেই এই দুৰ্ঘটনা

আজি পহিলা বহাগৰ দিনটোতে সংঘটিত হৈছে এক অতিকে ভয়ংকৰ তথা শোকাৱহ ঘটনা। মন্দিৰ দৰ্শন কৰি উভতি আহোতেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰে ৭ জন লোকে।

এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো। আজি বিয়লি ২.৩০ মান বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত অগ্নিদ্বগ্ধ হৈ প্ৰাণ হেৰুৱাই চাৰিচকীয়া বাহন খনত থকা কেউটি সদস্য।

ৰাজস্থানৰ ছিকাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু গাড়ীৰ সংঘৰ্ষৰ ফলত দুয়োখন বাহনতে জুই লাগি যায়। যাৰ বাবেই ৭ জন লোকৰ কৰুণ মৃত্যু হয়।

জানিব পৰা মতে মৃত্যু হোৱাসকলৰ ভিতৰত আছে ৩ গৰাকী মহিলা, ২ গৰাকী পুৰুষ আৰু ২ টি শিশু।  দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহন অগ্নিকাণ্ডত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে জ্বলি ছাই হৈ পৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, গাড়ীখনত থকা সাতজন লোকে ছালাছাৰ বালাজী মন্দিৰ দৰ্শন কৰি উভতি আহি থাকোতেই ফাতেহপুৰ কোতৱালি থানা এলেকাৰ আৰ্শ্বিৱাদ পুলিয়াৰ সমীপত  পিছফালৰ পৰা ট্ৰাকখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে, তাৰ পিছতে গাড়ীখনত জুই লাগি যায়।

গাড়ীখনত যাত্ৰা কৰা লোকসকল আছিল উত্তৰ প্ৰদেশৰ মেৰুটৰ বাসিন্দা। অগ্নিকাণ্ডৰ বাবে গাড়ীৰ দুৱাৰ খুলিব নোৱাৰাৰ ফলতে গাড়ীখনত থকা তিনিগৰাকী মহিলা, দুটি শিশু আৰু দুজন পুৰুষ অগ্নিদ্বগ্ধ হৈ মৃত্যুমুখত পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentFire BlastMassive firerajasthanroad accidentSikar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি
ৰাজনীতি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

June 26, 2026
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি
জীৱনশৈলী

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

June 26, 2026
Next Post
মেষ, তুলা সহ এই ৫ ৰাশিৰ আজি  বছৰৰ দ্বিতীয়টো দিন জিলিকি উঠিব ভাগ্য, পাছে এই ৰাশিৰ আছে অশুভ কাৰক…

মেষ, তুলা সহ এই ৫ ৰাশিৰ আজি  বছৰৰ দ্বিতীয়টো দিন জিলিকি উঠিব ভাগ্য, পাছে এই ৰাশিৰ আছে অশুভ কাৰক...

ৰোহিত শৰ্মাৰ শতকৰ ওপৰত ধোনীৰ ২০ ৰানে কোবালে হাতুৰি, মুম্বাইৰ বিৰুদ্ধে চেন্নাইৰ ৰাজকীয় বিজয়

ৰোহিত শৰ্মাৰ শতকৰ ওপৰত ধোনীৰ ২০ ৰানে কোবালে হাতুৰি, মুম্বাইৰ বিৰুদ্ধে চেন্নাইৰ ৰাজকীয় বিজয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.