• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ মছনদ কাৰ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইটা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ?

দিল্লীৰ মছনদ কাৰ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইটা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ?

2 years ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

17 minutes ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

8 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

9 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

9 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

9 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

10 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

10 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

11 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

12 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

13 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দিল্লীৰ মছনদ কাৰ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইটা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ?

দিল্লীৰ মছনদ কাৰ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইটা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ?

editor by editor
April 19, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
দিল্লীৰ মছনদ কাৰ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইটা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ?
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

 অসম লাইভ২৪ঃ আৰম্ভ হ’ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু অসমৰ ৫সমষ্টিৰ ৮০লক্ষাধিক ভোটাৰ।

পুৱা ৭বজাৰ পৰা আৰম্ভ  হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

দেশৰ মুঠ ২১ৰাজ্যত ১০২টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

মুঠ ১৬২৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ মুঠ ৩৫গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ১০,০০১টা ভোটকেন্দ্ৰৰ ৯২টা আদর্শ ভোটকেন্দ্র হিচাপে চিহ্নিত কৰিব।

বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১১টা আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৭৫২টা।

প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিয়োজিত কৰা পোলিং-প্রিজাইডিং বিষয়াৰ সংখ্যা হৈছে ৪০,০০৪ গৰাকী।

১০,০০১টা ভি ভি পেট, ১০,০০১টা বেলট ইউনিট, ১০,০০১ কন্ট্ৰ’ল ইউনিট ব্যৱহাৰ কৰা হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
Next Post
হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! অসমত আকৌ প্ৰাক্তন মুখ্য়মন্ত্ৰী সোণোৱালৰ ভাগ্য পৰীক্ষা

হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! অসমত আকৌ প্ৰাক্তন মুখ্য়মন্ত্ৰী সোণোৱালৰ ভাগ্য পৰীক্ষা

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱ হ’বনে যোগ্য উত্তৰসূয়ী?

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱ হ’বনে যোগ্য উত্তৰসূয়ী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.