• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বাস-প্রশ্বাসত কষ্ট, কথা কোৱাটো কষ্ট, চকু মেলি থাকিব পৰা নাই দিল্লী বাসী, ভয়ংকৰ পৰিস্থিতি

শ্বাস-প্রশ্বাসত কষ্ট, কথা কোৱাটো কষ্ট, চকু মেলি থাকিব পৰা নাই দিল্লী বাসী, ভয়ংকৰ পৰিস্থিতি

3 years ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

37 minutes ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

2 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

4 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

16 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

16 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

16 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

17 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

17 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শ্বাস-প্রশ্বাসত কষ্ট, কথা কোৱাটো কষ্ট, চকু মেলি থাকিব পৰা নাই দিল্লী বাসী, ভয়ংকৰ পৰিস্থিতি

editor by editor
April 22, 2024
in ভাৰত
0
শ্বাস-প্রশ্বাসত কষ্ট, কথা কোৱাটো কষ্ট, চকু মেলি থাকিব পৰা নাই দিল্লী বাসী, ভয়ংকৰ পৰিস্থিতি
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বাস-প্রশ্বাসত কষ্ট, কথা কোৱাটো কষ্ট, চকু মেলি থাকিব পৰা নাই দিল্লী বাসী, ভয়ংকৰ পৰিস্থিতি

ৰাজধানীত তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে অগ্নিকাণ্ডৰ ঘটনা বাঢ়ি যায়। দেওবাৰে পূব দিল্লীৰ গাজীপুৰত অৱস্থিত জাবৰ পাহাৰত অগ্নিকাণ্ড সংঘটিত হয়। কিছু সময়ৰ ভিতৰতে জুইয়ে জাবৰ পাহাৰৰ এক বৃহৎ অংশ আগুৰি ধৰিলে। পাছলৈ আৰু অধিক বিয়পি পৰে জুই। এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাই অগ্নিকাণ্ড।

জাবৰৰ জুইৰ পৰা নিৰ্গত ধোঁৱা ওচৰৰ কলনীবোৰলৈ বিয়পি পৰে। এনে পৰিস্থিতিত গাজীপুৰৰ আশে-পাশে বাস কৰা লোকসকলৰ চকুত জ্বলা-পোৰা কৰাৰ লগতে শ্বাসৰুদ্ধকৰ পৰিস্থিতি কৰি পেলাইছে। তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ বাহিৰেও অগ্নিনিৰ্বাপক বাহিনীৰ ৯খন বাহন সেই স্থানলৈ প্ৰেৰণ কৰা হয়। জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে।

ঘটনাক লৈ এজন স্থানীয় ব্যক্তিয়ে কয় যে জুইৰ ধোঁৱাৰ বাবে তেওঁলোকে উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। প্ৰদূষণৰ বাবে তেওঁলোকে কথা পাতিব পৰা নাই। কালি পুৱাৰে পৰা অগ্নিকাণ্ড সংঘটিত হৈ আছে। প্ৰশাসনে একো কৰা নাই। সেয়ে অতি সোনকালে চৰকাৰে এই সমস্যা সমাধান কৰক বুলি আশা সকলোৰে।

গাজীপুৰ লেণ্ডফিল স্থানত অব্যাহত আছে অগ্নিকাণ্ড। জুই নিৰ্বাপনৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এছ অ’ নৰেশ কুমাৰে জনোৱা মতে, লেণ্ডফিলত উৎপন্ন হোৱা গেছৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে। কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

জাবৰৰ পাহাৰৰ ওপৰৰ অংশত সংঘটিত হয় অগ্নিকাণ্ড। ইয়াৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে তাত উপস্থিত হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। গভীৰ নিশালৈকে নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, বৰ্তমান জুই নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। কিন্তু এঠাইত জুই নুমুৱালে আন ঠাইত জুই জ্বলি উঠে। লেণ্ড ফিল ছাইটৰ ওচৰত বাস কৰা স্থানীয় লোকসকলে কয় যে ইয়াত গ্ৰীষ্মকালত প্ৰায়ে জুই লাগে।

আৰক্ষীৰ মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৫.২২ বজাত গাজীপুৰৰ ভূমি ভৰোৱা স্থানত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰে। তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসমূহ সেই স্থানলৈ প্ৰেৰণ কৰা হৈছিল। পানী ঢালি দিলে জুই কমে যদিও ধোঁৱা বাঢ়ি যায়। পানী শুকাই গলে লগে লগে পুনৰ জুই জ্বলি উঠে। সেয়ে কিছু অসুবিধাৰ সন্মুখিন হৈছে সকলো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhiDelhi FireDelhi PollutionGarbage FirePollution
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
Next Post
মাতৃৰ বিয়োগৰ পাছত ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হৈছিল এই, পলাই ন্যায়ালয়ৰ কাষ চপাত হে পোহৰলৈ

মাতৃৰ বিয়োগৰ পাছত ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হৈছিল এই, পলাই ন্যায়ালয়ৰ কাষ চপাত হে পোহৰলৈ

চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই শেষত গাধৰ গাখীৰ বিক্ৰী কৰি মাহে ২-৩ লাখ টকা উপাৰ্জন

চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই শেষত গাধৰ গাখীৰ বিক্ৰী কৰি মাহে ২-৩ লাখ টকা উপাৰ্জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.