• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…

আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…

2 years ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

12 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

13 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

13 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

14 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

15 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

16 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

16 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

16 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

17 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

18 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

19 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…

editor by editor
April 28, 2024
in জীৱনশৈলী, বিশ্ব
0
আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…
0
SHARES
197
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…

জন্মৰে পৰা দুয়োৰে মূৰ দুটা লাগি থকা। চিকিৎসকেও বহু চেষ্টা কৰি বিফল হৈছিল দুয়োকে বিচ্ছিন্ন কৰাৰ ক্ষেত্ৰত। তেনেকৈয়ে থাকি যায় দুয়ো ভাই-ভনী।

শৰীৰ সম্পূৰ্ণ বেলেগ হলেও মূৰ-মগজু লাগি থকা দুয়োৰে। যাৰ বাবে চিকিৎসকে কোনোদিনে বিচ্ছিন্ন কৰিব নোৱাৰে দুয়োকে। তেনেদৰেই দুয়ো ভাই-ভনীয়ে কটাই দিয়ে তিনি কুৰি বছৰ।

বিখ্যাত কনজইন তথা শৰীৰ লাগি থকা যমজ ল’ৰি আৰু জৰ্জৰ ৬২ বছৰ বসয়ত মৃত্যু। চিকিৎসা বিজ্ঞানক আচৰিত কৰি ৬২ বছৰ ধৰি সুস্থ ভাৱে জীয়াই থাকিল দুয়ো।

কেৱল জীয়াই থকাই নহয় দুয়ো পৃথকে নিজৰ কেৰিয়াৰো গঢ়ে। ল’ৰিয়ে হাস্পতালত সহায়িকাৰ কাম কৰাৰ বিপৰীতে জৰ্জে মিউজিকত নাম গঢ়ে। ১৯৯৭ চনত লছ এঞ্জেলছ মিউজিক সন্মানো লাভ কৰিছিল জৰ্জে।

সেই ল’ৰী আৰু জৰ্জ শ্বেপেলৰেই চলিত এপ্ৰিল মাহত পেনচিলভেনিয়াত মৃত্যু হয়। মৃত্যুৰ সময়ত দুয়োৰে বয়স আছিল ৬২ বছৰ। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডতো আটাইতকৈ বয়সীয়াল জীৱিত সংযুক্ত যমজ হিচাপে নাম অন্তৰ্ভুক্ত দুয়োৰে নাম।

৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত এক সাক্ষাৎকাৰত ল’ৰীয়ে কৈছিল যে, ‘যেতিয়া দুয়োৰে জন্ম হৈছিল তেতিয়া চিকিৎসকে ভবা নাছিল যে দুয়ো ৩০ বছৰো জীয়াই থাকিব, কিন্তু সকলোকে ভুল প্ৰমাণ কৰি ৫০ বছৰ পাৰ কৰিছিল দুয়ো।

স্নাতক ডিগ্ৰীধাৰী ল’ৰি আৰু জৰ্জে কোনোদিনে নিজকে বিচ্ছিন্ন কৰাৰ কথা ভৱা নাছিল। এটা সময়ত লৰি প্ৰেমতো পৰিছিল। আঙুঠি পিন্ধোৱা পৰ্বও হৈ গৈছিল দুয়োৰে মাজত। পাছে এক মটৰ দুৰ্ঘটনাত লৰিৰ প্ৰেমিকৰ মৃত্যু হোৱাত অকলশৰেই থাকি যায় লৰি।

উল্লেখ্য যে, জন্মতে লৰিকো জৰ্জৰ দৰে ল’ৰা সন্তান বুলি ধৰা হৈছিল। পাছে ডাঙৰ হৈ অহাত হে জানিব পাৰে, ল’ৰি প্ৰকৃততে তৃতিয় লিংগৰ হে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: conjoinedconjoined twinsguinness world records
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

October 23, 2026
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!
জীৱনশৈলী

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

October 23, 2026
Next Post
ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

ই-ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, নিশাটোৰ ভিতৰতে লাভ কৰক সুন্দৰ ছাল

ই-ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, নিশাটোৰ ভিতৰতে লাভ কৰক সুন্দৰ ছাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.