• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…

আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…

2 years ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

4 minutes ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

2 hours ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

3 hours ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

4 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

5 hours ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

16 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

16 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

17 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

17 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

17 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…

editor by editor
April 28, 2024
in জীৱনশৈলী, বিশ্ব
0
আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…

জন্মৰে পৰা দুয়োৰে মূৰ দুটা লাগি থকা। চিকিৎসকেও বহু চেষ্টা কৰি বিফল হৈছিল দুয়োকে বিচ্ছিন্ন কৰাৰ ক্ষেত্ৰত। তেনেকৈয়ে থাকি যায় দুয়ো ভাই-ভনী।

শৰীৰ সম্পূৰ্ণ বেলেগ হলেও মূৰ-মগজু লাগি থকা দুয়োৰে। যাৰ বাবে চিকিৎসকে কোনোদিনে বিচ্ছিন্ন কৰিব নোৱাৰে দুয়োকে। তেনেদৰেই দুয়ো ভাই-ভনীয়ে কটাই দিয়ে তিনি কুৰি বছৰ।

বিখ্যাত কনজইন তথা শৰীৰ লাগি থকা যমজ ল’ৰি আৰু জৰ্জৰ ৬২ বছৰ বসয়ত মৃত্যু। চিকিৎসা বিজ্ঞানক আচৰিত কৰি ৬২ বছৰ ধৰি সুস্থ ভাৱে জীয়াই থাকিল দুয়ো।

কেৱল জীয়াই থকাই নহয় দুয়ো পৃথকে নিজৰ কেৰিয়াৰো গঢ়ে। ল’ৰিয়ে হাস্পতালত সহায়িকাৰ কাম কৰাৰ বিপৰীতে জৰ্জে মিউজিকত নাম গঢ়ে। ১৯৯৭ চনত লছ এঞ্জেলছ মিউজিক সন্মানো লাভ কৰিছিল জৰ্জে।

সেই ল’ৰী আৰু জৰ্জ শ্বেপেলৰেই চলিত এপ্ৰিল মাহত পেনচিলভেনিয়াত মৃত্যু হয়। মৃত্যুৰ সময়ত দুয়োৰে বয়স আছিল ৬২ বছৰ। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডতো আটাইতকৈ বয়সীয়াল জীৱিত সংযুক্ত যমজ হিচাপে নাম অন্তৰ্ভুক্ত দুয়োৰে নাম।

৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত এক সাক্ষাৎকাৰত ল’ৰীয়ে কৈছিল যে, ‘যেতিয়া দুয়োৰে জন্ম হৈছিল তেতিয়া চিকিৎসকে ভবা নাছিল যে দুয়ো ৩০ বছৰো জীয়াই থাকিব, কিন্তু সকলোকে ভুল প্ৰমাণ কৰি ৫০ বছৰ পাৰ কৰিছিল দুয়ো।

স্নাতক ডিগ্ৰীধাৰী ল’ৰি আৰু জৰ্জে কোনোদিনে নিজকে বিচ্ছিন্ন কৰাৰ কথা ভৱা নাছিল। এটা সময়ত লৰি প্ৰেমতো পৰিছিল। আঙুঠি পিন্ধোৱা পৰ্বও হৈ গৈছিল দুয়োৰে মাজত। পাছে এক মটৰ দুৰ্ঘটনাত লৰিৰ প্ৰেমিকৰ মৃত্যু হোৱাত অকলশৰেই থাকি যায় লৰি।

উল্লেখ্য যে, জন্মতে লৰিকো জৰ্জৰ দৰে ল’ৰা সন্তান বুলি ধৰা হৈছিল। পাছে ডাঙৰ হৈ অহাত হে জানিব পাৰে, ল’ৰি প্ৰকৃততে তৃতিয় লিংগৰ হে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: conjoinedconjoined twinsguinness world records
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ
জীৱনশৈলী

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

April 21, 2026
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক
জীৱনশৈলী

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

April 21, 2026
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

April 21, 2026
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
Next Post
ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

ই-ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, নিশাটোৰ ভিতৰতে লাভ কৰক সুন্দৰ ছাল

ই-ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, নিশাটোৰ ভিতৰতে লাভ কৰক সুন্দৰ ছাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.