• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে ৰাৱণৰ কেইগৰাকী পত্নী আছিল, এগৰাকীক নিজে হাতে *ত্যা কৰিছিল

জানেনে ৰাৱণৰ কেইগৰাকী পত্নী আছিল, এগৰাকীক নিজে হাতে *ত্যা কৰিছিল

2 years ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

17 minutes ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

2 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

2 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

4 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

5 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

16 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

17 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

19 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

19 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

20 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানেনে ৰাৱণৰ কেইগৰাকী পত্নী আছিল, এগৰাকীক নিজে হাতে *ত্যা কৰিছিল

editor by editor
May 1, 2024
in জীৱনশৈলী, বিনোদন
0
জানেনে ৰাৱণৰ কেইগৰাকী পত্নী আছিল, এগৰাকীক নিজে হাতে *ত্যা কৰিছিল
0
SHARES
330
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে ৰাৱণৰ কেইগৰাকী পত্নী আছিল, এগৰাকীক নিজে হাতে *ত্যা কৰিছিল

ৰাৱণ আছিল লংকাৰ ৰজা। ৰামায়ণত লংকা স্বামী ৰাৱণৰ বিবাহৰ বৰ্ণনা পোৱা যায়। কেৱল ৰাৱণৰেই নহয়, লংকা পাতিৰ ৰাণীৰ বৰ্ণনাও আছে ৰামায়ণত।

কিন্তু ৰামায়ণত ৰাৱণৰ কেৱল এগৰাকী পত্নীৰ কথা সদায় উল্লেখ আছে, যাৰ নাম আছিল মন্দদৰী। মন্দোদৰীৰ উপৰিও ৰাৱণৰ আৰু দুগৰাকী ৰাণীৰ কথাও উল্লেখ পোৱা যায়। এই পত্নী দুগৰাকীৰ কথা খুব কমকৈ জানিব পৰা যায়।

ৰাৱণৰ দ্বিতীয় পত্নীৰ নাম ধন্যমালিনী , পাছে তৃতীয় পত্নীৰ নাম জনা নাযায়। তৃতীয়গৰাকী পত্নীক লংকাৰ ৰজা ৰাৱণে নিজেই হত্যা কৰা বুলি মান্যতা আছে। কিন্তু তেওঁৰ নাম আৰু তেওঁক হত্যা কৰাৰ আঁৰৰ কাৰণ সম্পৰ্কে শাস্ত্ৰত জনা নাযায় যদিও তৃতীয় পত্নীৰ বিষয়ে বিভিন্ন কথা উপলব্ধ।

ৰাৱণৰ তিনিওগৰাকী পত্নীৰ এক সাদৃশ্য হ’ল যে তিনিওগৰাকী পত্নীয়েই ভগৱান বিষ্ণুৰ উগ্ৰ ভক্ত আছিল আৰু সত্য আৰু ধৰ্মৰ পথ অনুসৰণ কৰাত বিশ্বাস কৰিছিল।

কিন্তু ৰাৱণৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত মন্দোদৰী আৰু ধন্যমালিনীয়ে ভগৱান বিষ্ণুৰ প্ৰতি ভক্তি ত্যাগ কৰিছিল, আনহাতে তেওঁৰ তৃতীয় পত্নীয়ে বিয়াৰ পাছতো পূজা অব্যাহত ৰাখিছিল। বিশ্বাস কৰা হয় যে ইয়াৰ বাবেই ৰাৱণে খং কৰি তৃতীয় পত্নীক হত্যা কৰিছিল।

শাস্ত্ৰত উল্লেখ থকা অনুসৰি ৰাৱণৰ প্ৰথমা আৰু দ্বিতীয় পত্নী বাই-ভনী আছিল। মায়া অসুৰৰ কন্যা আছিল দুয়ো। পাছে তৃতীয় পত্নী সন্দৰ্ভত তথ্য পোৱা নাযায়। কিন্তু সন্তানৰ বিষয়ে উল্লেখ আছে শাস্ত্ৰত।

ৰাৱণৰ সন্তান-
মন্দোদাৰীৰ ফালৰ পৰা মেঘনাদ, আতিকাই, অক্ষয়কুমাৰ নামেৰ তিনি পুত্ৰ।
ধন্যমালিনীৰ আতিক্য আৰু ত্ৰিশিৰৰ নামেৰ দুজন পুত্ৰ।
তৃতীয় পত্নীৰ ফালৰ পৰা প্ৰহস্ত, নৰন্তক আৰু দেৱটক ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: LankaLanka KingMandodariRamayanaRavanaravana Wife
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

June 17, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি
বিনোদন

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

June 16, 2026
Next Post
শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

সাৱধান, হোৱাটছ এপৰ নতুন ফিচাৰে কৰিব পাৰে সমস্যা, বাৰ্তা প্ৰেৰণ কৰা হৈ পৰিব বন্ধ

সাৱধান, হোৱাটছ এপৰ নতুন ফিচাৰে কৰিব পাৰে সমস্যা, বাৰ্তা প্ৰেৰণ কৰা হৈ পৰিব বন্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.