• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী,  ভাইৰেল হৈ পৰিছে ভিডিঅ’

ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী, ভাইৰেল হৈ পৰিছে ভিডিঅ’

2 years ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

52 minutes ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

2 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

3 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

3 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

11 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

12 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

12 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

13 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

13 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

14 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

15 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী, ভাইৰেল হৈ পৰিছে ভিডিঅ’

editor by editor
May 1, 2024
in বিশ্ব
0
ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী,  ভাইৰেল হৈ পৰিছে ভিডিঅ’
0
SHARES
634
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী, ভাইৰেল হৈ পৰিছে ভিডিঅ’

প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ। নেৰানেপেৰা বৰষুণৰ ফলত বহু ক্ষতি হোৱাৰ লগতে এইবাৰ একেলগে প্ৰাণ হেৰুৱালে ২৪গৰাকীকৈ লোকে। তাৰোপৰি অন্য ৩০ গৰাকী লোকক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি। চীনত সংঘটিত হৈছে এই অতিকে শোকাৱহ ঘটনা।

চীনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে এক দুৰ্ঘটনাত ২৪ জন লোকৰ মৃত্যু । ৩০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ চীনৰ গুৱাংডং প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

নেৰানেপেৰা বৰষুণৰ ফলত ঘাইপথৰ এক বৃহৎ অংশ খহি ২৪ জন লোকৰ মৃত্যু হয়। একে সময়তে আন ৩০ গাৰকী লোকক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

https://x.com/RawsGlobal/status/1785543075974037658

আজি ১ মে’, বুধবাৰে দুপৰীয়া চীনৰ সময় অনুসৰি প্ৰায় ২.১০ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটৌ। মেইলং এক্সপ্ৰেছৱে’ৰ ১৭.৯ মিটাৰ (৫৮ ফুট) দৈৰ্ঘ্যৰ এটা অংশ ভাঙি পৰা বুলি জানিব পৰা গৈছে।

যাৰ ফলত সেই সময়ত পথত চলাচল কৰা ১৮খন গাড়ী খহি পৰা অংশত আবদ্ধ হৈ পৰি বহু তললৈ পৰি যায়। গুৱাংডং প্ৰদেশৰ মেইঝৌ চহৰৰ কৰ্তৃপক্ষই এই তথ্য প্ৰকাশ কৰিছে।

আনহাতে ঘাইপথটো ভাঙি পৰাৰ পিছতে তলৰ পাহাৰত এটা বৃহৎ গেছ পাইপলাইন লিক হৈ বহু ঠাইত জুইৰ সূত্ৰপাত ঘটে। সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে সেই স্থানত প্ৰায় ৫০০ মান জোৱান মোতায়েন কৰা হৈছে। প্ৰথমে ১৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল। এতিয়া এই সংখ্যা ২৪ লৈ বৃদ্ধি পাইছে। ৩০ জন লোক আহত হৈছে। বিষয়াসকলে জনোৱা মতে, পথৰ ভঙা অংশৰ বাবে প্ৰায় ২০খন বাহনৰ ক্ষতিসাধন হৈছে।

উল্লেখ্য যে, বিগত দুসপ্তাহ ধৰি দি থকা প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত গুৱাংডং প্ৰদেশৰ কিছু অংশত বানপানীৰো সৃষ্টি হৈছে। প্ৰায় ১ লাখ ১০ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে। বহু বিমান বাতিল হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chinaChina Road accidentHeavy Rainfallroad accidentRoad Accident China
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা
নিয়োগ

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

August 5, 2026
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়
বিজ্ঞান

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

August 5, 2026
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ
বিশ্ব

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

August 5, 2026
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ
বিনোদন

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

August 3, 2026
Next Post
ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

বৃষ ৰাশিৰ দিন! আজিলেই লাভ কৰিব ভাল খবৰ

বৃষ ৰাশিৰ দিন! আজিলেই লাভ কৰিব ভাল খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.