• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

2 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

15 minutes ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

49 minutes ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

1 hour ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

3 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

3 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

4 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

5 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

5 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

6 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

7 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

7 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

editor by editor
May 22, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ
0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

২০১০ৰ পাছৰ অ বি চি প্ৰমাণ পত্ৰ বনোৱা সকললৈ এক মোক্ষম আঘাত উচ্চতম ন্যায়ালয়ৰ। খাৰিজ হ’ব লাখ লাখ প্ৰমাণপত্ৰ। কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰিব এই জাতিগত প্ৰমাণপত্ৰ। অৱশ্যে এই মোক্ষম আঘাত হানিছে পশ্চিম বংগত। ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে আজি ২২ মে’ বুধবাৰে সদৰি কৰে এই জাননি।

পশ্চিম বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছে বুধবাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰে এই আঘাত। তৃণমূল চৰকাৰে প্ৰদান কৰা ৰাজ্যৰ সকলো অ’বিচি প্ৰমাণ পত্ৰ উচ্চ ন্যায়ালয়ে বাতিল কৰিছে। বুধবাৰে কলিকতা উচ্চ ন্যায়ালয়ে কয় যে ৰায়দানৰ পিছত বাতিল কৰা প্ৰমাণ পত্ৰ কোনো নিয়োগ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰিব।

উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ ফলত প্ৰায় পাঁচ লাখ অ’বিচিৰ প্ৰমাণ পত্ৰ বাতিল কৰা হয়। অৱশ্যে উচ্চ ন্যায়ালয়ে লগতে কয় যে এই প্ৰমাণ পত্ৰৰ ব্যৱহাৰকাৰীসকল যিসকলে ইতিমধ্যে সুযোগ পাইছে, তেওঁলোকৰ এই সিদ্ধান্তৰ কোনো প্ৰভাৱ নপৰে।

ন্যায়ালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি, ২০১০ চনৰ পিছত প্ৰদান কৰা সকলো অ’বিচি প্ৰমাণপত্ৰ বাতিল কৰা হ’ব। উল্লেখ্য যে, ২০১১ চনৰ পৰাই ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ ক্ষমতা আছে। ফলত আদালতৰ নিৰ্দেশ কেৱল তৃণমূলৰ সময়ত জাৰি কৰা অ’বিচি প্ৰমাণপত্ৰৰ ওপৰতহে কাৰ্যকৰী হ’ব।

বুধবাৰৰ শুনানিৰ শেষত কলিকতা উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে তৃণমূল কংগ্ৰেছৰ শাসনকালত জাৰি কৰা সকলো অ’বিচিৰ তালিকা বাতিল কৰা হৈছে। অ’বিচি পশ্চিম বংগ পিছপৰা শ্ৰেণী আয়োগ আইন ১৯৯৩ অনুসৰি এখন নতুন তালিকা প্ৰস্তুত কৰিব লাগিব। তাৰ পিছত তালিকাখন চূড়ান্ত অনুমোদনৰ বাবে বিধানসভাৰ ওচৰত দাখিল কৰা হয়। তেতিয়াহে এই তালিকাখন চূড়ান্ত বুলি গণ্য কৰা হ’ব।

কলিকতা উচ্চ ন্যায়ালয়ে কয় যে ২০১০ চনৰ পিছত বনোৱা সকলো অ’বিচি প্ৰমাণপত্ৰ আইন অনুসৰি সঠিকভাৱে নিৰ্মাণ কৰা হোৱা নাই। গতিকে সেই প্ৰমাণ পত্ৰ বাতিল কৰিব লাগে, কিন্তু একে সময়তে উচ্চ ন্যায়ালয়ে কৈছে যে যিসকল লোকে ইতিমধ্যে এই প্ৰমাণ পত্ৰৰ জৰিয়তে চাকৰি পাইছে বা চাকৰি লাভৰ প্ৰক্ৰিয়াত আছে তেওঁলোকৰ ওপৰত এই নিৰ্দেশৰ কোনো প্ৰভাৱ নপৰে। আন মানুহে আৰু সেই প্ৰমাণপত্ৰ নিয়োগ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cast CertificateHChigh courtOBCOBC Cast Certificatewest bengalWest Bengal HC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
Next Post
কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ

কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ

পুণৰ আহিছে কৰ’ণা, শতাধিক সংক্ৰমণ, অধিক ভয় কৰাৰ কাৰণ নাই কিন্তু…

পুণৰ আহিছে কৰ'ণা, শতাধিক সংক্ৰমণ, অধিক ভয় কৰাৰ কাৰণ নাই কিন্তু...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.