• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰুষ্ট প্ৰকৃতি, ভয়ংকৰ ভূমিস্খলনৰ ফলত কমেও ১০০ জন লোকৰ মৃত্যু, বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান

ৰুষ্ট প্ৰকৃতি, ভয়ংকৰ ভূমিস্খলনৰ ফলত কমেও ১০০ জন লোকৰ মৃত্যু, বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান

2 years ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

3 minutes ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

32 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

1 hour ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

2 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

2 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

3 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

4 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

4 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

5 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

22 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

22 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰুষ্ট প্ৰকৃতি, ভয়ংকৰ ভূমিস্খলনৰ ফলত কমেও ১০০ জন লোকৰ মৃত্যু, বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান

editor by editor
May 24, 2024
in বিবিধ, বিশ্ব
0
ৰুষ্ট প্ৰকৃতি, ভয়ংকৰ ভূমিস্খলনৰ ফলত কমেও ১০০ জন লোকৰ মৃত্যু, বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Deadly Landslide in Northern Papua New Guinea 100 dead
ৰুষ্ট প্ৰকৃতি, ভয়ংকৰ ভূমিস্খলনৰ ফলত কমেও ১০০ জন লোকৰ মৃত্যু, বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান

বিশ্বৰ বিভিন্ন প্ৰান্তত যেন প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে। কোনো ঠাইত যদি ধাৰাসাৰ বৰষুণ, কোনো ঠাইত বানপানী, কোনো ঠাইত প্ৰচণ্ড ধুমুহা, ঘূৰ্ণীবতাহ। তাৰে মাজেত আহিছে ভয়ংকৰ ভূমিস্খলনৰ খবৰ। একেলগে শতাধিক লোকৰ প্ৰাণহানি হোৱাৰ খবৰ।

পাপুয়া নিউগিনিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। পাপুয়া নিউগিনি গাঁৱত ভূমিস্খলন হৈ কমেও ১০০ জন লোকৰ মৃত্যুৰ খবৰ। বৰ্তমানেও সেই খহি অহা মাটিৰ মাজত লোক আৱদ্ধ হৈ থকাৰ আশংকা। অব্যাহত আছে উদ্ধাৰ অভিযান।

পাপুয়া নিউগিনিৰ এখন দুৰ্গম গাঁৱত ভূমিস্খলনৰ ফলত কমেও ১০০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ মতে, স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৩ মান বজাত এংগা প্ৰদেশৰ কাওকালাম গাঁৱৰ সমীপত সংঘটিত হোৱা ভূমিস্খলনে বহু ঘৰ ধ্বংস কৰে।

উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰকাৰ্য। বহু মৃতদেহও উলিয়াই অনা হৈছে। আহতো হৈছে বহু লোক। কিন্তু উদ্ধাৰৰ কাৰ্য প্ৰত্যাহ্বানমূলক হৈছে।

কিছুমান বিশাল শিল আৰু গছ-গছনি, অট্টালিকাবোৰেৰে হেচা মাৰি ধৰি আছে সকলো। যাৰ বাবে মৃতদেহবোৰ দ্ৰুতভাৱে বিচাৰি পোৱাটো কঠিন হৈ পৰিছে। পাহাৰৰ এটা অংশ ভাঙি যোৱাৰ ফলত ঘৰবোৰ ধ্বংস হৈছিল, সেই সময়ত ঘৰবোৰত মানুহবোৰে গভীৰ নিদ্ৰাত আছিল যাৰ বাবে কোনো লোকে নিজকে ৰক্ষা কৰিব নোৱাৰে। সেয়ে কেৱল অনুমান কৰা হৈছে সেই খহি পৰা মাটিৰ তলত পোত যোৱা অৱস্থাত আছে প্ৰায় ১০০ৰো অধিক লোক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Huge LandslidelandslidePapua New Guineaweather
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!
জীৱনশৈলী

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

June 6, 2026
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম
ক্ৰীড়া

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
Next Post
ব্ৰহ্মাৰ মানস পুত্ৰৰ নাৰদৰ জন্ম কেনেকৈ হৈছিল, পঢ়ক নাৰদৰ আমোদজনক জন্ম কাহিনী

ব্ৰহ্মাৰ মানস পুত্ৰৰ নাৰদৰ জন্ম কেনেকৈ হৈছিল, পঢ়ক নাৰদৰ আমোদজনক জন্ম কাহিনী

আহিবলগীয়া সন্তান ল’ৰা নে ছোৱালী জানিবৰ বাবে স্বামীয়ে ফালি পেলালে পেট, এতিয়া আজীৱন কাৰাবাস

আহিবলগীয়া সন্তান ল'ৰা নে ছোৱালী জানিবৰ বাবে স্বামীয়ে ফালি পেলালে পেট, এতিয়া আজীৱন কাৰাবাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.