• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাদেৱৰ ত্ৰিশূলৰ ওপৰতেই বেনাৰছ অৱস্থিত! জানক বাব বিশ্বনাথৰ অপাৰ ৰহস্যৰ কথা

মহাদেৱৰ ত্ৰিশূলৰ ওপৰতেই বেনাৰছ অৱস্থিত! জানক বাব বিশ্বনাথৰ অপাৰ ৰহস্যৰ কথা

2 years ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

14 minutes ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

52 minutes ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

1 hour ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

2 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

3 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

4 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

5 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাদেৱৰ ত্ৰিশূলৰ ওপৰতেই বেনাৰছ অৱস্থিত! জানক বাব বিশ্বনাথৰ অপাৰ ৰহস্যৰ কথা

editor by editor
May 26, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
মহাদেৱৰ ত্ৰিশূলৰ ওপৰতেই বেনাৰছ অৱস্থিত! জানক বাব বিশ্বনাথৰ অপাৰ ৰহস্যৰ কথা
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মাৱলম্বীৰ ওচৰত কাশী অথৱা বেনাৰছ অত্যন্ত পবিত্ৰ এটি চহৰ৷ প্ৰচলিত বিশ্বাস অনুসৰি মহাদেৱৰ ত্ৰিশূলৰ মূৰত কাশীৰ অৱস্থান৷ এই চহৰক শিৱৰ চহৰ বুলি কোৱা হয়৷ প্ৰাচীন ভাৰতৰ ছবি ধৰা পৰে কাশীৰ বিভিন্ন গংগা ঘাটত৷ গংগাৰ ধাৰত অৱস্থিত এই চহৰ মহাদেৱৰ উদ্দেশ্যে নিবেদিত৷ ইয়াতেই আছে মহাদেৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম এটাও৷ কাশীত মহাদেৱ বাবা বিশ্বনাথ ধাম নামেৰে পৰিচিত এই জ্যোতিৰ্লিংগ৷ বিশ্বনাথৰ মন্দিৰত মহাদেৱৰ দৰ্শন পাবলৈ প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় এই স্থানত৷

কাশীত মহাদেৱৰ বাসস্তান

কাশীত মহাদেৱৰ যিমান মন্দিৰ আছে পৃথিৱীৰ অন্য কোনো চহৰতেই মহাদেৱৰ ইমান মন্দিৰ নাই৷ কাশীৰ বিশ্বনাথ মন্দিৰ সমগ্ৰ বিশ্বৰ বিখ্যাত মন্দিৰসমূহৰ ভিতৰত অন্যতম৷ কথিত আছে যে মহাদেৱ আৰু পাৰ্বতীৰ বিবাহৰ পাছতেই তেওঁলোকে কৈলাশ ত্যাগ কৰি কোনো সিদ্ধ স্থানত বাস কৰাৰ সিদ্ধান্ত লয়? মৰ্ত্যৰ ক’ত বাস কৰিব, সেয়া ভাৱোতে ভাৱোতেই শেষ পৰ্যন্ত কাশীত থকাৰ বাবে মনস্থিৰ কৰে৷ কাশীত আহি জ্যোতিৰ্লিংগৰ ৰূপ ধৰি অৱস্থান কৰে মহাদেৱে৷ সেয়ে কাশী হৈছে মহাদেৱৰ অত্যন্ত প্ৰিয় চহৰ৷ মহাদেৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম হৈছে কাশী বিশ্বনাথ৷

কাশীত মৃত্যু হ’লে মুক্তিলাভ

বাবা বিশ্বনাথৰ আৰু এক নাম হৈছে বিশ্বেশ্বৰ৷ যাৰ অৰ্থ পৃথিৱীৰ ঈশ্বৰ৷ বিবাহৰ পাছতেই দেবী পাৰ্বতীক লৈ গংগাৰ তীৰবৰ্তী এই স্থানলৈ আহিছিল মহাদেৱ৷ হিন্দু ধৰ্মৰ মানুহৰ মনত কাশী অত্যন্ত পবিত্ৰ স্থান৷ ইয়াত মৃত্যু হ’লে চিধাই স্বৰ্গাৰোহণ হয় বুলি প্ৰচলিত বিশ্বাস৷ মৃত্যুৰ পাছত মৃতদেহ দাহ কৰি সেই ছাই গংগাত উটোৱাই দিয়া হয়৷ গংগা নদীৰ তীৰত অৱস্থিত বিশ্বনাথৰ মন্দিৰ বহু প্ৰাচীন৷ ইয়াত যাৰ মৃত্যু হয় তেওঁলোকৰ কানত মহাদেৱে তাৰক মন্ত্ৰ দিয়ে বুলি ভক্তসকলৰ বিশ্বাস৷ বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয় বুলি প্ৰচলিত বিশ্বাস৷

পৌৰাণিক কাহিনী

পুৰাণ অনুসৰি স্বয়ং মহাদেৱে এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত বিতৰ্ক কমাবলৈকে পোহৰৰ শিখাৰে স্বৰ্গ, মৰ্ত্য আৰু ,পৃথিৱীক বিদ্ধ কৰিছিল৷ সেই শিখাৰ পৰাই কাশীত অৱস্থিত জ্যোতিৰ্লিংগৰ সৃষ্টি৷ এই জ্যোতিৰ্লিংগৰ সৃষ্টি কৰি মহাদেৱে প্ৰমাণ কৰিছিল যে তেওঁ সকলো দেৱতাতকৈ পৃথক, তেওঁ সকলোৰে উৰ্ধত, তেৱেই দেৱাদিদেৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ
জীৱনশৈলী

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

February 21, 2026
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?
জীৱনশৈলী

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

February 21, 2026
Next Post
টছত বাৰে বাৰে হৰা শ্ৰেয়ছেই লৈ যাব নেকি IPLৰ ট্ৰফী?

টছত বাৰে বাৰে হৰা শ্ৰেয়ছেই লৈ যাব নেকি IPLৰ ট্ৰফী?

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.