• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাউণ্টডাউন আৰম্ভ, ৫৪৩ আসনৰ যুঁজ, কোনে পৰিধান কৰিব মুকুট ?

কাউণ্টডাউন আৰম্ভ, ৫৪৩ আসনৰ যুঁজ, কোনে পৰিধান কৰিব মুকুট ?

2 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

4 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

5 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

5 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

5 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

6 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

7 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

7 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

9 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

9 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

10 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

11 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাউণ্টডাউন আৰম্ভ, ৫৪৩ আসনৰ যুঁজ, কোনে পৰিধান কৰিব মুকুট ?

editor by editor
June 4, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
কাউণ্টডাউন আৰম্ভ, ৫৪৩ আসনৰ যুঁজ, কোনে পৰিধান কৰিব মুকুট ?
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাউণ্টডাউন আৰম্ভ, ৫৪৩ আসনৰ যুঁজ, কোনে পৰিধান কৰিব মুকুট ?

কাউণ্টডাউন আৰম্ভ, তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত আৰোহণ কৰিব মোদীয়ে, নে ওলটফেৰ হৈ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হব কংগ্ৰেছৰ নেতা। কি হ’ব ফলাফল। কাৰ শিৰত উঠিব মুকুট। দেশৰ ৫৪৩খন লোকসভা আসনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১ জুনত সম্পূৰ্ণ হয়। যোৱা ডেৰ-দুমাহ ধৰি নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ পিছত এতিয়া ৰাইজৰ দৃষ্টি ফলাফলৰ ওপৰত।

আজি ৰাইজৰ এই অপেক্ষাতো অন্ত পৰিব। এইবাৰ বিজেপিয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ আত্মবিশ্বাসী হোৱাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ইণ্ডিয়ান এলায়েন্সে এগজিট প’লৰ ফলাফলৰ বিপৰীত ফলাফলৰ আশা কৰিছে।

কিছুসময়ৰ পিছতে আৰম্ভ হ’ব ভোট গণনা। ইয়াৰ পূৰ্বে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৮০ দিনীয়া এই প্ৰক্ৰিয়াৰ অন্তত ৫১টা দলৰ ৮৩৬০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ৭টা পৰ্যায়ত ৫৪৩খন আসনত ভোটদান কৰি আজি আহি আছে লোকসভা নিৰ্বাচনৰ ফলাফল।

ইয়াৰ লগে লগে দেশৰ সিংহাসন তথা প্ৰধানমন্ত্ৰীৰ আসন কোনে দখল কৰিব সেয়া স্পষ্ট হৈ পৰিব। এফালে এন ডি এ আৰু আনফালে ইণ্ডিয়া এলায়েন্স, যদিও এগজিট প’লত আকৌ এবাৰ মোডী চৰকাৰৰ উভতি অহাৰ ভৱিষ্যদ্বাণী কৰা হৈছে।

পুৱা ৮ বজাৰ পৰা নিৰ্বাচন আয়োগে ভোটগণনা আৰম্ভ কৰিব। প্ৰথমে ডাক বেলট গণনা কৰা হ’ব আৰু তাৰ পিছত ইভিএমৰ ভোট গণনা কৰা হ’ব। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হ’ব আজি।

এগজিট প’লৰ মতে আকৌ এবাৰ মোডী চৰকাৰ আহিব, কিন্তু বিজেপিয়ে কৈ থকা এইবাৰ ৪০০ পাৰ হোৱাৰ আশা কম। এগজিট প’লৰ মূল্যায়ন অনুসৰি এন ডি এয়ে ৩৬০ৰ ওচৰা-ওচৰি, ইণ্ডিয়া এলায়েন্সে ১৫০ৰ ওচৰা ওচৰি আসন আৰু আন অন্যান্য দলে ৩২খন আসন পোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে, লোকসভাত মুঠ ৫৪৩খন আসৰ ভিতৰত সংখ্যাগৰিষ্ঠতা লাভৰ বাবে ২৭২খন আসনৰ প্ৰয়োজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024indialoksabha electionLoksabha election 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
Next Post
পুৱাই অঘটন, জোতাৰ ভিতৰত মোবাইল লৈ ভোটগণনা কেন্দ্ৰত প্ৰৱেশ

পুৱাই অঘটন, জোতাৰ ভিতৰত মোবাইল লৈ ভোটগণনা কেন্দ্ৰত প্ৰৱেশ

অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ ভাগ্য নিৰ্ণয়, কেইবাটাও সমষ্টিত আগবাঢ়ি আছে বিজেপি

অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ ভাগ্য নিৰ্ণয়, কেইবাটাও সমষ্টিত আগবাঢ়ি আছে বিজেপি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.