• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ ভাগ্য নিৰ্ণয়, কেইবাটাও সমষ্টিত আগবাঢ়ি আছে বিজেপি

অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ ভাগ্য নিৰ্ণয়, কেইবাটাও সমষ্টিত আগবাঢ়ি আছে বিজেপি

2 years ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

33 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

2 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

4 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

4 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

5 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

5 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

6 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

7 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ ভাগ্য নিৰ্ণয়, কেইবাটাও সমষ্টিত আগবাঢ়ি আছে বিজেপি

editor by editor
June 4, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ ভাগ্য নিৰ্ণয়, কেইবাটাও সমষ্টিত আগবাঢ়ি আছে বিজেপি
0
SHARES
215
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ ভাগ্য নিৰ্ণয়, কেইবাটাও সমষ্টিত আগবাঢ়ি আছে বিজেপি।  ৰাজ্যৰ ১৪ টা সমষ্টিত ১৪৩ গৰাকী প্ৰার্থীয়ে লোকসভা নিৰ্বাচনত আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা।  ইতিমধ্যে কেইবাটাও সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ কেইবাগৰাকী প্ৰাৰ্থী।

৫২টা কেন্দ্ৰৰ ১৫২টা কাউণ্টিং হলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।  ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। ইয়াৰে ভিতৰত অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন।

অহা পাঁচ বছৰলৈ কোন হ’ব দেশৰ ১৪০ কোটি জনতাৰ ভাগ্য নিয়ন্তা। ইয়াৰে  ৫৪৩টা লোকসভা সমষ্টিৰ এটা সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল এগৰাকী প্ৰাৰ্থী। গুজৰাটৰ ছুৰাট সমষ্টিত বিজেপি প্ৰাৰ্থী মুকেশ দালালে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে।

অসমৰ কোন সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা কৰিছিল এইবাৰ। লখিমপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা। শোণিতপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, কংগ্ৰেছৰ প্ৰেমলাল গাঁজু আৰু আপৰ ঋষিৰাজ কৌণ্ডিন্যৰ মাজত হ’ব মূল যুঁজ।

ডিব্ৰুগড় সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টি মনোজ ধানোৱাৰৰ মাজত হ’ব মূল যুঁজ। যোৰহাট সমষ্টি বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজত হ’ব মূল যুঁজ।

নৱ গঠিত কাজিৰঙা সমষ্টি বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কীৰ মাজত হ’ব। নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ আৰু বিজেপিৰ সুৰেশ বৰা আৰু এ আই ইউ ডি এফ আমিনুল ইছলামৰ মাজত হ’ব ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা।

ডিফু সমষ্টিত বিজেপিৰ অমৰছিং তিছ’ আৰু কংগ্ৰেছৰ জয়ৰাম ইংলেঙৰ মাজত হ’ব শক্তিশালী যুঁজ। শিলচৰ সমষ্টি বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ আৰু তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাসৰ মাজত হ’ব ত্ৰিকোণীয়া যুঁজ। কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছৰ হাফিজ ৰচিদ আহমদ চৌধুৰী, বিজেপিৰ কৃপানাথ মাল্লা এ আই ইউ ডি এফ চাহাবুল ইছলাম চৌধুৰীৰ মাজত হ’ব ত্ৰিকোণীয়া যুঁজ।

দৰং-ওদালগুৰি সমষ্টিত বিজেপি দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BFPৰ দুৰ্গা দাস বড়োৰ মাজত হ’ব শক্তিশালী যুঁজ। বৰপেটা সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰী, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ দ্বীপ বায়ন, নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মাজত হ’ব চাৰিকোণীয়া যুঁজ।

কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, বি পি এফৰ খাম্পা বৰগয়াৰী আৰু কংগ্ৰেছৰ গৰ্জন মুছাহাৰীৰ মাজত হ’ব মূল যুঁজ। ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, অগপৰ জাভেদ ইছলামৰ মাজত শক্তিশালী যুঁজ। গুৱাহাটী সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীৰ মাজত হ’ব হাইভল্টেজ যুঁজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam electionguwahatiloksabha electionLoksabha election 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
Next Post
সমীকৰণ সলনি হোৱাৰ ইংগিত, বহু ঠাইত অগ্ৰগতি কংগ্ৰেছৰ

সমীকৰণ সলনি হোৱাৰ ইংগিত, বহু ঠাইত অগ্ৰগতি কংগ্ৰেছৰ

মুখ থেকেচা খাব নেকি আম আদমী পাৰ্টীয়ে , দিল্লীৰ এখনো আসনত আগত নাই আপ

মুখ থেকেচা খাব নেকি আম আদমী পাৰ্টীয়ে , দিল্লীৰ এখনো আসনত আগত নাই আপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.