• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমীকৰণ সলনি হোৱাৰ ইংগিত, বহু ঠাইত অগ্ৰগতি কংগ্ৰেছৰ

সমীকৰণ সলনি হোৱাৰ ইংগিত, বহু ঠাইত অগ্ৰগতি কংগ্ৰেছৰ

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

2 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

5 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

7 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

8 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সমীকৰণ সলনি হোৱাৰ ইংগিত, বহু ঠাইত অগ্ৰগতি কংগ্ৰেছৰ

editor by editor
June 4, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
সমীকৰণ সলনি হোৱাৰ ইংগিত, বহু ঠাইত অগ্ৰগতি কংগ্ৰেছৰ
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমীকৰণ সলনি হোৱাৰ ইংগিত, বহু ঠাইত অগ্ৰগতি কংগ্ৰেছৰ

পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। প্ৰথমে পেষ্টল বেলটৰ ভোটগণনা, তাৰ পাছত EVMৰ ভোটগণনা আৰম্ভ হয়। ১০ বজালৈ হোৱা ভোটগণনাচ প্ৰকাশ পাইছে এখন অপ্ৰত্যাশিত ছবি। বিজপিৰ ৪০০ পাৰ হোৱাৰ সপোন বিচ্চিন্ন হোৱাৰ দিশে। কিয়নো দেশৰ কেইবাখনো আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছে।

বিজেপিয়ে লাভ কৰিব বুলি ভবা বহু কেইখন আসনতো অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছে। কেৱল ভাৰতৰ প্ৰেক্ষাপটতেই নহয় অসমৰ প্ৰেক্ষাপটতো আগবাঢ়ি আছে কংগ্ৰেছ।

অন্য কেইবাৰৰ দৰে দক্ষিণ ভাৰততো অগ্ৰহতি কংগ্ৰেছৰ। পাছে সকলোতকৈ মন কৰিবলগীয়া কথা যে, উত্তৰ ভাৰতত বিজেপিতকৈ আগত আছে কংগ্ৰেছ। বহু কেইখন আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছ। যাৰ বাবে এতিয়া বহু লোকৰে মনত প্ৰশ্নৰ উদয় হৈছে, উত্তৰ প্ৰদেশত যাৰ সংখ্যাহগৰিষ্ঠতা দেশৰ শাসনভাৰো সেই দলৰ হাতলৈ যদি কংগ্ৰেছেই নিব নেকি মুকুট।

অসমৰ ক্ষেত্ৰত চাবলৈ গলে ধুবুৰী সমষ্টিত বৰ্তমানে ৮০৬৭০ টা ভোটৰ ব্যৱধানত অগবাঢ়ি আছে কংগ্ৰেছৰ ৰকিবুল হুছেইন। যোৰহাটত ২৩০৫৬ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছৰ গৌৰৱ গগৈ।

কৰিমগঞ্জত ৭০৯৪ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী। নগাঁও সমষ্টিত ৭৬২৫ ভোটত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamLoksabha Loksabha election Election 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
Next Post
মুখ থেকেচা খাব নেকি আম আদমী পাৰ্টীয়ে , দিল্লীৰ এখনো আসনত আগত নাই আপ

মুখ থেকেচা খাব নেকি আম আদমী পাৰ্টীয়ে , দিল্লীৰ এখনো আসনত আগত নাই আপ

কাইলৈ ভাৰতৰ প্ৰথমখন খেল, কোনে কৰিব অপেনিং, ৰাহুল দ্ৰাবিড়ে কৰিলে সদৰি

কাইলৈ ভাৰতৰ প্ৰথমখন খেল, কোনে কৰিব অপেনিং, ৰাহুল দ্ৰাবিড়ে কৰিলে সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.