• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ থেকেচা খাব নেকি আম আদমী পাৰ্টীয়ে , দিল্লীৰ এখনো আসনত আগত নাই আপ

মুখ থেকেচা খাব নেকি আম আদমী পাৰ্টীয়ে , দিল্লীৰ এখনো আসনত আগত নাই আপ

2 years ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

37 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

2 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

2 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

5 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

5 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

5 hours ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

6 hours ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

6 hours ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

7 hours ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

8 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

9 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মুখ থেকেচা খাব নেকি আম আদমী পাৰ্টীয়ে , দিল্লীৰ এখনো আসনত আগত নাই আপ

editor by editor
June 4, 2024
in ভাৰত, ৰাজনীতি
0
মুখ থেকেচা খাব নেকি আম আদমী পাৰ্টীয়ে , দিল্লীৰ এখনো আসনত আগত নাই আপ
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ থেকেচা খাব নেকি আম আদমী পাৰ্টীয়ে , দিল্লীৰ এখনো আসনত আগত নাই আপ

কি হ’ব এইবাৰ আম আদমী পাৰ্টীৰ ঘাটি ৰাজধানী দিল্লীত। বৰ্তমানলৈকে দেখা দৃশ্যপটত বিজেপি আগত। অৰবিন্দ কেজৰিৱালৰ দল আম আদমি পাৰ্টিৰ এজনো প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰা নাই এটাও সমষ্টিত। এটা সমষ্টিত আগত আছে কংগ্ৰেছ।

১১ বজালৈ হোৱা ভোট গণনা অনুসৰি, দিল্লীৰ চান্দনী চকত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছৰ জয়প্ৰকাশ আগৰৱালে। তেখেতে ২৫৩২ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। দ্বিতীয়ত আছে বিজেপিৰ প্ৰৱীন খান্দেলৱাল।

পূৱ দিল্লীত ৪০০০ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ হৰ্ষ মালহোত্ৰা। দ্বিতীয়ত আছে আপৰ কুলদীপ কুমাৰ

নতুন দিল্লীত বিজেপিৰ বাসুৰী স্বৰাজ ১৩ হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে দ্বিতীয়ত আপৰ সোমনাথ ভাৰতী।

উত্তৰ দিল্লীত বিজেপিৰ মনোজ তিৱাৰীয়ে ৪৫ হাজাৰ ভোটত আগতষ পাচত আছে কংগ্ৰেছৰ কান্হায়া কুমাৰ।

উত্তৰ-পশ্চিম দিল্লীত বিজেপিৰ যোগেন্দ্ৰ চাণ্ডল্য। ৫৭ হাজাৰ ভোটত আগবাঢ়ি আছে। পাছত আছে কংগ্ৰেছৰ উদিত ৰাজ।

দক্ষিণ দিল্লীত বিজেপিৰ ৰামবীৰ সিং বিধুৰী। আম আদমী পাৰ্টীৰ শ্বহী ৰামক ১৯ হাজাৰ ভোটত পিছত ৰাখিছে।

পশ্চিম দিল্লী বিজেপিৰ কমলজীত শ্বেৰাৱত। আম আদমী পাৰ্টীৰ মহাৱল মিশ্ৰাতকৈ ৩৪ হাজাৰ ভোটত আগবাঢ়ি আছে।

কেৱল দিল্লীতেই নহয় আম আদমী পাৰ্টীৰ আন এক ঘাটি পাঞ্জাৱতো পিছ পৰি আছে কেজৰিৱালৰ দলটো। কোনো এটা সমষ্টিতে এখনো আসন নোপোৱাৰ ইংগিতে দেখা দিছে আপ দলটোৰ ক্ষেত্ৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aam Admi PartyaapLok SabhaLok Sabha 2024lok sabha electionVoting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত
বিনোদন

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

September 5, 2026
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত
অপৰাধ

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

September 5, 2026
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!
বিনোদন

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

September 5, 2026
Next Post
কাইলৈ ভাৰতৰ প্ৰথমখন খেল, কোনে কৰিব অপেনিং, ৰাহুল দ্ৰাবিড়ে কৰিলে সদৰি

কাইলৈ ভাৰতৰ প্ৰথমখন খেল, কোনে কৰিব অপেনিং, ৰাহুল দ্ৰাবিড়ে কৰিলে সদৰি

পূৰ্বে কাহানিও নোহোৱা ঘটনা, এইটো সমষ্টিত প্ৰায় ২ লাখ ভোট পৰিল নোটাত

পূৰ্বে কাহানিও নোহোৱা ঘটনা, এইটো সমষ্টিত প্ৰায় ২ লাখ ভোট পৰিল নোটাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.