• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ভাৰতৰ প্ৰথমখন খেল, কোনে কৰিব অপেনিং, ৰাহুল দ্ৰাবিড়ে কৰিলে সদৰি

কাইলৈ ভাৰতৰ প্ৰথমখন খেল, কোনে কৰিব অপেনিং, ৰাহুল দ্ৰাবিড়ে কৰিলে সদৰি

2 years ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

31 minutes ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

2 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

3 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

4 hours ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

5 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

6 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

7 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

8 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমানৰ পূজাত নকৰিব এইবোৰ ভুল, এটা ভুলে কৰিব সৰ্বনাশ!

8 hours ago
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

9 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কাইলৈ ভাৰতৰ প্ৰথমখন খেল, কোনে কৰিব অপেনিং, ৰাহুল দ্ৰাবিড়ে কৰিলে সদৰি

editor by editor
June 4, 2024
in ক্ৰীড়া, বিবিধ, ভাৰত
0
কাইলৈ ভাৰতৰ প্ৰথমখন খেল, কোনে কৰিব অপেনিং, ৰাহুল দ্ৰাবিড়ে কৰিলে সদৰি
0
SHARES
441
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ভাৰতৰ প্ৰথমখন খেল, কোনে কৰিব অপেনিং, ৰাহুল দ্ৰাবিড়ে কৰিলে সদৰি

কাইলৈ ৫ জুন তাৰিখে টি-২০ বিশ্বকাপত প্ৰখমখন খেল খেলিবলৈ সাজু হৈছে ভাৰতীয় দল। প্ৰথমখন খেলত ভাৰতীয় দলটোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব। তাৰ পূৰ্বে এটা প্ৰশ্ন উত্থাপন হৈছে এইবাৰ অপেনিং কোনে কৰিব। কিয়নো বাংলাদেশৰ বিৰুদ্ধে অনুশীলন মেচত ৰোহিত শৰ্মাৰ সৈতে অ’পেন কৰিবলৈ আহিছিল সঞ্জু চেমচন। ইয়াৰ পিছতে জল্পনা-কল্পনা আৰম্ভ হৈছিল যে ভাৰতীয় মেনেজমেণ্টে এই বিশ্বকাপত নতুন অ’পেনিং প্লেয়াৰ লৈ খেলপথাৰত নামিব৷ আশা কৰা হৈছে যে বিৰাট কোহলীয়ে ৰোহিতৰ সৈতে অ’পেনিং কৰিব পাৰে। অথবা কোহলীয়ে জয়ছোৱালৰ সৈতে যুটি বান্ধি অপেনিং কৰিব পাৰে।

এই সন্দৰ্ভত দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এক বিবৃতি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকাৰ সময়তে ৰাহুলে এই প্ৰশ্নসমূহৰ ওপৰত নিজৰ মতামত আগবঢ়ায় আৰু কিছুমান কথা কয় যিবোৰে শিৰোনাম দখল কৰিছে। যেতিয়া ৰাহুলক ভাৰতীয় লৰ অপেনাৰৰ বিষয়ে সোধা হৈছিল, তেতিয়া দলৰ প্ৰশিক্ষকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, “আমাৰ হাতত সকলো দিশতে বিকল্প আছে আৰু খেলপথাৰৰ অৱস্থা চোৱাৰ পিছতহে ইয়াৰ সিদ্ধান্ত লোৱা হ’ব।”

বিৰাট কোহলী সন্দৰ্ভত ৰাহুল দ্ৰাবিড়ে কয়, “এই বিষয়ে আমি এতিয়াই একো ক’ব নোৱাৰো। আমাৰ কৌশল কি হ’ব সেয়া এতিয়াই সদৰি নকৰো। কিন্তু আমাৰ হাতত ৰোহিত আৰু জয়ছোৱাল আছে। বিৰাটো আছে।” আই পি এলত কোহলীয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। আমাৰ হাতত সকলো বিকল্প আছে, আমি সাৱধানে সিদ্ধান্ত ল’ম।’

ইয়াৰ উপৰিও ৰাহুলে খেলপথাৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কয় যে, “পিটচখন যি ধৰণে খেলা হৈছে, ইয়াত কম স্ক’ৰ কৰা মেচ হ’ব পাৰে। ১৪০ৰ পৰা ১৫০ৰ লক্ষ্যও ইয়াত কঠিন হ’ব। আমি কোনো অভিযোগ নকৰো।” ‘পিটচ আৰু কি পোহৰলৈ আহিছে তাক চালে, ই কম স্ক’ৰ কৰা হ’ব।’

মন্তব্য
একে সময়তে ৰাহুল দ্ৰাবিড়েও কৈছে যে প্ৰশিক্ষক হিচাপে টি-২০ বিশ্বকাপ তেওঁৰ শেষ শৃংখলা, টি-২০ বিশ্বকাপৰ পিছত তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ কৰিব। আপোনালোকক কওঁ যে ২৯ জুনত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ ফাইনেল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket teamIndianIndian CricketIndian Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

September 1, 2026
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

September 1, 2026
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত
জীৱনশৈলী

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

September 1, 2026
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে
জীৱনশৈলী

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

September 1, 2026
Next Post
পূৰ্বে কাহানিও নোহোৱা ঘটনা, এইটো সমষ্টিত প্ৰায় ২ লাখ ভোট পৰিল নোটাত

পূৰ্বে কাহানিও নোহোৱা ঘটনা, এইটো সমষ্টিত প্ৰায় ২ লাখ ভোট পৰিল নোটাত

অসমত গৌৰৱ, ৱায়নাদ আৰু ৰায় বৰেলীত ৰাহুল গান্ধী বৃহৎ জয়ৰ দিশে, ভোটৰ ব্যৱধান বহুত

অসমত গৌৰৱ, ৱায়নাদ আৰু ৰায় বৰেলীত ৰাহুল গান্ধী বৃহৎ জয়ৰ দিশে, ভোটৰ ব্যৱধান বহুত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.