• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা…এই সময়ছোৱাত কেইটামান নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি!

২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা…এই সময়ছোৱাত কেইটামান নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি!

2 years ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

23 minutes ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

37 minutes ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

2 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

3 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

4 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

16 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

16 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

17 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

18 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

19 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

19 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা…এই সময়ছোৱাত কেইটামান নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি!

২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা...এই সময়ছোৱাত কেইটামান নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি!

editor by editor
June 6, 2024
in অসম, জীৱনশৈলী, ভাৰত
0
২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা…এই সময়ছোৱাত কেইটামান নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি!
0
SHARES
906
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তন্ত্ৰ সাধনাৰ অন্যতম সিদ্ধস্থান কামাখ্যা ধাম। ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে কামাখ্যা ধাম। নিলাচল পাহাৰতেই সতীৰ শৰীৰৰ এটা অংগ পৰিছিল। লোকবিশ্বাস যে কামাখ্যা মন্দিৰলৈ আহি কোনোৱেই খালী হাতে উভতি যাব নালাগে। ভক্তৰ সমূহ মনোকামনা পূৰণ কৰে কামাখ্যা দেৱীয়ে। বছৰৰ প্ৰায় প্ৰতিদিনেই খোলা থাকিলেও অম্বুবাচীৰ সময়ত বন্ধ কৰি দিয়া হয় কামাখ্যাৰ দুৱাৰ। হিন্দু ধৰ্ম শাস্ত্ৰতো অম্বুবাচীৰ বিশেষ মাহাত্ম্যৰ কথা উল্লেখ আছে। এইবাৰ ২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী। শেষ হ’ব ২৬জুনত। অম্বুবাচী উপলক্ষ্যে কামাখ্যা মন্দিৰলৈ আহিবলৈ আৰম্ভ কৰিছে সাধু-সন্যাসী।

কামাখ্যা ধামত দেৱীৰ কোনো মূৰ্তী নাই। এই স্থানত সতীৰ যোনী পৰিছিল বুলি প্ৰবাদ আছে। সেয়ে ইয়াত যোনী পূজা কৰা হয়। প্ৰতিবছৰে জুন মাহত দেৱী ৰজস্বলা হয়। এই সময়খিনিকেই অম্বুবাচী বুলি কোৱা হয়। এই সময়ছোৱাত তিনিদিন মন্দিৰৰ দুৱাৰ বন্ধ থাকে। তাৰপিছতেই বিশেষ পূজাৰ অন্তত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হয়। মন্দিৰ খোলাৰ পাছতেই ৰঙা কাপোৰৰ টুকুৰা লাভ কৰিবলৈ ভক্তই ভিৰ কৰাও প্ৰত্যেকবাৰেই পৰিলক্ষিত হয়। দেৱী ৰজস্বলা হোৱাৰ আগতেই এখন বগা কাপোৰ মন্দিৰৰ ভিতৰত পাৰি দিয়া হয়। কিন্তু মন্দিৰ খোলাৰ পাছত সেই বগা কাপোৰখন সম্পূৰ্ণ ৰঙা হৈ পৰে। এই কাপোৰখনকেই অম্বুবাচী বস্ত্ৰ বুলি কোৱা হয়। শাস্ত্ৰমতে এই বস্ত্ৰ মাৰ আশীষ থকাসকলেহে লাভ কৰে।

অম্বুবাচীত প্ৰকৃততে কি কৰিব?
শাস্ত্ৰমতে অম্বুবাচীৰ সময়ত বিশেষ কিছু কাম কৰিলে মা কামাখ্যাৰ আশীষ লাভ কৰিব পাৰি বুলি বহুতেই বিশ্বাস কৰে।
১)অম্বুবাচী চলি থকাকেইদিন ঘৰৰ মন্দিৰত থকা মূৰ্তিসমূহ ৰঙা কাপোৰেৰে ঢাকি থব লাগে। অম্বুবাচী শেষ হোৱাৰ পাছত দেৱীৰ আসনখন ঠিক কৰি কাপোৰ আঁতৰাই গা ধুই পূজা আগবঢ়াব লাগে।
২) এই সময়ছোৱাত গুৰু পূজা চলি থাকে।
৩) ঘৰৰ তুলসীঢাপত মাটি তুলিবলৈ নাপাহৰিব।
৪) অম্বুবাচীৰ সময়ত কেইটামান কাম কৰা অনুচিত। যেনে বৃক্ষৰোপন, কৃষিকৰ্ম।
৫) কোনো শুভ কাম আৰম্ভ নকৰিব।
৬) মন্ত্ৰোচ্চাৰণ নকৰালৈ ভগৱানক স্মৰণ কৰিব পাৰে। অৱশ্যে ধূপ-ধূণা জ্বলাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
Next Post
কিয় ৮তাৰিখেই শপত? মোদীৰ কাৰ্যকালৰ আটাইবোৰ ডাঙৰ সিদ্ধান্তৰ সৈতে ৮ কিয় জড়িত?

কিয় ৮তাৰিখেই শপত? মোদীৰ কাৰ্যকালৰ আটাইবোৰ ডাঙৰ সিদ্ধান্তৰ সৈতে ৮ কিয় জড়িত?

বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়

বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.