• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰাদিত্য ৰাজযোগত বহু সম্পত্তিৰ মালিক হ’ব এই ৪ৰাশিৰ জাতক, কাৰ কাৰ ভাগ্যোদয় হ’ব? জানক সবিশেষ

শুক্ৰাদিত্য ৰাজযোগত বহু সম্পত্তিৰ মালিক হ’ব এই ৪ৰাশিৰ জাতক, কাৰ কাৰ ভাগ্যোদয় হ’ব? জানক সবিশেষ

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

33 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

1 hour ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

6 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

7 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

শুক্ৰাদিত্য ৰাজযোগত বহু সম্পত্তিৰ মালিক হ’ব এই ৪ৰাশিৰ জাতক, কাৰ কাৰ ভাগ্যোদয় হ’ব? জানক সবিশেষ

editor by editor
June 13, 2024
in Uncategorized
0
শুক্ৰাদিত্য ৰাজযোগত বহু সম্পত্তিৰ মালিক হ’ব এই ৪ৰাশিৰ জাতক, কাৰ কাৰ ভাগ্যোদয় হ’ব? জানক সবিশেষ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰত সূৰ্য আৰু শুক্ৰৰ যুঁটিৰ ফলত শুক্ৰাদিত্য যোগ তৈয়াৰ হয়৷ বিভিন্ন শুভ যোগৰ মাজত এই যোগ অন্যতম৷ শীঘ্ৰেই মিথুন ৰাশিত শুক্ৰ আৰু সূৰ্ত মিলি এই যোগ তৈয়াৰ কৰিব৷ ১২ জুনৰ পৰা মিথুন ৰাশিত ভ্ৰমণ কৰিছে শুক্ৰই৷ ইয়াৰ পাছতেই ১৫ জুনত সূৰ্যই এই ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্য আৰু শুক্ৰৰ যুঁটিৰ ফলত শুক্ৰাদিত্য ৰাজযোগ তৈয়াৰ হৈ চাৰি ৰাশিৰ জাতকৰ বাবে সুখবৰ কঢ়িয়াই আনিব৷ জ্যোতিষ অনুসৰি সূৰ্য আৰু শুক্ৰৰ যুঁটিয়ে ধন দৌলত বৃদ্ধিত সহায়ক হৈ ধৰা দিয়ে৷ কেৰিয়াৰত উন্নতিৰ সুবৰ্ণ সুযোগ পাব কেইটামান ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত আনন্দৰ আগমন হ’ব৷ সমস্ত কামত ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে৷ শুক্ৰাদিত্য ৰাজযোগে কোন কোন ৰাশিৰ ভাগ্যোন্নতি ঘটাব জানি থওক সবিশেষ৷

মেষ ৰাশি

শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত মেষ ৰাশিৰ জাতকৰ দিন ভাল হ’ব৷ পৰিয়ালৰ লোকৰ পৰা হাতলৈ ধন আহিব৷ চাকৰিয়াল জাতকৰ বৰিষ্ঠ সংখ্যকেই সুমধুৰ সময় কটাব৷ আপোনাৰ কামত উচ্চপদস্ত কৰ্মীসকল প্ৰসন্ন হ’ব৷ আৰ্থিক সমস্যা থাকিলে সেই সমস্যাৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷ পেছাগত জীৱনত সু-সংবাদ লাভ কৰিব৷

বৃষ ৰাশি

আয়ৰ অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভ হ’ব বৃষ ৰাশিৰ জাতকৰ৷ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷ জ্যোতিষ গণনা অনুসৰি শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত জীৱনত সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব৷ দাম্পত্য জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তি পাব৷ কেৰিয়াৰত উন্নতিৰ একাধিক সুবৰ্ণ সুযোগ পাব এই ৰাশিৰ জাতকে৷ জনপ্ৰিয়তা বাঢ়িব৷ সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৰাশিৰ জাতক৷

কৰ্কট ৰাশি

জ্যোতিষ শাস্ত্ৰমতে মিথুন ৰাশিত শুক্ৰাদিত্য যোগৰ ফলত কৰ্কট ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ ধন-সম্পত্তি বৃদ্ধি পাব পাৰে৷ কেৰিয়াৰত উন্নতি হ’ব৷ আকস্মিক ধন লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে৷ আৰ্থিক দিশৰ পৰা প্ৰৱল উন্নতি হ’ব৷ ধন-সম্পত্তি বৃদ্ধি পাব৷ অৰ্থাৎ অৰ্থাভাৱত দিন কটালে সেই অৰ্থাভাৱ এইবাৰ দূৰ হ’ব৷

সিংহ ৰাশি

শুক্ৰাদিত্য যোগে সিংহ ৰাশিৰ জাতকৰ চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ পথ প্ৰশস্ত কৰিব৷ চাকৰিয়াল জাতকৰ বাবে এই সময় শুভ৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল থাকিব৷ ব্যৱসায়ীসকলেও অনুকূল সময় কটাব৷ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷ ধন লাভৰ নতুন পথ উন্মুক্ত হ’ব৷ কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা শুনিব৷ দাম্পত্য জীৱনত আনন্দৰ আগমন হ’ব এই সময়ত৷ স্বাস্থ্যজনিত সমস্যৰ পৰা মুক্তি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
আইচক্ৰীম মুখত দিওতেই কামোৰ পৰিল আঙুলিত! কাৰ চিঙা আঙুলি আইচক্ৰীমত? এনেকুৱা ঘটনা আপোনাৰ সৈতে হ’লে কাৰ ওপৰত অভিযোগ দিব?

আইচক্ৰীম মুখত দিওতেই কামোৰ পৰিল আঙুলিত! কাৰ চিঙা আঙুলি আইচক্ৰীমত? এনেকুৱা ঘটনা আপোনাৰ সৈতে হ’লে কাৰ ওপৰত অভিযোগ দিব?

A.C কিয় বিস্ফোৰণ হয়? নিজেই নজৰ ৰাখক এইকেইটা দিশত অন্যথা বিস্ফোৰণ হ’ব পাৰে আপোনাৰ ঘৰৰ A.Cও

A.C কিয় বিস্ফোৰণ হয়? নিজেই নজৰ ৰাখক এইকেইটা দিশত অন্যথা বিস্ফোৰণ হ’ব পাৰে আপোনাৰ ঘৰৰ A.Cও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.