• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
A.C কিয় বিস্ফোৰণ হয়? নিজেই নজৰ ৰাখক এইকেইটা দিশত অন্যথা বিস্ফোৰণ হ’ব পাৰে আপোনাৰ ঘৰৰ A.Cও

A.C কিয় বিস্ফোৰণ হয়? নিজেই নজৰ ৰাখক এইকেইটা দিশত অন্যথা বিস্ফোৰণ হ’ব পাৰে আপোনাৰ ঘৰৰ A.Cও

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

1 hour ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

2 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

3 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

4 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

5 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

6 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

7 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

8 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

A.C কিয় বিস্ফোৰণ হয়? নিজেই নজৰ ৰাখক এইকেইটা দিশত অন্যথা বিস্ফোৰণ হ’ব পাৰে আপোনাৰ ঘৰৰ A.Cও

A.C কিয় বিস্ফোৰণ হয়? নিজেই নজৰ ৰাখক এইকেইটা দিশত অন্যথা বিস্ফোৰণ হ’ব পাৰে আপোনাৰ ঘৰৰ A.Cও

editor by editor
June 13, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
A.C কিয় বিস্ফোৰণ হয়? নিজেই নজৰ ৰাখক এইকেইটা দিশত অন্যথা বিস্ফোৰণ হ’ব পাৰে আপোনাৰ ঘৰৰ A.Cও
0
SHARES
550
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমে দহিছে দেশ৷ দেশৰ কোনো কোনো অঞ্চলত তাপমাত্ৰাই ৫০ডিগ্ৰী অতিক্ৰমো কৰিছে৷ গৰমৰ পৰা মুক্তি পাবলৈ বহুতেই এতিয়া ঘৰত এচি বা এয়াৰ কণ্ডিচনৰ ব্যৱস্থা কৰিছে৷ চহৰাঞ্চলৰ বেছিভাগ লোকেই ঘৰত এচিৰ ব্যৱহাৰ কৰে৷ গৰম সহ্যৰ ক্ষমতা কম থকাসকলে দিনে ৰাতিয়ে এচি চলাই থাকে৷ এই বছৰ গৰমৰ বাবে এচি অন ৰখা বহু ঘৰতেই এচি ব্লাষ্ট হোৱাৰ খবৰো আহিছে৷ বহু ঠাইত আকৌ এচিতেই জুই লাগিছে৷ বিগত সপ্তাহত নয়ডাৰ পৰা আহিছিল এচি ব্লাষ্টৰ এটা খবৰ৷ তেনেকৈ বিভিন্ন স্থানত এতিয়া এচি বিস্ফোৰণ প্ৰায়েই হ’ব ধৰিছে৷

আপোনাৰ ঘৰতো এচি আছে যদি এতিয়াৰ পৰাই সাৱধান হওক৷ এই ধৰণৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পাবৰ বাবে ঘৰত থকা এচিটো সম্পৰ্কে কিছু জ্ঞান অৰ্জন কৰক৷ নিজৰ অলপমান ভুলৰ বাবেই আপোনাৰ ঘৰতো তেনে ঘটনা ঘটিব পাৰে৷ বিশেষজ্ঞই জনোৱা অনুসৰি মেকানিকেল ফেইলাৰৰ বাবেই প্ৰধানকৈ এচি ব্লাষ্ট হয়৷ ইয়াৰোপৰি এচি বিস্ফোৰণ ঘটাৰ একাধিক কাৰণ আছে৷ ঘৰত এচি থাকিলে সেয়ে ইয়াৰ কিছু যত্ন লোৱাটোও জৰুৰী৷

  1. এয়াৰ কণ্ডিছনাৰৰ এয়াৰ ফিল্টাৰ নিয়মিতভাৱে পৰিবৰ্তন কৰক৷ পুৰণি হৈ যোৱা এয়াৰ ফিল্টাৰে এয়াৰ ফ্লোত বাধাৰ সৃষ্টি কৰে৷ সেয়ে নিয়মিতভাৱে এয়াৰ ফিল্টাৰ পৰিষ্কাৰ কৰা উচিত৷

  2. ইয়াৰোপৰি এচিৰ আউটডোৰ ইউনিটো নিৰ্দিষ্ট দিনৰ মূৰে মূৰে পৰিষ্কাৰ কৰি থকা উচিত৷ যাতে মলি জমা হৈ নপৰে৷ এচিৰ আশেপাশে কোনো সামগ্ৰী নাৰাখিব৷

  3. এচিৰ এয়াৰফ্লো যাতে বাধাহীনভাৱে হ’ব পাৰে সেই বিষয়ত নজৰ ৰাখক৷

  4. এচিৰ প্লাগৰ সৈতে কেতিয়াও এক্সটেনছন কৰ্ড ব্যৱহাৰ নকৰিব৷ এয়াৰ কণ্ডিচনৰ লোড থাকে বহু বেছি৷ এক্সটেনছন কৰ্ডে সকলোসময়তে এই লোড বহন কৰিব নোৱাৰে৷

  5. ইয়াৰোপৰি বছৰত অন্তত দুবাৰ এচি চাৰ্ভিছিং কৰিব৷ টেকনিছিয়ানৰ পৰা পৰামৰ্শ লৈ কোনো সমস্যা থাকিলে দূৰ কৰাই লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
Next Post
নাগপুৰৰ বিস্ফোৰক তৈয়াৰ কৰা কাৰখানাত বিস্ফোৰণ, বৰ্তমানলৈকে ৫জনৰ মৃত্যু

নাগপুৰৰ বিস্ফোৰক তৈয়াৰ কৰা কাৰখানাত বিস্ফোৰণ, বৰ্তমানলৈকে ৫জনৰ মৃত্যু

শিক্ষকৰ বাবে আহিছে নতুন SOP! সামাজিক মাধ্যমত এই কাম কৰিলেই নিলম্বিত হ’ব শিক্ষক

শিক্ষকৰ বাবে আহিছে নতুন SOP! সামাজিক মাধ্যমত এই কাম কৰিলেই নিলম্বিত হ’ব শিক্ষক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.