• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাগপুৰৰ বিস্ফোৰক তৈয়াৰ কৰা কাৰখানাত বিস্ফোৰণ, বৰ্তমানলৈকে ৫জনৰ মৃত্যু

নাগপুৰৰ বিস্ফোৰক তৈয়াৰ কৰা কাৰখানাত বিস্ফোৰণ, বৰ্তমানলৈকে ৫জনৰ মৃত্যু

2 years ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

21 minutes ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

1 hour ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

1 hour ago
‘হত শৈশৱ’

‘হত শৈশৱ’

3 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

5 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

8 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাগপুৰৰ বিস্ফোৰক তৈয়াৰ কৰা কাৰখানাত বিস্ফোৰণ, বৰ্তমানলৈকে ৫জনৰ মৃত্যু

নাগপুৰৰ বিস্ফোৰক তৈয়াৰ কৰা কাৰখানাত বিস্ফোৰণ, বৰ্তমানলৈকে ৫জনৰ মৃত্যু

editor by editor
June 13, 2024
in জীৱনশৈলী, ভাৰত
0
নাগপুৰৰ বিস্ফোৰক তৈয়াৰ কৰা কাৰখানাত বিস্ফোৰণ, বৰ্তমানলৈকে ৫জনৰ মৃত্যু
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ নাগপুৰৰ এটা ফটকা তৈয়াৰ কৰা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ৷

এই ঘটনাত থিতাতে নিহত হৈছে ৫জনকৈ শ্ৰমিকৰ আৰু ৫৬জনৰ কথমপি প্ৰাণ ৰক্ষা৷

নাগপুৰৰ পুলিছ কমিছনাৰ ৰবীন্দ্ৰ সিংঘালে জনাইছে এই তথ্য৷

ANI ত প্ৰকাশিত প্ৰতিবেদনমতে দুপৰীয়া ১ বজাত এই ঘটনা৷

নাগপুৰৰ হিংনা থানাত চামুণ্ডি এক্সপ্লোছিভ প্ৰাইভেট লিমিটেডত এই ঘটনা৷

নাগপুৰ চহৰৰ পৰা ২৫ কিঃমিঃ দূৰত এই কাৰখানা৷

বিস্ফোৰণত চিটিকি পৰিছে শ্ৰমিকৰ দেহ৷

ইতিমধ্যেই আহতসকলক হাস্পতালত ভৰ্তী কৰোৱা হৈছে৷

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী অনিল দেশমুখে কয় যে ঘটনাৰ লগে লগেই কাৰখানাৰ মালিক আৰু মেনেজাৰে পলায়ন কৰিছে৷

আৰক্ষীয়ে ইতিমধ্যেই কাৰখানাৰ মালিকক বিচাৰি তদন্ত অব্যাহত ৰাখিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
শিক্ষকৰ বাবে আহিছে নতুন SOP! সামাজিক মাধ্যমত এই কাম কৰিলেই নিলম্বিত হ’ব শিক্ষক

শিক্ষকৰ বাবে আহিছে নতুন SOP! সামাজিক মাধ্যমত এই কাম কৰিলেই নিলম্বিত হ’ব শিক্ষক

বিশ্বৰ প্ৰথম সাংবাদিক কোন? জানক দেৱৰ্ষিৰ জীৱনকথা

বিশ্বৰ প্ৰথম সাংবাদিক কোন? জানক দেৱৰ্ষিৰ জীৱনকথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.