• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ প্ৰথম সাংবাদিক কোন? জানক দেৱৰ্ষিৰ জীৱনকথা

বিশ্বৰ প্ৰথম সাংবাদিক কোন? জানক দেৱৰ্ষিৰ জীৱনকথা

2 years ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

21 minutes ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

52 minutes ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

2 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

4 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

4 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

5 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

6 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

7 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

7 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

8 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বৰ প্ৰথম সাংবাদিক কোন? জানক দেৱৰ্ষিৰ জীৱনকথা

বিশ্বৰ প্ৰথম সাংবাদিক কোন? জানক দেৱৰ্ষিৰ জীৱনকথা

editor by editor
June 13, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিশ্বৰ প্ৰথম সাংবাদিক কোন? জানক দেৱৰ্ষিৰ জীৱনকথা
0
SHARES
316
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জেঠ মাহৰ কৃষ্ণ পক্ষৰ প্ৰতিপদ তিথিক নাৰদ জয়ন্তী হিচাপে পালন কৰা হয়৷ এই তিথিতেই জন্মগ্ৰহণ কৰিছিল দেৱৰ্ষি নাৰদে৷ এই দিনটোত নাৰদৰ পূজাৰ্চনা কৰা হয়৷ প্ৰচলিত বিশ্বাস অনুসৰি এই তিথিত নাৰদৰ পূজা কৰিলে ব্যক্তিৰ বুদ্ধি, শক্তি আৰু শুদ্ধতা লাভ কৰিব পাৰে৷ পৌৰাণিক কাহিনী অনুসৰি নাৰদেই বিশ্বৰ প্ৰথমগৰাকী সাংবাদিক৷

নাৰদৰ জন্মকাহিনী

পৌৰাণিক কাহিনী অনুসৰি ইন্দ্ৰলোকত উপবৰ্হন নামৰ এগৰাকী গন্ধৰ্বই বাস কৰিছিল৷ মহিলাৰ সৈতে সময় কটাই তেওঁ ভালপায়৷ একদা অপ্সৰা আৰু গন্ধৰ্বৰাই ব্ৰহ্মাৰ আৰাধনা কৰিছিল৷ তেতিয়াই অপ্সৰাসকলৰ সৈতে নৃত্য কৰিবলৈ আৰম্ভ কৰে উপবৰ্হণে৷ ইয়াতেই ক্ষুদ্ধ হৈ ব্ৰহ্মাই তেওঁক শূদ্ৰ যোনিত জন্মগ্ৰহণ কৰাৰ অভিশাপ দিয়ে৷ পৰবৰ্তী জন্মত শূদ্ৰ দাসীৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰে৷ তেওঁৰ নাম হয় নন্দ৷ সৰুৰে পৰাই ব্ৰাহ্মণ সেৱাত মগ্ন থাকিছিল নন্দ৷

ইয়াৰ ফলত তেওঁৰ পূৰ্বজন্মৰ পাপ মোচন হয়৷ দিনটোৰ বেছিভাগ সময়েই তেওঁ বিষ্ণুৰ ভক্তিত লীন হৈ থাকিছিল৷ নন্দৰ ভক্তিত প্ৰসন্ন হৈ তেওঁ নাৰায়ণক দৰ্শন দিয়ে৷ নন্দক ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ আশীৰ্বাদ প্ৰদান কৰে শ্ৰীহৰীয়ে৷ সৃষ্টিৰ শেষ লগ্নত ব্ৰহ্মা আৰু সমগ্ৰ জগত সংসাৰৰ সৈতে বিষ্ণুৰ মাজত বিলীন হৈ যায় নন্দ৷ হাজাৰ যুগ অতিক্ৰম কৰাৰ পাছত আকৌ বিষ্ণুৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হয়৷ জগৎ সংসাৰ স্থাপনৰ ইচ্ছাতেই ব্ৰহ্মাই দক্ষ, মৰীচিসহ সাত মানস পুত্ৰৰ উৎপত্তি কৰে৷ বিষ্ণুৰ আশীৰ্বাদত নন্দ ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে জন্ম লয়৷ তেওঁৰ নাম হৈছে নাৰদ৷

বিশ্বৰ প্ৰথম সাংবাদিক নাৰদ

ব্ৰহ্মাৰ মানস পুত্ৰ নাৰদ বিষ্ণুৰ সকলোতকৈ ডাঙৰ ভক্ত আছিল৷ বায়ু পথেৰে ভ্ৰমণ কৰি ত্ৰিলোকত বিচৰণ কৰাৰ আশীৰ্বাদ আছিল তেওঁৰ ওপৰত৷ নাৰদ মুনিয়ে তিনিলোক বিচৰণ কৰি বিষ্ণুৰ মহিমা বৰ্ণনা কৰিছিল৷ ইয়াৰোপৰি তেওঁ সংবাদৰ আদান প্ৰদানৰ বাবেও ত্ৰিলোকৰ বাসিন্দাই নাৰদক স্মৰণ কৰিছিল৷ এনেকৈয়ে ত্ৰিলোকত তেওঁ পৰিচিত আছিল৷ যাৰবাবে বিশ্বৰ প্ৰথম সাংবাদিক বুলি তেওঁকেই ধৰা হয়৷

পিতৃ ব্ৰহ্মাৰ পৰা আভিশাপ কিয় পাইছিল নাৰদে?

পুৰাণ অনুসৰি ব্ৰহ্মাই নাৰদমুনিক সৃষ্টিৰ কামত সহায় আৰু বিবাহ কৰাৰ নিৰ্দেশ দিয়ে৷ কিন্তু নাৰদে পিতা ব্ৰহ্মাৰ আদেশ অস্বীকাৰ কৰি নাৰায়ণৰ ভক্তিত মগ্ন হৈ পৰে৷ যাৰবাবে ব্ৰহ্মাই তেওঁক আজীৱন অবিবাহিত হৈ থকাৰ অভিশাপ দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!
বিশ্ব

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

September 10, 2026
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
Next Post
হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষণ! চুফিয়া খাতুন হ’লগৈ মৌছুমী বৈশ্য

হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষণ! চুফিয়া খাতুন হ’লগৈ মৌছুমী বৈশ্য

সিদ্ধান্ত ল’বলৈ প্ৰধানমন্ত্ৰী মোদী দেশত নাই! ২৬ জুনত অনুষ্ঠিত হ’ব অধ্যক্ষ বাচনিৰ বাবে নিৰ্বাচন

সিদ্ধান্ত ল’বলৈ প্ৰধানমন্ত্ৰী মোদী দেশত নাই! ২৬ জুনত অনুষ্ঠিত হ’ব অধ্যক্ষ বাচনিৰ বাবে নিৰ্বাচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.