• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰ ভাৰতত, ৰাজত্ব কৰিছে কেনিয়াত, উৎপাত সহিব নোৱাৰি কেনিয়া চৰকাৰে ভাৰতীয়মূলৰ কাউৰীক লৈ আৰম্ভ কৰিছে এই বিশেষ অভিযান

ঘৰ ভাৰতত, ৰাজত্ব কৰিছে কেনিয়াত, উৎপাত সহিব নোৱাৰি কেনিয়া চৰকাৰে ভাৰতীয়মূলৰ কাউৰীক লৈ আৰম্ভ কৰিছে এই বিশেষ অভিযান

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ঘৰ ভাৰতত, ৰাজত্ব কৰিছে কেনিয়াত, উৎপাত সহিব নোৱাৰি কেনিয়া চৰকাৰে ভাৰতীয়মূলৰ কাউৰীক লৈ আৰম্ভ কৰিছে এই বিশেষ অভিযান

ঘৰ ভাৰতত, ৰাজত্ব কৰিছে কেনিয়াত, উৎপাত সহিব নোৱাৰি কেনিয়া চৰকাৰে ভাৰতীয়মূলৰ কাউৰীক লৈ আৰম্ভ কৰিছে এই বিশেষ অভিযান

editor by editor
June 14, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ঘৰ ভাৰতত, ৰাজত্ব কৰিছে কেনিয়াত, উৎপাত সহিব নোৱাৰি কেনিয়া চৰকাৰে ভাৰতীয়মূলৰ কাউৰীক লৈ আৰম্ভ কৰিছে এই বিশেষ অভিযান
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাউৰী বাঁহত কুলিয়ে কণী পাৰে৷ কাউৰীক কুলিয়ে প্ৰতাৰণা কৰাৰ কাহিনী আমি সকলোৱে জানো৷ কিন্তু কাউৰীও ইমান অঁকৰা নহয়৷ বুদ্ধিয়ক কাউৰীৰ কাহিনীয়ে সেই কথাৰ প্ৰমাণ দিয়ে৷ বুদ্ধিয়কেই নহয় কাউৰী বদমাছো সেই কথাৰো প্ৰমাণ দাঙি ধৰি আন এক কাহিনী পোহৰলৈ আহিছে৷ ভাৰতৰ পৰা কেনিয়ালৈ গৈ ৰাজত্ব আৰম্ভ কৰিছে কাউৰীয়ে৷ ১৯৪০ চনতে ভাৰতৰ পৰা কেনিয়ালৈ উৰা মাৰিছিল কেইটামান কাউৰী৷ সেই কাউৰীয়ে এতিয়া কেনিয়াত সংখ্যাগৰিষ্ঠ হৈ আৰম্ভ কৰিছে উপদ্ৰৱ৷

কেনিয়াত নিত্য বৃদ্ধি পোৱা কাউৰীৰ সংখ্যাৰ বাবে অশান্তিত পৰিছে কেনিয়া চৰকাৰ৷ অশান্তিত পৰি তাত থকা কাউৰীসমূহক হত্যা কৰাৰ  দিহা কৰিছে৷ ২০২৪ চনৰ শেষৰভাগত কেনিয়াৰ সকলো উপকূলীয় অঞ্চলৰ পৰা দহ লাখ কাউৰী আঁতৰাই দিয়া হ’ব। কেনিয়া চৰকাৰে জনোৱা অনুসৰি হত্যা কৰিবলৈ লোৱা সকলো কাউৰীয়ে ভাৰতীয় প্ৰজাতিৰ৷ তথ্য অনুসৰি এই কাউৰী প্ৰথম ১৯৪০ চনত আফ্ৰিকালৈ গৈছিল। তাৰপিছতেই কেনিয়াত বসতি পাতে৷ তেতিয়াৰ পৰা এই কাউৰীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছে উৎপাতো৷ কেনিয়াত কাউৰী ইমানেই আক্ৰমণাত্মক হৈ পৰিছে যে তাত থকা অন্য প্ৰজাতিৰ চৰাই আৰু মানুহকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে৷ কাউৰীৰ বাবেই কেনিয়াত পৰ্যটকৰ সংখ্যাও কমিবলৈ ধৰিছে৷ যাৰবাবে পৰ্যটন আৰু হোটেল উদ্যোগ গভীৰ লোকচানৰ সন্মুখীন হৈছে।

কাউৰীবোৰৰ বাবেই কেনিয়াত উপস্থিত থকা আন চৰাইবোৰৰও সমস্যা বাঢ়িছে। এই কাউৰীয়ে আন চৰাইৰ বাঁহ ভাঙি পেলাই, পোৱালী মাৰি পেলাই৷  কণী পাৰিলেও ভাঙি পেলাই৷ কেনিয়া চৰকাৰে সেয়ে কাউৰীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে। এই সন্দৰ্ভত কেনিয়াৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ মতে এই ভাৰতীয় মূলৰ কাউৰীয়ে শেষ কৰি পেলাইছে কেনিয়াৰ বহু ঘৰুৱা প্ৰজাতিৰ চৰাই৷

কেনিয়াৰ বাবে কাউৰী কিয় সমস্যা হৈ পৰিছে?

কেনিয়াৰ চৰাই বিশেষজ্ঞ কলিন জেকচনৰ মতে ভাৰতীয় কাউৰীবোৰৰ বাবে কেনিয়াত আন চৰাইৰ সংখ্যা হ্ৰাস পাইছে। এই কাউৰীয়ে উপকূলীয় অঞ্চলত আন সৰু সৰু চৰাইবোৰক হাৰাশাস্তি কৰি আহিছে৷ আন চৰাইৰ বাহ ধ্বংস কৰিছে। ইয়াৰ লগতে ইহঁতে আন চৰাইৰ কণী আৰু পোৱালিও খাই পেলাইছে৷ আনহাতে, চৰাই কমি যোৱাৰ বাবে পৰিবেশৰ অৱনতি ঘটিছে। পোক-পৰুৱাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে।কেনিয়াৰ কাউৰীৰ বাবে বেয়া খবৰ, চৰকাৰে ১০ লাখ কাউৰী হত্যা কৰাৰ পৰিকল্পনা

হত্যা কৰা হ’ব ১০ হাজাৰ কাউৰী

কেনিয়া চৰকাৰে উৎপাত সহিব নোৱাৰি আগন্তুক ৬ মাহত ১০ লাখ কাউৰী হত্যা কৰাৰ পৰিকল্পনা কৰিছে৷ কেনিয়া চৰকাৰে জনোৱামতে কাউৰীসমূহক হত্যা নকৰিলে আগন্তুক সময়ত কেনিয়াৰ জৈৱবৈচিত্ৰও শেষ হৈ যাব৷ কাউৰীয়ে তাৰ বহুকেইবিধ চৰাইৰ প্ৰজাতি ইতিমধ্যেই শেষ কৰিছে৷ যাৰবাবে কাউৰীসমূহৰ হত্যাৰ গত্যন্তৰ নাই বুলি জনাইছে কেনিয়া চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
৪৫ জন ভাৰতীয়ৰ নশ্বৰ দেহ লৈ কোচিত উপস্থিত বিশেষ বিমান, ঘৰে ঘৰে বিশেষ বাহনে লৈ যাব ৪৫শ্ৰমিকৰ নশ্বৰ দেহ

৪৫ জন ভাৰতীয়ৰ নশ্বৰ দেহ লৈ কোচিত উপস্থিত বিশেষ বিমান, ঘৰে ঘৰে বিশেষ বাহনে লৈ যাব ৪৫শ্ৰমিকৰ নশ্বৰ দেহ

প্ৰেম পত্ৰই পোছাকৰ ৰূপ ল’লে, অনন্তই লিখা প্ৰেমপত্ৰ কেনেকৈ পোছাক কৰি পিন্ধিলে ৰাধিকা মাৰ্ছেণ্টে?

প্ৰেম পত্ৰই পোছাকৰ ৰূপ ল’লে, অনন্তই লিখা প্ৰেমপত্ৰ কেনেকৈ পোছাক কৰি পিন্ধিলে ৰাধিকা মাৰ্ছেণ্টে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.