• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?

অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?

2 years ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

1 hour ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

2 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

2 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

4 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

5 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

7 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

7 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

8 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

9 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?

অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?

editor by editor
June 18, 2024
in বিবিধ, ভাৰত, লেখা
0
অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?
0
SHARES
19.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অৱশেষত যোগাযোগ স্থাপন সম্ভৱপৰ হৈ উঠিছে উত্তৰ ছিকিমৰ সৈতে৷ বিগত সপ্তাহৰ পৰাই উত্তৰ ছিকিমত ভয়াৱহ বানত আৱদ্ধ হৈ আছে বহু লোক৷ এই লোকসকলৰ মাজত আছে ১২০০ পৰ্যটকো৷ লেথাৰিকৈ হৈ থকা বৰষুণৰ বাবে ৰাস্তাঘাটো প্ৰায় ছিগি পৰিছে যাৰবাবে আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিব পৰা নাছিল উদ্ধাৰকাৰী দলে৷ ছিকিম চৰকাৰে বিগত দেওবাৰে  ঘোষণা কৰিছিল যে, যাত্ৰীসকলক উদ্ধাৰ কৰাৰ বাবে আকাশীপথেই শেষ ভৰসা৷ অৱশেষত যোগাযোগ স্থাপন কৰা সম্ভৱ হৈছে আৱদ্ধ যাত্ৰীৰ সৈতে৷ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্ব্যনৰ পক্ষৰ পৰা জনোৱা হৈছে যে উত্তৰ ছিকিমৰ সৈতে পুনৰ সংযোগ স্থাপন সম্ভৱ হৈ উঠিছে৷ আৱদ্ধ যাত্ৰীক তাৎক্ষণিকভাৱে উলিয়াই অনাৰ কামো আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে৷

এই উদ্ধাৰ অভিযানৰ নাম দিছে স্বাস্তিক অপাৰেছন৷ ধাৰাসাৰ বৃষ্টিৰ মাজতেই চলিছে দুঃসাহসিক উদ্ধাৰ কাৰ্য চলাইছে BROই৷ প্ৰতিকূল পৰিস্থিতিৰ মাজত BROৰ অক্লান্ত প্ৰচেষ্টাত যোগাযোগ সম্ভৱ হৈ উঠিছে উত্তৰ ছিকিমৰ সৈতে৷ ৰাস্তাৰ পৰা ডাঙৰ ডাঙৰ শিলসমূহ আঁতৰাবলৈ একাধিক মেছিন আৰু শ্ৰমিক নিয়োগ কৰা হৈছে৷ অধিকাংশ ৰাস্তা বৰ্তমান মুকলিও হৈছে৷

উত্তৰ ছিকিমৰ ডিকচু, ছংলং-টুং, মংগন ছংলং, ছিংথাম ৰংৰাং টুং সংযোগকাৰী ৰাস্তসমূহ খহি পৰিছে৷ ইয়াৰ ফলত ১২০০-১৫০০ পৰ্যটক ছিকিমত আৱদ্ধ হৈ পৰিছিল৷ ছংলঙত নৱনিৰ্মিত ছাছপেঞ্চন ব্ৰিজ ভাঙি পৰি পৰিস্থিতি শোচনীয় হৈ উঠিছে৷ এই ব্ৰিজেই উত্তৰ ছিকিম আৰু জংগু অঞ্চলৰ মধ্য মূল সংযোগ স্থাপনকাৰী সেতু ভাঙি পৰিছিল৷ ইতিমধ্যেই আৱদ্ধ হৈ থকা পৰ্যটকসকলৰ মাজত প্ৰথমে ৫০জনক উদ্ধাৰ কৰিছে৷ চুংথাঙৰ পৰা মংগনলৈ অনা হৈছে পৰ্যটকসকলক৷  অন্য পৰ্যটকসকলকো উলিয়াই অনাৰ কাম অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam congressassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ
বাণিজ্য

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

August 6, 2026
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

August 6, 2026
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল
অসম

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

August 6, 2026
Next Post
হজলৈ গৈ শেষ হৈ গ’ল ২২ টা জীৱন! কি হৈছে মক্কাত? ছৌদী চৰকাৰৰ কিবা গাফিলতি নে অইন কোনো ঘটনা?

হজলৈ গৈ শেষ হৈ গ’ল ২২ টা জীৱন! কি হৈছে মক্কাত? ছৌদী চৰকাৰৰ কিবা গাফিলতি নে অইন কোনো ঘটনা?

বিৰল ৰোগত আক্ৰান্ত গায়িকা আলকা ইয়াগনিক! লাহে লাহে হেৰাইছে শ্ৰৱণ শক্তি,  সুস্থতাৰ বাবে অনুৰাগীৰ প্ৰাৰ্থনা

বিৰল ৰোগত আক্ৰান্ত গায়িকা আলকা ইয়াগনিক! লাহে লাহে হেৰাইছে শ্ৰৱণ শক্তি, সুস্থতাৰ বাবে অনুৰাগীৰ প্ৰাৰ্থনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.