• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?

অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?

2 years ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

34 minutes ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

8 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

9 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

9 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

10 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

10 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

11 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

12 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

13 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

14 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

14 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?

অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?

editor by editor
June 18, 2024
in বিবিধ, ভাৰত, লেখা
0
অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?
0
SHARES
19.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অৱশেষত যোগাযোগ স্থাপন সম্ভৱপৰ হৈ উঠিছে উত্তৰ ছিকিমৰ সৈতে৷ বিগত সপ্তাহৰ পৰাই উত্তৰ ছিকিমত ভয়াৱহ বানত আৱদ্ধ হৈ আছে বহু লোক৷ এই লোকসকলৰ মাজত আছে ১২০০ পৰ্যটকো৷ লেথাৰিকৈ হৈ থকা বৰষুণৰ বাবে ৰাস্তাঘাটো প্ৰায় ছিগি পৰিছে যাৰবাবে আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিব পৰা নাছিল উদ্ধাৰকাৰী দলে৷ ছিকিম চৰকাৰে বিগত দেওবাৰে  ঘোষণা কৰিছিল যে, যাত্ৰীসকলক উদ্ধাৰ কৰাৰ বাবে আকাশীপথেই শেষ ভৰসা৷ অৱশেষত যোগাযোগ স্থাপন কৰা সম্ভৱ হৈছে আৱদ্ধ যাত্ৰীৰ সৈতে৷ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্ব্যনৰ পক্ষৰ পৰা জনোৱা হৈছে যে উত্তৰ ছিকিমৰ সৈতে পুনৰ সংযোগ স্থাপন সম্ভৱ হৈ উঠিছে৷ আৱদ্ধ যাত্ৰীক তাৎক্ষণিকভাৱে উলিয়াই অনাৰ কামো আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে৷

এই উদ্ধাৰ অভিযানৰ নাম দিছে স্বাস্তিক অপাৰেছন৷ ধাৰাসাৰ বৃষ্টিৰ মাজতেই চলিছে দুঃসাহসিক উদ্ধাৰ কাৰ্য চলাইছে BROই৷ প্ৰতিকূল পৰিস্থিতিৰ মাজত BROৰ অক্লান্ত প্ৰচেষ্টাত যোগাযোগ সম্ভৱ হৈ উঠিছে উত্তৰ ছিকিমৰ সৈতে৷ ৰাস্তাৰ পৰা ডাঙৰ ডাঙৰ শিলসমূহ আঁতৰাবলৈ একাধিক মেছিন আৰু শ্ৰমিক নিয়োগ কৰা হৈছে৷ অধিকাংশ ৰাস্তা বৰ্তমান মুকলিও হৈছে৷

উত্তৰ ছিকিমৰ ডিকচু, ছংলং-টুং, মংগন ছংলং, ছিংথাম ৰংৰাং টুং সংযোগকাৰী ৰাস্তসমূহ খহি পৰিছে৷ ইয়াৰ ফলত ১২০০-১৫০০ পৰ্যটক ছিকিমত আৱদ্ধ হৈ পৰিছিল৷ ছংলঙত নৱনিৰ্মিত ছাছপেঞ্চন ব্ৰিজ ভাঙি পৰি পৰিস্থিতি শোচনীয় হৈ উঠিছে৷ এই ব্ৰিজেই উত্তৰ ছিকিম আৰু জংগু অঞ্চলৰ মধ্য মূল সংযোগ স্থাপনকাৰী সেতু ভাঙি পৰিছিল৷ ইতিমধ্যেই আৱদ্ধ হৈ থকা পৰ্যটকসকলৰ মাজত প্ৰথমে ৫০জনক উদ্ধাৰ কৰিছে৷ চুংথাঙৰ পৰা মংগনলৈ অনা হৈছে পৰ্যটকসকলক৷  অন্য পৰ্যটকসকলকো উলিয়াই অনাৰ কাম অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam congressassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ
জীৱনশৈলী

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

October 25, 2026
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক
বাণিজ্য

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

October 24, 2026
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?
জীৱনশৈলী

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

October 24, 2026
Next Post
হজলৈ গৈ শেষ হৈ গ’ল ২২ টা জীৱন! কি হৈছে মক্কাত? ছৌদী চৰকাৰৰ কিবা গাফিলতি নে অইন কোনো ঘটনা?

হজলৈ গৈ শেষ হৈ গ’ল ২২ টা জীৱন! কি হৈছে মক্কাত? ছৌদী চৰকাৰৰ কিবা গাফিলতি নে অইন কোনো ঘটনা?

বিৰল ৰোগত আক্ৰান্ত গায়িকা আলকা ইয়াগনিক! লাহে লাহে হেৰাইছে শ্ৰৱণ শক্তি,  সুস্থতাৰ বাবে অনুৰাগীৰ প্ৰাৰ্থনা

বিৰল ৰোগত আক্ৰান্ত গায়িকা আলকা ইয়াগনিক! লাহে লাহে হেৰাইছে শ্ৰৱণ শক্তি, সুস্থতাৰ বাবে অনুৰাগীৰ প্ৰাৰ্থনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.