• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NEETৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, উচ্চ পৰ্যায়ৰ কমিটি গঠন, কৰিব এই কাম

NEETৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, উচ্চ পৰ্যায়ৰ কমিটি গঠন, কৰিব এই কাম

2 years ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

16 minutes ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

45 minutes ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

1 hour ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

2 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

5 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

6 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

6 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

7 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

7 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

8 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

NEETৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, উচ্চ পৰ্যায়ৰ কমিটি গঠন, কৰিব এই কাম

editor by editor
June 22, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
NEETৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, উচ্চ পৰ্যায়ৰ কমিটি গঠন, কৰিব এই কাম
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NEETৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, উচ্চ পৰ্যায়ৰ কমিটি গঠন, কৰিব এই কাম

এমাহত চাৰিবাৰকৈ বিফল হ’ল NEET। এনে পৰিস্থিতিত এতিয়া ভাৰসাম্যত ওলমি আছে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত। NEET পেপাৰ ফাদিলৰ অভিযোগৰ মাজতে শিক্ষা মন্ত্ৰালয়ে পৰীক্ষাসমূহ স্বচ্ছ আৰু নিকা কৰি তুলিবলৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিশেষজ্ঞৰ এক উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰে। এই কমিটীয়ে পৰীক্ষাৰ পদ্ধতি উন্নত কৰা, ডাটা ছিকিউৰিটি প্ৰট’কল আৰু NEETৰ গাঁথনি উন্নত কৰাৰ কাম কৰিব। এই কমিটীয়ে ২ মাহৰ ভিতৰত শিক্ষা মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰিব।

এই উচ্চ পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে ৰাধাকৃষ্ণনে। এইমছৰ প্ৰখ্যাত প্ৰাক্তন সঞ্চালক ৰনদীপ গুলেৰিয়াকো এই উচ্চ পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ আৰু সদস্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ উপৰিও কমিটীখনত আছে হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বি জে ৰাও, ৰামমূৰ্তি কে, আই আই টি মাদ্ৰাজৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক এমেৰিটাছ, পিপল ষ্ট্ৰংৰ সহ-প্ৰতিষ্ঠাপক আৰু কৰ্মযোগী ভাৰতৰ ব’ৰ্ড মেম্বাৰ পংকজ বংশাল, ডীন অধ্যাপক আদিত্য মিত্তল ছাত্ৰ পৰিক্ৰমা, আই আই টি দিল্লী, শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক গোবিন্দ জয়ছৱালক অন্তৰ্ভুক্ত কৰা হৈছে।

https://x.com/ANI/status/1804451458349519186

শিক্ষা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, উচ্চ পৰ্যায়ৰ পেনেলে আৰম্ভণীৰ পৰা শেষলৈ পৰীক্ষা প্ৰক্ৰিয়া বিশ্লেষণ কৰি পৰীক্ষা ব্যৱস্থাত কি কি উন্নতি কৰিব পৰা যায় তাৰ পৰামৰ্শ দিব। ইয়াৰ লগতে পেনেলে এনটিএৰ বৰ্তমানৰ তথ্য সুৰক্ষা প্ৰক্ৰিয়া আৰু প্ৰট’কলৰ মূল্যায়ন কৰিব আৰু ইয়াৰ উন্নতিৰ বাবে পৰামৰ্শ আগবঢ়াব। এই কমিটীয়ে এন টি এৰ প্ৰতিটো স্তৰৰ বিষয়াসকলৰ ভূমিকা আৰু দায়িত্বও পৰীক্ষা কৰিব।

ইয়াৰ পূৰ্বে ২০ জুনত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংবাদমেলযোগে এন টি এৰ কাম-কাজৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিব লাগে বুলি কৈছিল। এন টি এৰ বিষয়াকে ধৰি দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিল যে আমাৰ ব্যৱস্থাৰ প্ৰতি আমাৰ বিশ্বাস থাকিব লাগে আৰু চৰকাৰে কোনো ধৰণৰ অনিয়ম বা অসৎ আচৰণ সহ্য নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Education MinistryexamIndian EducationNEETNEET Exam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

March 18, 2026
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত
বাণিজ্য

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

March 18, 2026
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা
স্বাস্থ্য

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

March 18, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
Next Post
আজিৰ খেলখনত ভাৰত জয় হোৱাটো কিমান প্ৰয়োজনীয়, ছুপাৰ ৮ৰ সমীকৰণ কি…

আজিৰ খেলখনত ভাৰত জয় হোৱাটো কিমান প্ৰয়োজনীয়, ছুপাৰ ৮ৰ সমীকৰণ কি...

ধৰ্ম সলনি কৰিব নে সোনাক্ষীয়ে! আনহাতে শত্ৰুঘ্ন সিন্হাই ক’লে ২৩ তাৰিখে বিবাহৰ পাৰ্টীহে

ধৰ্ম সলনি কৰিব নে সোনাক্ষীয়ে! আনহাতে শত্ৰুঘ্ন সিন্হাই ক'লে ২৩ তাৰিখে বিবাহৰ পাৰ্টীহে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.