• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ খেলখনত ভাৰত জয় হোৱাটো কিমান প্ৰয়োজনীয়, ছুপাৰ ৮ৰ সমীকৰণ কি…

আজিৰ খেলখনত ভাৰত জয় হোৱাটো কিমান প্ৰয়োজনীয়, ছুপাৰ ৮ৰ সমীকৰণ কি…

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

8 minutes ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

9 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

9 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

10 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

10 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

11 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

12 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

12 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

13 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

14 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

14 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজিৰ খেলখনত ভাৰত জয় হোৱাটো কিমান প্ৰয়োজনীয়, ছুপাৰ ৮ৰ সমীকৰণ কি…

editor by editor
June 22, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজিৰ খেলখনত ভাৰত জয় হোৱাটো কিমান প্ৰয়োজনীয়, ছুপাৰ ৮ৰ সমীকৰণ কি…
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ খেলখনত ভাৰত জয় হোৱাটো কিমান প্ৰয়োজনীয়, ছুপাৰ ৮ৰ সমীকৰণ কি…

টি ২০ বিশ্বকাপৰ ছুপাৰ ৮ৰ আজিৰ খেল ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আফগানিস্তান দলক পৰাস্ত কৰি ভাৰতে ছুপাৰ ৮ৰ আৰম্ভণি কৰিছিল, এতিয়া ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰাৰ উদ্দেশ্য খেলপথাৰত নামিব।

আজিৰ খেলখন অতি গুৰুত্বপূৰ্ণ কাৰণ আজিৰ খেলখনৰ পাছত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশৰ ওচৰ চাপিব। কিন্তু মেচখনত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা, যদিহে বৰষুণ হয়, তেন্তে ভাৰত-বাংলাদেশৰ মেচখনৰ লগত জড়িত সকলো সমীকৰণ সলনি হৈ পৰিব।

যদি বৰষুণৰ বাবে ভাৰত আৰু বাংলাদেশৰ খেল অনুষ্ঠিত হব নোৱাৰে তেন্তে দুয়োটা দলৰ মাজত ১-১ পইণ্ট বিতৰণ কৰা হ’ব। ইয়াৰ দ্বাৰা ভাৰতীয় দলটোৰ বাবে বিশেষ লাভ নহলেও লোকচান নহয়। কিন্তু বাংলাদেশৰ শেষৰখন খেল হ’ব ডু অৰ ডাই। আনহাতে ভাৰতে যদি আজিৰ মেচত জয়লাভ কৰে তেন্তে মুঠ ৪ পইণ্টেৰে ছেমি ফাইনেলৰ টিকট নিশ্চিত হ’ব। মেচ বাতিল হ’লে, পইণ্ট ভাগ হৈ ভাৰতৰ মুঠ ৩ পইণ্ট হোৱাৰ বিপৰীতে বাংলাদেশৰ ১ পইণ্ট হব।

সেয়ে যদিহে আজিৰ খেল বাতিল হয়, তেন্তে ভাৰতে শেষৰখন লীগ মেচত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ পাব। অষ্ট্ৰেলিয়াৰ সৈতে অন্তিমখন খেল খেলিব লাগিব ভাৰতে। এই পৰ্যন্ত ভাৰত আৰু অষ্ট্ৰেলিয়াই এখন এখন খেলত জয়লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian Cricket TeamSuper 8T 20 World Cupworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
Next Post
ধৰ্ম সলনি কৰিব নে সোনাক্ষীয়ে! আনহাতে শত্ৰুঘ্ন সিন্হাই ক’লে ২৩ তাৰিখে বিবাহৰ পাৰ্টীহে

ধৰ্ম সলনি কৰিব নে সোনাক্ষীয়ে! আনহাতে শত্ৰুঘ্ন সিন্হাই ক'লে ২৩ তাৰিখে বিবাহৰ পাৰ্টীহে

২৩ জুনৰ ৰাশিফলঃ আজি মেষ, মিথুন, সিংহ আৰু মীন ৰাশিৰ লোকসকল কিছু সাৱধানে থাকিব, বিশেষ ৰাশিৰ ওপৰত থাকিব লক্ষ্মীৰ আশীৰ্বাদ

২৩ জুনৰ ৰাশিফলঃ আজি মেষ, মিথুন, সিংহ আৰু মীন ৰাশিৰ লোকসকল কিছু সাৱধানে থাকিব, বিশেষ ৰাশিৰ ওপৰত থাকিব লক্ষ্মীৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.