• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহু-কেতুৱে গতি সলনি কৰিলেই লাভৱান হ’ব ৫টা ৰাশি, কোটিপতি হ’ব ৫ ৰাশিৰ অধিপতি

ৰাহু-কেতুৱে গতি সলনি কৰিলেই লাভৱান হ’ব ৫টা ৰাশি, কোটিপতি হ’ব ৫ ৰাশিৰ অধিপতি

2 years ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

22 minutes ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

1 hour ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

14 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

14 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

15 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

16 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

17 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

17 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

18 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

18 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

19 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহু-কেতুৱে গতি সলনি কৰিলেই লাভৱান হ’ব ৫টা ৰাশি, কোটিপতি হ’ব ৫ ৰাশিৰ অধিপতি

editor by editor
June 26, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ৰাহু-কেতুৱে গতি সলনি কৰিলেই লাভৱান হ’ব ৫টা ৰাশি, কোটিপতি হ’ব ৫ ৰাশিৰ অধিপতি
0
SHARES
632
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাহু-কেতুৱে গতি সলনি কৰিলেই লাভৱান হ’ব ৫টা ৰাশি, কোটিপতি হ’ব ৫ ৰাশিৰ অধিপতি

ধৰ্মীয় বিশ্বাস অনুসৰি ৰাহুক ৰহস্য গ্ৰহ আৰু কেতুক মোক্ষ গ্ৰহ বুলি গণ্য কৰা হয়। যেতিয়াই এই দুটা গ্ৰহ একেলগে ৰাশি বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়াই কিছুমান ৰাশি তাৰ পৰা উপকৃত হয়। একে সময়তে কিছুমান ৰাশিৰ লোকৰ জীৱনত অশান্তি আহে।

বৈদিক পঞ্জিকা অনুসৰি ২০২৪ চনৰ ৮ জুলাইত ৰাহু গ্ৰহই ৰাতিপুৱা ০৪:১২ বজাত উত্তৰভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। ইয়াৰ পিছত এই দিনটোত কেতুৱেও নিজৰ গতিপথ সলনি কৰিব। ২০২৪ চনৰ ৮ জুলাইত পুৱা ০৪:১২ বজাত হস্ত নক্ষত্ৰত কেতুৱে দিশ সলনি কৰিব।

ৰাহু-কেতুৰ গতি সলনি কৰিলে গোটেইকেইটা ৰাশিৰ ওপৰতে প্ৰভাৱ পেলাব তথা পৰিৱৰ্তন আনিবব। কিন্তু পাঁচটা ৰাশিৰ জীৱনত বহু সফলতা আৰু ইতিবাচক পৰিৱৰ্তন আনিব।

কৰ্কট ৰাশি
নিয়োজিত লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। নতুন বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে। নিজাকৈ কাপোৰৰ দোকান থকা মানুহে টকা উপাৰ্জনৰ নতুন সুযোগ পাব। ইয়াৰ ফলত অৰ্থনৈতিক পৰিস্থিতিও শক্তিশালী হ’ব।

মীন ৰাশি
এই সময়ত ব্যৱসায়ীসকলে যদি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে তেন্তে ভৱিষ্যতে লাভ কৰিব পাৰিব। বিবাহিত জীৱনত প্ৰেম আহিব। সংগীৰ লগত সময় কটালে মানসিক শান্তি পাব। ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দৰ কলেজত নামভৰ্তি কৰিব পাৰিব।

বৃশ্চিক ৰাশি
বিবাহিত জীৱন সুখী হ’ব। আৰ্থিক সুবিধাও থাকিব পাৰে। আয় বৃদ্ধি পাব পাৰে। ঋণৰ পৰা মুক্তি পাব পাৰে। অংশীদাৰিত্বৰে কাম কৰা লোকসকলৰ ব্যৱসায়ে গতি লাভ কৰিব পাৰে। নিজৰ ইচ্ছামতে যিকোনো ঠাইতে সম্পত্তি কিনিব পাৰিব।

মকৰ ৰাশি
প্ৰতিটো কামতে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ভাগ্যৰ সমৰ্থন। ইয়াৰ কাৰণে ভাল নম্বৰ পাই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে। সংবাদ মাধ্যমৰ সৈতে জড়িত ক্ষেত্ৰত কাম কৰা লোকৰ দৰমহা বৃদ্ধি পাব পাৰে। যিকোনো নতুন বস্তু কিনাৰ বাবে এইটোৱেই উপযুক্ত সময়।

তুলা ৰাশি
এই সময়খিনি আপোনাৰ বাবে ষ্টক মাৰ্কেটত বিনিয়োগৰ বাবে উপযুক্ত হ’ব। পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ভাল হব। বিবাহিত জীৱনত প্ৰেম আৰু সুখ আহিব। এই সময়ত শিল্পৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে নতুন বাহন ক্ৰয় কৰাৰ উত্তম সময়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24assam liveassam live 24assam live 24 digitalAssam Newsaxom liveaxom live 24news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক
বাণিজ্য

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

July 27, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

July 27, 2026
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!
জীৱনশৈলী

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

July 26, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

July 26, 2026
Next Post
‘কেজৰিৱালে মনীশ শিশোদিয়াৰ ওপৰত জাপি দিলে সকলো দোষ’ চিবিআইৰ ডাঙৰ দাবী

'কেজৰিৱালে মনীশ শিশোদিয়াৰ ওপৰত জাপি দিলে সকলো দোষ' চিবিআইৰ ডাঙৰ দাবী

এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?

এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.