• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?

1 year ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

14 hours ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

15 hours ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

16 hours ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

18 hours ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

1 day ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

2 days ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 15, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?

এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?

editor by editor
June 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহে জম্মু কাশ্মীৰত অৱস্থিত বৈষ্ণুদেৱী মন্দিৰলৈ দৰ্শনৰ বাবে যায়৷ খোজকাঢ়ি বা ঘোঁৰাত উঠিয়েই অধিকাংশ তীৰ্থযাত্ৰীয়ে বৈষ্ণদেৱী দৰ্শন কৰে৷ এইবাৰ জম্মুৰ পৰা কোনো অসুবিধা নোহোৱাকৈ আকাশীপথেৰেই আপুনি বৈষ্ণদেৱীলৈ যাব পাৰিব৷ তীৰ্থযাত্ৰীয়ে বিচাৰিলে এদিনতেই দৰ্শন কৰি জম্মুলৈ উভতিও যাব পাৰিব৷ তীৰ্থযাত্ৰীৰ সুবিধাৰ বাবে এই নতুন হেলিকপ্টাৰ পৰিসেৱা আৰম্ভ কৰা হৈছে৷ ৰিয়াছি জিলাৰ ত্ৰিকুট পাহাৰত অৱস্থিত বৈষ্ণদেৱী মন্দিৰ দৰ্শনত যোৱা তীৰ্থযাত্ৰীসকলে বেছকেম্প কাটৰাত প্ৰথমে উপস্থিত হ’ব লাগিব৷ কাটৰাৰ পৰা মন্দিৰৰ ওচৰত থকা ছাঙ্কি ছট পৰ্যন্ত হেলিকপ্টাৰ সেৱা পূৰ্বৰে পৰাই আছিল৷

এই যাত্ৰাৰ বাবে পূৰ্বতে জনেপ্ৰতি ভাড়া আছিল ২১০০ টকা৷ জম্মুৰ পৰা নতুন হেলিকপ্টাৰ পৰিসেৱাৰ বাবে তীৰ্থযাত্ৰীয়ে ৱেবচাইট https://online.maavaishnodevi.org/ৰ মাধ্যমেৰে বুকিং কৰিব লাগিব৷ হেলিকপ্টাৰ পৰিসেৱাৰ বাবে অফিচিয়েল ৱেবচাইটত গৈ লগ ইন কৰি সকলো বিৱৰণ দি অনলাইন টিকেট কাটিব লাগিব৷ ইমেইলৰ মাধ্যমেৰে আপোনালৈ টিকট পঠিয়াব ৱেবটাইটটোৱে৷ প্ৰতিদিনে চাৰিখনকৈ হেলিকপ্টাৰ উৰিব৷ দিনটোৰ বেলেগ বেলেগ সময়ত উৰা মাৰিব হেলিকপ্টাৰকেইখনে৷

বৈষ্ণদেৱী তীৰ্থক্ষেত্ৰ বৰ্ডৰ মুখপাত্ৰই জনাইছে যে এই পৰিসেৱাৰ বাবে তীৰ্থযাত্ৰীয়ে পূৰ্বতকৈ বেছি আৰামদায়কভাৱে বৈষ্ণদেৱী মন্দিৰ দৰ্শন কৰিব পাৰিব৷ ইয়াৰোপৰি জৰুৰীকালীন সেৱাৰ বাবেও এই ব্যৱস্থা সুবিধাজনক হ’ব৷ এই পৰিসেৱাৰ বাবে মন্দিৰৰ ৱেবচাইটত গৈ টিকট বুকিং কৰিব লাগিব ভক্তসকলে৷ এই যাত্ৰাৰ বাবে দুইধৰণৰ পেকেজৰ ব্যৱস্থা কৰা হৈছে৷ এদিনতে গৈ উভতি অহা আৰু নিশা যাপন কৰি পিছদিনা  উভতি অহাৰ বাবেও পূৰ্বেই টিকট বুকিং কৰিব লাগিব৷ অন্যহাতে দুদিনীয়া যাত্ৰাৰ বাবে হেলিকপ্টাৰৰ ভাড়া হৈছে ৫০হাজাৰ টকা৷ এদিনৰ পেকেজ  নিৰ্বাচন কৰা যাত্ৰীয়ে পাঞ্চি হেলিপেডৰ পৰা বেটেৰিচালিত বাহনত নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হ’ব যাত্ৰীক৷ বিশেষভাৱে দৰ্শন কৰাই ভৈৰো মন্দিৰলৈ যোৱাৰ বাবে টিকট আৰু তাৰপাছত হেলিকপ্টাৰেৰে আকৌ জম্মু বিমানবন্দৰলৈ লৈ যোৱা হ’ব৷ এই ৫০ হাজাৰ পেকেজৰ ভিতৰতেই এই সুবিধা লাভ কৰিব যাত্ৰীয়ে৷ এই যাত্ৰাত তিনিবাৰ খাদ্য যোগানৰো ব্যৱস্থা থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

July 14, 2025
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

July 14, 2025
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

July 14, 2025
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
Next Post
ৰামায়ণৰ যুদ্ধৰ পাছত ক’ত গ’ল ৰামৰ ১ লাখ বান্দৰ সেনা? জানক সবিশেষ কাহিনী

এক ডজন সন্তান, একাধিক মহিলাৰ সৈতে সম্পৰ্ক, টেছলাৰ মালিক মাস্কৰ ৰঙীন জীৱনলৈ আহিল আৰু এক সন্তান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন