• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক ডজন সন্তান, একাধিক মহিলাৰ সৈতে সম্পৰ্ক, টেছলাৰ মালিক মাস্কৰ ৰঙীন জীৱনলৈ আহিল আৰু এক সন্তান

এক ডজন সন্তান, একাধিক মহিলাৰ সৈতে সম্পৰ্ক, টেছলাৰ মালিক মাস্কৰ ৰঙীন জীৱনলৈ আহিল আৰু এক সন্তান

2 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

4 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

4 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

5 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

6 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

6 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

8 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

8 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

9 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

10 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

11 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

11 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এক ডজন সন্তান, একাধিক মহিলাৰ সৈতে সম্পৰ্ক, টেছলাৰ মালিক মাস্কৰ ৰঙীন জীৱনলৈ আহিল আৰু এক সন্তান

এক ডজন সন্তান, একাধিক মহিলাৰ সৈতে সম্পৰ্ক, টেছলাৰ মালিক মাস্কৰ ৰঙীন জীৱনলৈ আহিল আৰু এক সন্তান

editor by editor
June 26, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
এক ডজন সন্তান, একাধিক মহিলাৰ সৈতে সম্পৰ্ক, টেছলাৰ মালিক মাস্কৰ ৰঙীন জীৱনলৈ আহিল আৰু এক সন্তান
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ পিতৃ হ’ল ধনকুবেৰ এলন মাস্ক৷ এই সদ্যোজাত সন্তানসহিতে তেওঁ এতিয়া ১২টা সন্তানৰ পিতৃ৷ ১২ সন্তানৰ পিতৃ মাস্কৰ জীৱনধাৰণ পদ্ধতিটোৱেই বেছ ৰঙীন৷ সেয়ে মাস্কক লৈ কৌতুহলৰ শেষ নাই জনসাধাৰণৰ৷ একাধিক নাৰীৰ সৈতে সম্পৰ্কও কথাও মাজে মাজে চৰ্চাত আছে৷ কেৱন সম্পৰ্কত থকাই নহয়, এই সকলো সম্পৰ্কতেই তেওঁ পিতৃও হৈছে৷ ২০২১ চনৰ পাছত আকৌ এবাৰ পিতৃ হ’ল এলন মাস্ক৷ সন্তানটোৰ জন্মৰ লগে লগেই মাস্ক আৰু শিভন জিলিছ নামৰ মহিলাগৰাকীৰ সম্পৰ্কৰ কথাও ৰাজহুৱা হৈ পৰিল৷ শিভন জিলিছৰ সৈতে মাস্কৰ সম্পৰ্ক থকাৰ কথা পূৰ্বে চৰ্চা হৈছিল যদিও মাজতে কিছুদিন ধৰি এই সম্পৰ্ক ফাঁট মেলা বুলিও চৰ্চা হৈছিল৷ অৱশেষত সেই জিলিছেই আকৌ জন্ম দিলে মাস্কৰ তৃতীয়গৰাকী সন্তান৷

মাস্কৰ দ্বাদশ সন্তানৰ কথা মাস্কে অফিচিয়েলি প্ৰকাশ কিয় কৰা নাই বুলি প্ৰশ্ন উত্থাপিত হৈ থকাৰ সময়তে এইবাৰ মাস্কে নিজেই জনাইছে সন্তান অহাৰ খবৰ৷ তেওঁ কয়, ‘সন্তানক লৈ গোপনীয়তা অৱলম্বন কৰাৰ কি কথা আছে৷ পৰিয়াল বন্ধু-বান্ধৱ সকলোৱে এই বিষয়ে জানে৷ মাস্কৰ দ্বাদশ সন্তানৰ মাতৃ জিলিছো এলাপেছা মহিলা নহয়৷ জিলিছ নিউৰলিংক সংস্থাৰ অপাৰেছন আৰু বিশেষ প্ৰজেক্টৰ ডাইৰেক্টৰ৷ ২০২২ চনৰ পূৰ্বে মাস্ক আৰু জিলিছৰ সম্পৰ্কৰ কথা কোনোৱে জনা নাছিল৷ এই সম্পৰ্কৰ কথা আলোচনাৰ আওঁতালৈ আহে তেতিয়া যেতিয়া তেওঁলোকে তেওঁলোকৰ যমজ সন্তানৰ নাম পৰিবৰ্তন কৰাৰ বাবে আবেদন কৰিছিল৷

নিউৰলিংক সংস্থাৰ সহ প্ৰতিষ্ঠাতা হৈছে মাস্ক৷ এই সংস্থাৰ কাম কৰাৰ পূৰ্বে জিলিছে অপেন এআইৰ কাম কৰিছিল৷ অপেন এ আই তৈয়াৰ কৰাটো অন্যতম ভূমিকা আছে মাস্কৰ৷ তেওঁলোকে  পেছাগত দিশত মাস্কৰ হৈছে জিলিছৰ যোগাযোগ বহু পুৰণি৷ আনকি এই যুগলৰ মাজত কেতিয়াৰ পৰা প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে সেয়া কিন্তু কোনোৱে স্পষ্টভাৱে প্ৰকাশ কৰা নাই৷

জিলিছৰ সৈতে সম্পৰ্ক থকাৰ সময়ত এইবাৰ তৃতীয়বাৰৰ বাবে পিতৃ হৈছে এলন মাস্ক৷ জিলিছৰ পূৰ্বে কানাডিয়ান সংগীতশিল্পী গ্ৰাইমছৰ সৈতে সম্পৰ্ক আছিল তেওঁৰ৷ সেই সম্পৰ্কত থকাৰ সময়ত মাস্ক তিনিবাৰ পিতৃ হৈছিল৷ ২০২৩ চনত মাস্ক গ্ৰাইমচৰ এটি সন্তান চৰ্চালৈয়ো আহিছিল৷ সেই সময়ত মাস্কে নিজেই তেওঁৰ সন্তানৰ সৈতে সময় কটোৱাৰ ছবি সামাজিক মাধ্যমত পষ্ট কৰিছিল৷

ধনকুবেৰৰ সন্তান বুলিয়েই চৰ্চা হৈছিল তেনে নহয়৷ এলন আৰু গ্ৰাইমছৰ নিজৰ সন্তানৰ যি নাম সেই নামক লৈয়ে আচৰিত হৈছিল মাস্কৰ অনুৰাগী৷ কাৰণ সেই নাম উচ্চাৰণ কৰা সহজ নহয়৷ সেই নামৰ অৰ্থও অদ্ভুত৷  ইয়াৰোপৰি মাস্কৰ প্রথমা স্ত্ৰী জাষ্টিন উইলছনৰ আছে পাঁচগৰাকী সন্তান৷ ২০০২ চনত তেওঁলোকৰ জ্যেষ্ঠ সন্তানটো জন্ম হৈছিল৷ কিন্তু ১০ সপ্তাহৰ ভিতৰতে জটিল ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাই জাষ্টিন মাস্কৰ জ্যেষ্ঠ সন্তানটোৱে৷ পাছলৈ ২০০৮ চনত বিচ্ছেদ হয় মাস্ক আৰু জাষ্টিনৰ৷ এই বিচ্ছেদৰ ২ বছৰ পাছত অৰ্থাৎ ২০১০ চনত আকৌ বিয়া কৰাই মাস্কে৷

অভিনেত্ৰী তালুলাহ ৰিলিক বিয়া কৰাই মাস্কে৷ সেইবাৰো তেওঁৰ সম্পৰ্ক বেছিদিন নিটিকিল৷ ২০১২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়৷ কিন্তু এই বিচ্ছেদৰ মাত্ৰ কেইমাহমান পাছত অৰ্থাৎ ২০১৩ চনত আকৌ বিবাহবন্ধনত আৱদ্ধ হয় মাস্ক-ৰিলিক৷ নতুনকৈ সম্পৰ্ক আৰম্ভ কৰিলেও ২০১৬ চনত তেওঁলোকৰ বিচ্ছেদ হয়৷  বিশ্বব্যাপী জনসংখ্যা কমোৱাৰ বাবে যি প্ৰচাৰ চলিছে তাৰ বিৰুদ্ধে বাৰে বাৰে সৰৱ হ’লেও মাস্ক এতিয়া ১২ সন্তানৰ পিতৃ৷ তেওঁ বিশ্বাস কৰে যে সভ্যতাৰ ভৱিষ্যতৰ বাবে সন্তানধাৰণ কৰা জৰুৰী৷ বিশেষকৈ উচ্চ আইকিউ সম্পন্ন ব্যক্তিৰ সংখ্যা ক্ৰমশ কমি গৈছে৷ সেয়ে তেওঁ সংখ্যা বঢ়াব খোজে৷ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ উদ্যোগী হ’ব লাগিব৷ আৰু উদ্যোগী সদায়ে উচ্চ আইকিউ সম্পন্ন ব্যক্তি হ’ব লাগিব৷ একমাত্ৰ বেছি সন্তান জন্মদিয়াই প্ৰধান অস্ত্ৰ এই যুঁজত৷

মাস্কৰ জীৱনটোৱে বৰ্ণময়৷ নানান সময়ত নানান বিষয়ক লৈ তেওঁ সংবাদ শিৰোনামলৈ আহে৷ বহু সিদ্ধান্তৰ বাবে বাৰে বাৰে সমালোচিতও হয় মাস্ক৷ কিন্তু বৰ্তমান পৰ্যন্ত তেওঁ কোনো কামতেই পিছুৱাই অহা নাই৷ স্পেছ এক্স আৰু টেছলাৰ মালিক মাস্কৰ ব্যৱসায়িক বুদ্ধিক লৈয়ো আলোচনা চলে৷ ব্যৱসায় বৃদ্ধি কৰিবলৈ এক্সত নানা পৰীক্ষাও চলাইছে মাস্কে৷ কেতিয়াবা যদি নাম পৰিবৰ্তন, কেতিয়াবা আকৌ ব্লু টিক উঠাই দিয়া আদি সিদ্ধান্ত লৈ বিশ্বক আলোচনা কৰিবলৈ বাধ্য কৰাইছে৷

মাস্কৰ ব্যক্তিগত জীৱনো বেছ ৰঙীন৷ সম্প্ৰতি ৱালষ্টিট জাৰ্নেলৰ এক প্ৰতিবেদনে দাবী কৰে যে স্পেছ এক্সৰ দুগৰাকী কৰ্মীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল মাস্কে৷ দুগৰাকীয়েই স্পেছ এক্সত ইন্টাৰ্ণ কৰিবলৈ আহিছিল৷ মাস্কে আনকি তেওঁলোকৰ মাজত এগৰাকীক সন্তান ধাৰণৰ প্রস্তাৱো দিছিল৷ বিষয়টোক লৈ মাস্কক বহুতে সমালোচনা কৰিছিল৷ তাৰমাজতেই এইবাৰ আকৌ আহিছে মাস্ক পিতৃ হোৱাৰ খবৰ৷ কিন্তু সন্তানটো লৰা নে ছোৱালী সেই সম্পৰ্কে স্পষ্টকৈ এতিয়াও জনোৱা নাই মাস্কে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
Next Post
অৰ্জূনৰ বাৰ্থডে পাৰ্টীত মালাইকা নাই…প্ৰেম নহয় এইবাৰ চৰম পৰ্যায়ত তিক্ততাহে!

অৰ্জূনৰ বাৰ্থডে পাৰ্টীত মালাইকা নাই...প্ৰেম নহয় এইবাৰ চৰম পৰ্যায়ত তিক্ততাহে!

বিজ্ঞানো য’ত থমকি ৰয়… কৈলাশ পৰ্বতৰ এই ৬ ৰহস্য জানেনে?

বিজ্ঞানো য’ত থমকি ৰয়... কৈলাশ পৰ্বতৰ এই ৬ ৰহস্য জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.