• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনন্ত-ৰাধিকাৰ বিয়াত প্ৰধানমন্ত্ৰী, নৱদম্পতিক আশীৰ্বাদেই নহয় মোদীয়ে দিলে এই দামী উপহাৰো 

অনন্ত-ৰাধিকাৰ বিয়াত প্ৰধানমন্ত্ৰী, নৱদম্পতিক আশীৰ্বাদেই নহয় মোদীয়ে দিলে এই দামী উপহাৰো 

2 years ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

24 minutes ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

59 minutes ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

3 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

4 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

4 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

4 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

5 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

5 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

19 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

19 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

19 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অনন্ত-ৰাধিকাৰ বিয়াত প্ৰধানমন্ত্ৰী, নৱদম্পতিক আশীৰ্বাদেই নহয় মোদীয়ে দিলে এই দামী উপহাৰো 

অনন্ত-ৰাধিকাৰ বিয়াত প্ৰধানমন্ত্ৰী, নৱদম্পতিক আশীৰ্বাদেই নহয় মোদীয়ে দিলে এই দামী উপহাৰো 

editor by editor
July 14, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ৰাজনীতি
0
অনন্ত-ৰাধিকাৰ বিয়াত প্ৰধানমন্ত্ৰী, নৱদম্পতিক আশীৰ্বাদেই নহয় মোদীয়ে দিলে এই দামী উপহাৰো 
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১২ জুলাইত সাতোজনমলৈ এক হ’ল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট৷ তেওঁলোকৰ বিয়াত সমগ্ৰ বিশ্বৰ বহু তাৰকা উপস্থিত হৈছে৷ চিনেমা, ক্ৰিকেট, ৰাজনীতিৰ পৰা হলীউডলৈকে সকলোবোৰেই আমন্ত্ৰিত হৈছিল এই বিয়াত৷ শনিবাৰে অনন্ত-ৰাধিকাৰ বিবাহৰ পাছত আশীৰ্বাদ পৰ্বত উপস্থিত হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও৷ প্ৰধানমন্ত্ৰীক গেটৰ পৰা আদৰি নিলে মুকেশ আৰু নীতা আম্বানীয়ে৷

শনিবাৰে নিশা অনন্ত ৰাধিকাৰ আশীৰ্বাদ অনুষ্ঠান আছিল৷ সেই অনুষ্ঠানতেই উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী৷ বিবাহৰ দিনা তেওঁ আহিব নোৱাৰিলে যাৰবাবে এই অনুষ্ঠানত উপস্থিত হৈছে মোদী৷ অনুষ্ঠানত উপস্থিত হৈ নৱদম্পত্তিক মোদীয়ে আশীৰ্বাদ দিয়াই নহয়, দিলে বিলাসী উপহাৰো৷ এই অনুষ্ঠানস্থলত উপস্থিত হৈ নীতা আম্বানীক নমস্কাৰ জনাই মোদীয়ে৷ মঞ্চত মোদী উঠাৰ লগে লগেই প্ৰধানমন্ত্ৰীৰ ভৰি চুই আশীৰ্বাদ লয় নৱদম্পত্তিয়ে৷ মোদীয়েও আশীৰ্বাদ দিয়ে নৰেন্দ্ৰ মোদীক৷

কি উপহাৰ দিলে প্রধানমন্ত্ৰীয়ে?

নৱদম্পতিহালক কেৱল আশীৰ্বাদ দিয়াই নহয় মোদীয়ে দিছে বিশেষ উপহাৰো৷ দুটা বৃহৎ আকাৰৰ পেকেট ৰাধিকা আৰু অনন্তৰ হাতত তুলি দিয়ে মোদীয়ে৷ সেই বিশেষ পেকেট দুটাৰ ওপৰত লিখা আছিল নমো৷ এই পেকেটৰ এটাত আছিল ৰূপৰ কাঁহি তাত সজাই থোৱা আছে দেৱ দেৱীৰ মূৰ্তি৷ অৱশ্যে আনটো পেকেটত কি আছে সেয়া জানিব পৰা হোৱা নাই৷

বিশ্বৰ অন্যতম ধনী ব্যক্তি ৰিলায়েন্সৰ কৰ্তা মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ সন্তান অনন্তৰ সৈতে ব্যৱসায়ী কন্যা ৰাধিকা মাৰ্চেণ্টৰ বিয়া হয় ১২ জুলাই শুকুৰবাৰে৷ বছৰৰ প্ৰায় ছমাহ দিনধৰি দুয়োৰে প্ৰাক বিবাহৰ অনুষ্ঠান চলি আছে৷ বিয়াৰ জাকজমকতা আৰু বৈভৱ দেখি অবাক হৈছে সমগ্ৰ বিশ্ব৷ শুকুৰবাৰে সামাজিক ৰীতি নীতিয়ে দুয়ো বিয়াত বহে৷

কোন নাই এই বিয়াৰ অনুষ্ঠানত৷ শ্বাহৰুখ, ছলমান, প্ৰিয়ংকা, দীপিকাকে ধৰি প্ৰায় সকলো তাৰকাই এই অনুষ্ঠানত৷ আনকি হলীউড অভিনেতা তথা WWE খেলুৱৈ জন ছিনাও আহিছে এই অনুষ্ঠানলৈ৷ প্ৰাক্তন ব্ৰিটিছ প্ৰেছিডেণ্ট বৰিছ জনছন, টনি ব্লেয়াৰৰ পৰা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্ডে, চন্দ্ৰবাবু নাইডু, শাৰদ পাৱাৰ, মমতা বেনাৰ্জীকো দেখা গ’ল এই অনুষ্ঠানত৷

আম্বানীৰ বিয়াৰ অতিথিসকলক অনা নিয়া কৰাৰ বাবে তিনিখন ফেলকন-২০০০ জেট বিমান ভাড়া কৰিছিল মুকেশ আম্বানীয়ে৷ বিয়াত আমন্ত্ৰিত বিশিষ্ট অতিথিসকলক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনা নিয়াৰ কাম কৰিছে এই বিদেশী জেট চাৰ্টাৰ্ড বিমানে৷ কেৱল ১০ আসনবিশিষ্ট এই তিনিখন জেটেই নহয়, অন্তত ১০০খন বিমান তিনিদিন ধৰি অতিথিসকলৰ বাবে নিয়োজিত হৈ আছে৷ এই বিমানৰ প্ৰতিঘণ্টাৰ ভাড়া হৈছে ৭লাখ ২০ হাজাৰ টকা৷ আনুসংগিক খৰচ পৃথক৷

ইতিমধ্যেই মুম্বাই পুলিছে বিগত ১২ জুলাইৰ পৰা ১৫ জুলাই পৰ্যন্ত বান্দা-কুৰালা কমপ্লেক্সমুখী সমস্ত ৰাস্তাত সাধাৰণ যান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কেৱলমাত্ৰ বিয়ালৈ অহা বাহনহে এই ৰাস্তাৰে আহিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
Next Post
৪৬ বছৰৰ মূৰকত খোল খালে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ,  কি কি আচৰিত সামগ্ৰী উদ্ধাৰ ভিতৰত

৪৬ বছৰৰ মূৰকত খোল খালে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ, কি কি আচৰিত সামগ্ৰী উদ্ধাৰ ভিতৰত

সাৱধানে থাকিব এই ৩ ৰাশিৰ লোক, দুদিনৰ পাছত সূৰ্যৰ পৰিৱৰ্তনে আনিব পাৰে ক্ষতিৰ সম্ভাৱনা

সাৱধানে থাকিব এই ৩ ৰাশিৰ লোক, দুদিনৰ পাছত সূৰ্যৰ পৰিৱৰ্তনে আনিব পাৰে ক্ষতিৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.