• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধানে থাকিব এই ৩ ৰাশিৰ লোক, দুদিনৰ পাছত সূৰ্যৰ পৰিৱৰ্তনে আনিব পাৰে ক্ষতিৰ সম্ভাৱনা

সাৱধানে থাকিব এই ৩ ৰাশিৰ লোক, দুদিনৰ পাছত সূৰ্যৰ পৰিৱৰ্তনে আনিব পাৰে ক্ষতিৰ সম্ভাৱনা

2 years ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

11 seconds ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

42 minutes ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

14 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

14 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

14 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

15 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

15 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

16 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

16 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

17 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

18 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধানে থাকিব এই ৩ ৰাশিৰ লোক, দুদিনৰ পাছত সূৰ্যৰ পৰিৱৰ্তনে আনিব পাৰে ক্ষতিৰ সম্ভাৱনা

editor by editor
July 14, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
সাৱধানে থাকিব এই ৩ ৰাশিৰ লোক, দুদিনৰ পাছত সূৰ্যৰ পৰিৱৰ্তনে আনিব পাৰে ক্ষতিৰ সম্ভাৱনা
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাৱধানে থাকিব এই ৩ ৰাশিৰ লোক, দুদিনৰ পাছত সূৰ্যৰ পৰিৱৰ্তনে আনিব পাৰে ক্ষতিৰ সম্ভাৱনা

জ্যোতিষ শাস্ত্ৰৰ হিচাপ অনুসৰি সিংহ ৰাশিৰ শাসক গ্ৰহ সূৰ্য্যই দুদিনৰ পিছত অৰ্থাৎ ২০২৪ চনৰ ১৬ জুলাইত বুধ গ্ৰহৰ ৰাশি মিথুন ৰাশিৰ পৰা ওলাই আহি চন্দ্ৰ গ্ৰহৰ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। ৰাশিৰ এই পৰিৱৰ্তনে ৩টা ৰাশিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এই ৩টা ৰাশি কোন কোন আৰু এই ৰাশিয়ে মানুহৰ জীৱনত কি নেতিবাচক প্ৰভাৱ পেলাব পাৰে?

বৃষ ৰাশি
কৰ্কট ৰাশিত সূৰ্য্যৰ প্ৰৱেশে বৃষ ৰাশিৰ লোকৰ বাবে প্ৰতিকূল বুলি প্ৰমাণিত হ’ব পাৰে। ব্যৱসায়ীসকলে নিজৰ কামত ভুল সিদ্ধান্ত ল’ব পাৰে। প্ৰতিদ্বন্দ্বী ব্যৱসায়ীয়ে লোকচানৰ সৃষ্টি কৰিব পাৰে। লাভৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। হৈ থকা কামবোৰ নষ্ট হ’ব পাৰে। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে এতিয়াই বাৰণ কৰক তেনে চিন্তা, কাৰণ সময় অনুকূল নহয়। আৰ্থিক সংকট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঋণ লোৱাৰ প্ৰয়োজন হব পাৰে। সম্পত্তিৰ বিষয়ত ঘৰত বিবাদ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত অসন্তুষ্টি বাঢ়িব পাৰে।

কন্যা ৰাশি
কৰ্কট ৰাশিত সূৰ্য্যৰ ট্ৰেনজিটৰ প্ৰভাৱ কন্যা ৰাশিৰ লোকৰ জীৱনতো পৰিব। ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ স্বাস্থ্যৰ ওপৰত পৰিব। ডিঙিৰ ওপৰৰ অংশৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাই অসুবিধাৰ সৃষ্টি কৰিব পাৰে। প্ৰকৃতিত খং আৰু খিংখিঙীয়াতা বৃদ্ধি পাব পাৰে। সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। অপচয় কৰা ব্যয়ে আৰ্থিক সমস্যা বৃদ্ধি কৰিব পাৰে। অফিচৰ কামৰ বোজাৰ বাবে নিয়োজিত লোক অশান্তি পাব পাৰে। পাৰিবাৰিক বিবাদ বাঢ়িব পাৰে।

মকৰ ৰাশি
কৰ্কট ৰাশিত সূৰ্য্যৰ প্ৰৱেশ মকৰ ৰাশিৰ লোকৰ বাবে ঋণাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। আপোনাৰ আত্মবিশ্বাস কমি যাব। আপোনাৰ স্বভাৱত বিলম্ব কৰাৰ প্ৰৱণতা গঢ় লৈ উঠিব। ব্যৱসায়িক কামত গুৰুতৰ লোকচানৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰকল্পত বাধাৰ সন্মুখীন হ’ব পাৰে। হৈ থকা কামবোৰ নষ্ট হ’ব পাৰে। নিয়োজিত লোকসকলৰ সহকৰ্মীৰ লগত মতানৈক্য বা কাজিয়া হ’ব পাৰে। মানসিক সমস্যা বাঢ়ি অহাৰ বাবে আপুনি টোপনি নোহোৱা সমস্যাৰ সৈতে যুঁজিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AsrtroastrologySueya GrahasuryazodiacZodiac Sign
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক
প্ৰযুক্তি

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

September 6, 2026
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত
বাণিজ্য

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

September 6, 2026
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
Next Post
অন্তিমখেলত স্থান পালে ৰিয়ানে, কৰিব পাৰিব নে চমৎকাৰ

অন্তিমখেলত স্থান পালে ৰিয়ানে, কৰিব পাৰিব নে চমৎকাৰ

ট্ৰাম্পৰ সৈতে সম্পৰ্ক আছে আক্ৰমণকাৰীৰ,  সত্যতা প্ৰকাশ

ট্ৰাম্পৰ সৈতে সম্পৰ্ক আছে আক্ৰমণকাৰীৰ, সত্যতা প্ৰকাশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.