• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাম্পৰ সৈতে সম্পৰ্ক আছে আক্ৰমণকাৰীৰ,  সত্যতা প্ৰকাশ

ট্ৰাম্পৰ সৈতে সম্পৰ্ক আছে আক্ৰমণকাৰীৰ, সত্যতা প্ৰকাশ

2 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

57 minutes ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

1 hour ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

3 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

3 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

4 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

5 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

6 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

6 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

7 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ট্ৰাম্পৰ সৈতে সম্পৰ্ক আছে আক্ৰমণকাৰীৰ, সত্যতা প্ৰকাশ

editor by editor
July 14, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি
0
ট্ৰাম্পৰ সৈতে সম্পৰ্ক আছে আক্ৰমণকাৰীৰ,  সত্যতা প্ৰকাশ
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰাম্পৰ সৈতে সম্পৰ্ক আছে আক্ৰমণকাৰীৰ, সত্যতা প্ৰকাশ

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত গুলীচালনা কৰা ব্যক্তিজনক চিনাক্ত কৰা হৈছে। ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ যৌথ তদন্ত কৰি আছে এফ বি আই, এ এফ টি আৰু ছিক্ৰেট চাৰ্ভিচৰ এজেণ্টে। ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে অভিযুক্তজনক তেওঁৰ ভোটাৰ কাৰ্ডৰ জৰিয়তে চিনাক্ত কৰা হৈছে। অভিযুক্তজন ট্ৰাম্পৰ দলs বুলি কোৱা হৈছে। অভিযুক্তৰ নাম থমাছ ক্ৰুকছ।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিযুক্তৰ ফটো আৰু ভিডিঅ’। যদিও এফ বি আইয়ে এতিয়াও নিশ্চিত কৰা নাই যে থমাছ ক্ৰুকছ আক্ৰমণকাৰী, তথাপিও ট্ৰাম্পৰ ৰেলীত নিয়োজিত স্নাইপাৰে হত্যা কৰা ব্যক্তিজন হৈছে থমাছ ক্ৰুকছ। ট্ৰাম্পক আক্ৰমণ কৰাৰ উদ্দেশ্যও এতিয়াও স্পষ্ট হোৱা নাই।

ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন (এফ বি আই)ৰ মতে, ট্ৰাম্পক আক্ৰমণ কৰা থমাছক তেওঁৰ ভোটাৰ আই ডি কাৰ্ডৰ জৰিয়তে চিনাক্ত কৰা হৈছে। ৰেকৰ্ড অনুসৰি থমাছ একেটা ৰিপাব্লিকান পাৰ্টিৰ সদস্য, যিয়ে ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন কৰিছে। থমাছেও দলটোক দান দিছিল, যিটো আছিল ১৫ ডলাৰ (১২৫০ টকা)।

তদন্ত অনুসৰি থোমাছৰ বয়স আছিল মাত্ৰ ২০ বছৰ। তেওঁ পেনচিলভেনিয়াৰ বেথেল পাৰ্কৰ ওচৰত থাকে। মৌলবাদী সম্প্ৰদায়ৰ সৈতে তেওঁৰ সম্পৰ্ক আছে, আনহাতে তেওঁৰ এটা ভিডিঅ’ ওলাইছে য’ত তেওঁ ট্ৰাম্প আৰু ৰিপাব্লিকানক ঘৃণা কৰা বুলি কোৱা শুনা গৈছে।

এফ বি আইৰ মতে, ৰেলী স্থানৰ ওপৰেৰে চাই থকা অট্টালিকাৰ চাদত যিজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়, তেওঁ হৈছে থমাছ ক্ৰুকছ। মৃতদেহটোৰ ওচৰত এ আৰ-১৫ ছেমি অটোমেটিক ৰাইফল উদ্ধাৰ হয়, য’ৰ পৰা ট্ৰাম্পক ৫ৰ পৰা ৮ বাৰ গুলী চলোৱা হয় যদিও মাত্ৰ এটা গুলীহে ট্ৰাম্পৰ কাণত স্পৰ্শ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AttackerDonald TrumpDonald Trump Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
Next Post
কেঞ্চাৰত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক, মনত কৰি চকু পানী টুকিলে কপিল দেবে

কেঞ্চাৰত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক, মনত কৰি চকু পানী টুকিলে কপিল দেবে

সুগন্ধি নহয়, দুৰ্গন্ধৰ বাবেহে জনাজাত এবিধ বিশেষ ফুল

সুগন্ধি নহয়, দুৰ্গন্ধৰ বাবেহে জনাজাত এবিধ বিশেষ ফুল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.