• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেঞ্চাৰত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক, মনত কৰি চকু পানী টুকিলে কপিল দেবে

কেঞ্চাৰত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক, মনত কৰি চকু পানী টুকিলে কপিল দেবে

2 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

3 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

3 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

4 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

6 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

9 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

9 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

10 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

11 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

11 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

12 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

23 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কেঞ্চাৰত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক, মনত কৰি চকু পানী টুকিলে কপিল দেবে

editor by editor
July 14, 2024
in Uncategorized
0
কেঞ্চাৰত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক, মনত কৰি চকু পানী টুকিলে কপিল দেবে
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেঞ্চাৰত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক, মনত কৰি চকু পানী টুকিলে কপিল দেবে

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক তথা ক্ৰিকেটাৰ অংশুমান গাইকোৱাড বৰ্তমান তেজৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত। এইগৰাকী ৭১ বছৰীয়া প্ৰবীণ ক্ৰিকেটাৰ লণ্ডনত চিকিৎসাধীন হৈ আছে। এই তথ্য পোৱাৰ লগে লগে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সহায়ৰ হাত আগবঢ়াই। অংশুমান গাইকৱাদৰ চিকিৎসাৰ বাবে তৎকালীনভাৱে ১ কোটি টকাৰ ধন দিয়াৰ সিদ্ধান্ত লৈছে ব’ৰ্ডে।

বি চি চি আইৰ সম্পাদক জয় শ্বাহৰ পৰা এই তথ্য পোৱাৰ লগে লগে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হয়। পৰিয়ালৰ লোকৰ সৈতে কথা পাতি থাকোঁতে তেওঁ প্ৰবীণগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰি সহায়ৰ কথা ঘোষণা কৰে।

শনিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱে শ্বেয়াৰ কৰিছিল যে তেওঁৰ সতীৰ্থ অংশুমান গাইকোৱাড কৰ্কট ৰোগত আক্ৰান্ত। তেওঁ কয় যে তেওঁৰ সৈতে খেলা এই বেটছমেনজনে বহু বিপদৰ মাজত আছে। সেয়ে কপিলে বিচিচিআইক সহায় বিচাৰে সতীৰ্থৰ বাবে। সেই আহ্বানতে চকু পানী ওলাই যায় কপিল দেবৰ।

এই খবৰ ওলোৱাৰ লগে লগে বি চি চি আইৰ সম্পাদকে অংশুমান গাইকোৱাডক ১ কোটি টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰে। গাইকৱাদক সহায় কৰিবলৈ ক্ৰিকেট ব’ৰ্ডক আহ্বান জনোৱা প্ৰাক্তন অধিনায়ক কপিল দেৱ আৰু সন্দীপ পাটিলৰ আৱেগিক আবেদনৰ পিছতে বিচিচিআইৰ এই সিদ্ধান্ত লোৱা হৈছে।

বিচিচিআই এপেক্স কাউন্সিলে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, ‘জয় শ্বাহে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক নিৰ্দেশ দিছিল কৰ্কট ৰোগৰ সৈতে যুঁজি থকা প্ৰাক্তন ক্ৰিকেটাৰ অংশুমান গাইকোৱাডক আৰ্থিক সাহায্য প্ৰদানৰ বাবে তৎকালীনভাৱে ১ কোটি টকা মুকলি কৰি দিব লাগে।”

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ডি কে গাইকোৱাডৰ পুত্ৰ অংশুমান গাইকোৱাড। বৰ্তমানে লণ্ডনৰ কিংছ কলেজ হাস্পতালত তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। বিবৃতি অনুসৰি, শ্বাহে গাইকোৱাডৰ পৰিয়ালৰ সৈতেও কথা পাতি পৰিস্থিতিৰ বুজ লৈ সহায় আগবঢ়ায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CancercricketFormer CrickterIndian CricketIndian Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
সুগন্ধি নহয়, দুৰ্গন্ধৰ বাবেহে জনাজাত এবিধ বিশেষ ফুল

সুগন্ধি নহয়, দুৰ্গন্ধৰ বাবেহে জনাজাত এবিধ বিশেষ ফুল

আনে যোৱা বাটে নোযোৱা এগৰাকী বিধায়ক, ৰাজনীতি একাষৰীয়া কৰি প্ৰকৃতি আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰতিটো দেওবাৰ

আনে যোৱা বাটে নোযোৱা এগৰাকী বিধায়ক, ৰাজনীতি একাষৰীয়া কৰি প্ৰকৃতি আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰতিটো দেওবাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.