• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেলকন জেট, ১০০তকৈয়ো অধিক প্ৰাইভেট বিমান বুক! অতিথি অনা নিয়াত কিমান ধন খৰচ কৰিলে আম্বানীয়ে?

ফেলকন জেট, ১০০তকৈয়ো অধিক প্ৰাইভেট বিমান বুক! অতিথি অনা নিয়াত কিমান ধন খৰচ কৰিলে আম্বানীয়ে?

2 years ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

48 minutes ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

2 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

2 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

4 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

12 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

13 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

13 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

14 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

14 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ফেলকন জেট, ১০০তকৈয়ো অধিক প্ৰাইভেট বিমান বুক! অতিথি অনা নিয়াত কিমান ধন খৰচ কৰিলে আম্বানীয়ে?

ফেলকন জেট, ১০০তকৈয়ো অধিক প্ৰাইভেট বিমান বুক! অতিথি অনা নিয়াত কিমান ধন খৰচ কৰিলে আম্বানীয়ে?

editor by editor
July 15, 2024
in বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
ফেলকন জেট, ১০০তকৈয়ো অধিক প্ৰাইভেট বিমান বুক! অতিথি অনা নিয়াত কিমান ধন খৰচ কৰিলে আম্বানীয়ে?
0
SHARES
9.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আক্ষৰিক অৰ্থত বিগ বাজেট ৱেডিং৷ অপেক্ষা শেষ হ’ল, হাজাৰ হাজাৰ লোকৰ উপস্থিতিত সাতপাকত বান্ধ খালে অনন্ত-ৰাধিকা৷ ১২ জুলাইত বিবাহপাশত আৱদ্ধ হয় অনন্ত-ৰাধিকা৷ সংগীত অনুষ্ঠানৰ পৰাই দেশী বিদেশী অতিথিয়ে ভিৰ কৰিছে মুম্বাইৰ এণ্টেলিয়াত৷

প্ৰি ৱেডিং, হালধি, মেহেন্দী, সংগীত অনুষ্ঠান দেখাৰ পাছতেই একাংশই কৈছে সৰু পুত্ৰৰ বিয়াত অকণো কৃপণালী নকৰালৈ ধন ব্যয় কৰিছে আম্বানী পৰিয়ালে৷ প্ৰথম প্ৰি ৱেডিং অনুষ্ঠানতেই মুকেশ আম্বানীয়ে খৰচ কৰিছিল ১০০০ কোটি টকা৷ দ্বিতীয় প্ৰি ৱেডিঙো হৈছিল লাক্সাৰি ক্ৰুজত৷ ইটালী দ্বীপত গৈ দ্বিতীয় প্ৰি ৱেডিং অনুষ্ঠান কৰিছিল৷ তাৰপিছতেই মুম্বাইৰ জিঅ’ গাৰ্ডেনত লেথাৰিকৈ চলিছে অনুষ্ঠান৷

অতিথি অনা নিয়াত কিমান ব্যয় কৰিলে আম্বানীয়ে?

ভাইৰেল খবৰ অনুসৰি অনন্ত-ৰাধিকাৰ বিয়াৰ অনুষ্ঠানৰ অতিথিসকলক অনা নিয়াৰ বাবেও বহু অৰ্থ ব্যয় কৰিছে মুকেশ আম্বানীয়ে৷ অতিথি অনা নিয়াৰ বাবে তিনিখত ফেলকন-২০০০ জেট বুক কৰা হৈছিল৷ ইয়াৰোপৰি ১০০খন প্ৰাইভেট জেট বিমানো বুক কৰা হৈছিল অতিথিসকলক মুম্বাইলৈ অনাৰ বাবে৷ কেৱল বিয়াৰ অনুষ্ঠানতেই নহয় বিদেশী অতিথিসকলক দেশৰ বিভিন্ন স্থানলৈ ফুৰিবলৈ যোৱাৰো ব্যৱস্থা কৰি দিছে আম্বানীয়ে৷ যাতায়াতৰ সুবিধাৰ বাবেই ১০০তকৈ অধিক প্ৰাইভেট বিমান বুক কৰা হৈছে৷ সেই বিমান বুক কৰিবলৈ কেইবা শ কোটি ধন খৰচ কৰিছে আম্বানী পৰিয়ালে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

July 28, 2026
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
Next Post
ষ্টক মাৰ্কেটত Zomatoৰ উত্থান, নিশাৰ ভিতৰতে কোটিপতি কোম্পানীৰ CEO দীপিন্দৰ

ষ্টক মাৰ্কেটত Zomatoৰ উত্থান, নিশাৰ ভিতৰতে কোটিপতি কোম্পানীৰ CEO দীপিন্দৰ

কাজিয়া কৰিলে প্ৰেম বাঢ়ে, গৱেষণাত প্ৰকাশ পাইছে তথ্য, মান অভিমানৰ আৰু কি কি সুফল আছে?

কাজিয়া কৰিলে প্ৰেম বাঢ়ে, গৱেষণাত প্ৰকাশ পাইছে তথ্য, মান অভিমানৰ আৰু কি কি সুফল আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.