• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাজিয়া কৰিলে প্ৰেম বাঢ়ে, গৱেষণাত প্ৰকাশ পাইছে তথ্য, মান অভিমানৰ আৰু কি কি সুফল আছে?

2 years ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

30 minutes ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

38 minutes ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

2 hours ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

3 hours ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

4 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

5 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

6 hours ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাজিয়া কৰিলে প্ৰেম বাঢ়ে, গৱেষণাত প্ৰকাশ পাইছে তথ্য, মান অভিমানৰ আৰু কি কি সুফল আছে?

কাজিয়া কৰিলে প্ৰেম বাঢ়ে, গৱেষণাত প্ৰকাশ পাইছে তথ্য, মান অভিমানৰ আৰু কি কি সুফল আছে?

editor by editor
July 15, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
কাজিয়া কৰিলে প্ৰেম বাঢ়ে, গৱেষণাত প্ৰকাশ পাইছে তথ্য, মান অভিমানৰ আৰু কি কি সুফল আছে?
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পৰ্ক মানেই হাঁহি, কান্দোন আৰু প্ৰমোচনৰ মেলা নহয়৷ ভালপোৱাৰ মানুহজনৰ সৈতে মান অভিমান থাকেই৷ সাম্প্ৰতিক গৱেষণাত জনোৱা অনুসৰি কাজিয়া যিমানেই বেছি হয় সিমানেই সম্পৰ্কৰ বুনিয়াদ দৃহ হয়৷ কাজিয়াই বিৰাগ আনিলেও সেয়া নিষ্পতিও হয়৷ কাজিয়া কৰিলে সম্পৰ্ক কিমান লাভৱান হয়?

সংগীৰ মন বুজা যায়

কাজিয়াৰ সময়ত অনুভূতি আৱেগ চেপি ৰাখিব নোৱাৰি৷ মনৰ মাজত কি চলিছে সেয়া বাহিৰলৈ ওলাই আহে৷ আনকি সেই সময়ত সংগীয়ে আপোনাৰ প্ৰতি কেনে ভাৱ কঢ়িয়াই আছে সেই কথাও বুজা যায়৷ মনত সোমাই থকা ক্ষতৰ কথাও এই সময়ত বুজিব পাৰি৷ ইয়াৰ ফলত বুজাবুজি বহু পৰিমানে বাঢ়ি যায়৷

নিজৰ ভুল বুজা যায়

কোনো বিষয়ক লৈ মনোমালিন্য হৈ থাকিলে নিজৰ ভুল ক’ত কি আছে সেই অনুসুচনাও আহে৷ কাজিয়াৰ অন্তত যেতিয়া নিৰলে সময় কটাই তেতিয়া নিজৰ ভুলসমূহ মানুহে যুকিয়াই চাই৷ সুস্থ স্বাভাৱিক আলোচনাত থাকোতে তেনে অনুসূচনা মানুহৰ নহয়৷ কাজিয়াই সেই দিশটো বুজি উঠাত সহায় কৰে৷

সম্পৰ্কৰ বান্ধোন মজবুত হয়

আদৰ্শ সম্পৰ্ক বুলি একো সম্পৰ্কই নাই৷ সুখী সম্পৰ্কৰো নিৰ্দিষ্ট কোনো ফৰ্মূলা নাই৷ সম্পৰ্কৰ বান্ধোন মজবুত কৰি তোলাৰ নাই কোনো বিশেষ কৌশলো৷ কিন্তু প্ৰেমৰ জোৱাৰত ভাঁহি এজনে আনজনৰ প্ৰতি বিদ্ৰোহী হৈ উঠিলেও এসময়ত বান্ধোন এনে হয়গৈ যে এজনে আনজনৰ অবিহনে জীয়াই থকা কঠিন হৈ পৰে৷ এজনে আনজনৰ ওপৰত ক’ব নোৱাৰাকৈ নিৰ্ভৰশীল হৈ পৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?
জীৱনশৈলী

April 21, 2026
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে
জীৱনশৈলী

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

April 21, 2026
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য
জীৱনশৈলী

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

April 21, 2026
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ
জীৱনশৈলী

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

April 21, 2026
Next Post
কালিৰে পৰা অসমীয়া শাওন মাহ, ৰাশি অনুযায়ী জানি থওক কোন কোন ৰাশিৰ শুভ, কোন ৰাশিৰ অশুভ

ফেচবুকৰ চিনাকি, ১৩ বছৰীয়া প্ৰেম, শেষত পোলেণ্ডৰ জীয়াৰী তেজপুৰৰ বোৱাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন