• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাজেট সন্দৰ্ভত জনতাৰ ‘মন কি বাত’! মুদ্ৰাস্ফীতি, চাকৰি, জি এছ টিৰ ওপৰত ক’লে এই কথা

বাজেট সন্দৰ্ভত জনতাৰ ‘মন কি বাত’! মুদ্ৰাস্ফীতি, চাকৰি, জি এছ টিৰ ওপৰত ক’লে এই কথা

2 years ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

19 minutes ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

1 hour ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

2 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

14 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

14 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

15 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

15 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

16 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

16 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

18 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

19 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বাজেট সন্দৰ্ভত জনতাৰ ‘মন কি বাত’! মুদ্ৰাস্ফীতি, চাকৰি, জি এছ টিৰ ওপৰত ক’লে এই কথা

editor by editor
July 19, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি, লেখা
0
বাজেট সন্দৰ্ভত জনতাৰ ‘মন কি বাত’! মুদ্ৰাস্ফীতি, চাকৰি, জি এছ টিৰ ওপৰত ক’লে এই কথা
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাজেট সন্দৰ্ভত জনতাৰ ‘মন কি বাত’! মুদ্ৰাস্ফীতি, চাকৰি, জি এছ টিৰ ওপৰত ক’লে এই কথা

২৩ জুলাইত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। ৰাইজ আশাবাদী যে এইবাৰ এন ডি এ চৰকাৰে ৰাইজক মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু জি এছ টিৰ পৰা সকাহ দিব। এই ক্ষেত্ৰত গৃহিণীসকল, ব্যৱসায়ী শ্ৰেণী, যুৱক-যুৱতী আদি সকলো আশাবাদী।

চৰকাৰে এইবাৰ পূৰণ কৰিব সকলো আশা, অন্ত পেলাব সমস্যাৰ। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ, জি এছ টিৰ নিয়ম আৰু ডিজেল-পেট্ৰ’লক জি এছ টিৰ পৰিসৰৰ অধীনলৈ অনা, শিক্ষাৰ ক্ষেত্ৰত গধুৰ মাচুলৰ পৰা সকাহ, তাৰোপৰি চৰকাৰী চাকৰি বা কৰ্মসংস্থাপনৰ কিছু সুযোগ।

এই ক্ষেত্ৰত দেশজুৰি
গৃহিণীৰ দাবী-
* দৈনিক ব্যৱহাৰৰ খৰচ কম হ’ব লাগে। বিশেষকৈ শাক-পাচলি আৰু ৰেচনৰ দাম সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা অনুযায়ী হ’ব লাগে।
* শিশুৰ শিক্ষাও মহিলাই কৰে, এনে পৰিস্থিতিত মাচুল কম হ’ব লাগে আৰু কিতাপৰ দাম কম হ’ব লাগে।
* মহিলাসকলে কয় যে সকলো আঁচনি নিম্নবৰ্গৰ লোকৰ বাবে তৈয়াৰ কৰা হৈছে। মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত শ্ৰেণীকো মনত ৰাখি পৰিকল্পনা কৰিব লাগে।

ব্যৱসায়ীসকলৰ মতামত
* ব্যৱসায়ীসকলে কয় যে জি এছ টিত ৰেহাইৰ স্লেব ২০ৰ পৰা ৪০লৈ বৃদ্ধি কৰিব লাগে।
* ডিজেল পেট্ৰলকো জি এছ টিৰ পৰিসৰৰ অধীনলৈ অনা উচিত।
* সমগ্ৰ দেশতে ডিজেল আৰু পেট্ৰ’লৰ দাম একে হ’ব লাগে, যাতে পেট্ৰ’ল আৰু ডিজেলৰ ব্যৱসায়ত বৈষম্যৰ পৰিস্থিতিৰ অন্ত পৰে।

যুৱচামৰ আশা-
* দেশৰ শিক্ষাৰ স্তৰ উন্নত কৰাৰ দিশত পদক্ষেপ লোৱা উচিত।
* যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনমুখী শিক্ষা প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰা উচিত।
* নিবনুৱা সমস্যা বন্ধ কৰাৰ বাবে চৰকাৰে পদক্ষেপ লব লাগে।
* দেশজুৰি লাখ লাখ পদ খালী হৈ আছে, সেইবোৰ পূৰণ কৰিব লাগে যাতে নিবনুৱা সমস্যা দূৰ হয়।
* চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত ৰিগিং বন্ধ কৰি, মেধাৰ ভিত্তিত চাকৰি দিব লাগে।
* দুৰ্নীতি বন্ধ কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpbudgetBudget 2024gstIndian Budgetnirmala sitaraman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ
বিশ্ব

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
Next Post
উপ-নিৰ্বাচনৰ পূৰ্বে উত্তৰপ্ৰদেশ চৰকাৰত আঘাত, ৰাজ্যিক মন্ত্ৰীৰ পদত্যাগ, যোগী চৰকাৰৰ বিৰুদ্ধে অভিযোগ

উপ-নিৰ্বাচনৰ পূৰ্বে উত্তৰপ্ৰদেশ চৰকাৰত আঘাত, ৰাজ্যিক মন্ত্ৰীৰ পদত্যাগ, যোগী চৰকাৰৰ বিৰুদ্ধে অভিযোগ

দেশজুৰি কাৰ্ফিউ জাৰি শেখ হাছিনা চৰকাৰৰ, আইনশৃংখলা নিয়ন্ত্ৰণৰ বাবে পথে পথে সেনাবাহিনী, বাংলাদেশত হৈছে কি?

দেশজুৰি কাৰ্ফিউ জাৰি শেখ হাছিনা চৰকাৰৰ, আইনশৃংখলা নিয়ন্ত্ৰণৰ বাবে পথে পথে সেনাবাহিনী, বাংলাদেশত হৈছে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.