• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশজুৰি কাৰ্ফিউ জাৰি শেখ হাছিনা চৰকাৰৰ, আইনশৃংখলা নিয়ন্ত্ৰণৰ বাবে পথে পথে সেনাবাহিনী, বাংলাদেশত হৈছে কি?

দেশজুৰি কাৰ্ফিউ জাৰি শেখ হাছিনা চৰকাৰৰ, আইনশৃংখলা নিয়ন্ত্ৰণৰ বাবে পথে পথে সেনাবাহিনী, বাংলাদেশত হৈছে কি?

2 years ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

13 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

13 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

14 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

14 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

14 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

15 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

16 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

16 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

17 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

18 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

19 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দেশজুৰি কাৰ্ফিউ জাৰি শেখ হাছিনা চৰকাৰৰ, আইনশৃংখলা নিয়ন্ত্ৰণৰ বাবে পথে পথে সেনাবাহিনী, বাংলাদেশত হৈছে কি?

দেশজুৰি কাৰ্ফিউ জাৰি শেখ হাছিনা চৰকাৰৰ, আইনশৃংখলা নিয়ন্ত্ৰণৰ বাবে পথে পথে সেনাবাহিনী, বাংলাদেশত হৈছে কি?

editor by editor
July 20, 2024
in অপৰাধ, জীৱনশৈলী, বিশ্ব
0
দেশজুৰি কাৰ্ফিউ জাৰি শেখ হাছিনা চৰকাৰৰ, আইনশৃংখলা নিয়ন্ত্ৰণৰ বাবে পথে পথে সেনাবাহিনী, বাংলাদেশত হৈছে কি?
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশ জুৰি জাৰি কৰা হ’ল কাৰ্ফিউ৷ শুকুৰবাৰে নিশা এই কথা জনাইছে আওয়ামী লীগৰ সাধাৰণ সম্পাদক ৱায়দুল কাদেৰে৷ ইয়াৰোপৰি তেওঁ জনাইছে যে দেশজুৰি আইন শৃংখলা বজাই ৰাখিবলৈ সেনাবাহিনী নমোৱাৰো সিদ্ধান্ত লোৱা হৈছে৷ সংবাদ সংস্থা এএফপিয়ে প্ৰকাশ কৰা অনুসৰি স্থানীয় প্ৰশাসনক সহায় কৰাৰ ওপৰিও শান্তি আৰু আইনশৃংখলা বজায় ৰাখিবলৈ এতিয়া বাংলাদেশত সেনা নমোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ শেখ হাছিনা চৰকাৰৰ প্ৰেছ সচিব নাইমুল ইছলাম খানে সংবাদ সংস্থা এএফপিক কয়, ‘চৰকাৰে কাৰ্ফিউ জাৰি কৰাৰ সিদ্ধান্ত লৈছে আৰু সেনা মোতায়েনো কৰা হৈছে৷’

কোটা সংস্কাৰৰ আন্দোলন ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে বাংলাদেশত৷ হাছিনা চৰকাৰে আলোচনাত বহাৰ প্ৰস্তাৱ দিলেও সেয়া খাৰিজ কৰি দিছে আন্দোলনকাৰীয়ে৷ তেওঁলোকৰ মতে শেখ হাছিনাই পদত্যাগ কৰিব লাগে৷ আন্দোলৰ বাবেই সমগ্ৰ বাংলাদেশ জুৰি বন্ধ ৰখা হৈছে ট্ৰেইনৰ চলাচল৷ আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈকে দেশত ইণ্টাৰনেট পৰিসেৱা বন্ধ ৰখা হৈছে৷

বৃহস্পতিবাৰৰ নিশাৰ পৰা বাংলাদেশত স্তব্ধ হৈ পৰিছে মোবাইল ইণ্টাৰনেট পৰিসেৱা৷ ৰাজধানী ঢাকাসহ সেই দেশৰ বিভিন্ন চহৰত এই সমস্যা হোৱা বুলি প্ৰকাশ কৰিছে বিবিচিয়ে৷ ইণ্টাৰনেট পৰিসেৱা ব্যাহত হোৱাৰ বিষয়টো স্বীকাৰ কৰি লৈছে বাংলাদেশৰ ডাক, টেলি যোগাযোগ আৰু তথ্যপ্ৰযুক্তি প্ৰতিমন্ত্ৰী জুনায়েদ আহমেদ পলকে৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰামতে গুজৱ এৰাবলৈকে বন্ধ কৰা হৈছে এইসমূহ সেৱা৷ মিছিল, সমাবেশতো নিষেধাজ্ঞা জাৰি কৰিছে আওয়ামী লীগ চৰকাৰে৷ কিন্তু ইমানতো বন্ধ হোৱা নাই আন্দোলন৷ এখনৰ পাছত আনখন জিলাত বাঢ়িব ধৰিছে বিদ্ৰোহ৷ জুই লগাই দিয়া হৈছে নৰছিংডি জিলাৰ এক সম্পূৰ্ণ অঞ্চলো৷

বাংলাদেশৰ সংবাদমাধ্যম প্ৰথম আলোত দাবী কৰা হৈছে যে, বৃহস্পতিবাৰে নিশা পৰ্যন্ত সেই দেশত আন্দোলনৰ জোৰত সংঘাতৰ বলি ২৭ জন৷ তেওঁলোকৰ মাজত ১৯গৰাকীৰেই মৃত্যু হৈছে৷ শুকুৰবাৰে আৰু তিনিগৰাকীৰ মৃত্যু হৈছে৷ তেওঁলোকৰ মাজৰ দুগৰাকীৰ পৰিচয় ইতিমধ্যে পোৱা গৈছে৷ তৃতীয়জনৰ পৰিচয় এতিয়াও অজ্ঞাত৷ সেই সংবাদমাধ্যমৰ দাবী যে বৰ্তমান পৰ্যন্ত বাংলাদেশত মৃত্যু হৈছে ৩০গৰাকী লোকৰ৷ অন্যহাতে সেই দেশৰ বিভিন্ন হাস্পতালৰ পৰা পৰিসংখ্যা সংগ্ৰহ কৰিছে সেই সংবাদ সংস্থাই৷ বাংলাদেশত শুকুৰবাৰৰ নিশা পৰ্যন্ত চৰকাৰ আৰু পঢ়ুৱৈৰ সংঘাতৰ ফলত ১০৫ গৰাকীৰ মৃত্যু হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক
জীৱনশৈলী

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

July 11, 2026
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
Next Post
২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

শূন্যত আৰম্ভণি, জানক এতিয়া কিমান কোটিৰ মালিক ক্ৰিকেটাৰ ৰিংকু সিং

শূন্যত আৰম্ভণি, জানক এতিয়া কিমান কোটিৰ মালিক ক্ৰিকেটাৰ ৰিংকু সিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.