• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্ধ্ৰপ্ৰদেশ-বিহাৰ বিশেষ ২০২৪ৰ বাজেট …

অন্ধ্ৰপ্ৰদেশ-বিহাৰ বিশেষ ২০২৪ৰ বাজেট …

2 years ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

4 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

5 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

6 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

7 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

8 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

8 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

8 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

9 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

9 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

10 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অন্ধ্ৰপ্ৰদেশ-বিহাৰ বিশেষ ২০২৪ৰ বাজেট …

editor by editor
July 23, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অন্ধ্ৰপ্ৰদেশ-বিহাৰ বিশেষ ২০২৪ৰ বাজেট …
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্ধ্ৰপ্ৰদেশ-বিহাৰ বিশেষ ২০২৪ৰ বাজেট …

বিহাৰৰ পথ সংযোগ প্ৰকল্পৰ বাবে ২৬ হাজাৰ কোটি টকা আগবঢ়োৱাৰ কথা বাজেটত ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। ইয়াৰ ফলত পাটনা-পুৰ্ণিয়া এক্সপ্ৰেছৱে, বাক্সাৰ-ভাগলপুৰ এক্সপ্ৰেছৱেৰ উন্নয়ন হ’ব কাশী-বিশ্বনাথ কৰিডৰ, বিষ্ণুপদ মন্দিৰ আৰু মহাবোধী কৰিডৰৰ নিৰ্মাণ কৰা হব। বোধগয়া, ৰাজগীৰ, বৈশালি আৰু দৰভংগা পথ সংযোগ প্ৰকল্পও গঢ়ি তোলা হ’ব। ইয়াৰ উপৰিও বাক্সাৰ গংগা নদীত অতিৰিক্ত দুই লেনযুক্ত দলং নিৰ্মাণত সহায় কৰিব। ২১ হাজাৰ ৪০০ কোটি টকা ব্যয় সাপেক্ষে বিহাৰত আৰম্ভ হ’ব বিদ্যুৎ প্ৰকল্প। ইয়াৰ ভিতৰত পিৰপাইন্তিত ২৪০০ মেগাৱাট শক্তিৰ নতুন প্লাণ্ট স্থাপনৰ কথাও আছে। বিহাৰত নতুন বিমানবন্দৰ, চিকিৎসা মহাবিদ্যালয় আৰু ক্ৰীড়া আন্তঃগাঁথনিও নিৰ্মাণ কৰা হ’ব। মূলধনী বিনিয়োগক সহায় কৰিবলৈ অতিৰিক্ত আবণ্টন প্ৰদান কৰা হ’ব। বহুপক্ষীয় উন্নয়ন বেংকৰ পৰা বহিঃসাহায্যৰ বাবে বিহাৰ চৰকাৰৰ অনুৰোধ ক্ষিপ্ৰতাৰে প্ৰক্ৰিয়াকৰণ কৰা হ’ব।

অন্ধ্ৰ প্ৰদেশৰ বাজেট ঘোষণা কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ‘অন্ধ্ৰ প্ৰদেশ পুনৰ্গঠন আইনৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰে সমন্বিত প্ৰচেষ্টা চলাইছে। বহুপক্ষীয় উন্নয়ন সংস্থাৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশক আৰ্থিক সাহায্য প্ৰদানৰ সুবিধা প্ৰদান কৰিব। চলিত বিত্তীয় বৰ্ষত ১৫ হাজাৰ কোটি টকাৰ যোগান ধৰা হ’ব আৰু আগন্তুক বছৰত অতিৰিক্ত পুঁজিৰ ব্যৱস্থা কৰা হ’ব। পোলাভাৰম জলসিঞ্চন প্ৰকল্পৰ কাম আগতীয়াকৈ সমাপ্ত কৰাৰ বাবে সম্পূৰ্ণ দায়বদ্ধ। ইয়াৰ দ্বাৰা আমাৰ দেশক খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি উল্লেখ কৰে বাজেটত। বিশাখাপট্টনম-চেন্নাই ঔদ্যোগিক কৰিডৰৰ কোপপাৰ্থী অঞ্চলত আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব। অৰ্থনৈতিক উন্নয়নৰ বাবে মূলধনী বিনিয়োগৰ বাবে এবছৰ পৰ্যন্ত অতিৰিক্ত আবণ্টন। ‘আইনত ৰায়লাসীমা, প্ৰকাশম আৰু উত্তৰ উপকূলীয় অন্ধ্ৰ প্ৰদেশৰ পিছপৰা অঞ্চলৰ বাবে অনুদান।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: budgetBudget 2024Budget andhra pradeshBudget Bihar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ
বিনোদন

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

May 30, 2026
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
Next Post
কি কি সামগ্ৰীৰ মূল্য হ্ৰাস, কিহৰ বৃদ্ধি, সোণ-ৰূপ-মোবাইলৰ দাম হ্ৰাস

কি কি সামগ্ৰীৰ মূল্য হ্ৰাস, কিহৰ বৃদ্ধি, সোণ-ৰূপ-মোবাইলৰ দাম হ্ৰাস

২০২৪ৰ বাজেটত কি কি পালে অসমে, কি সদৰি কৰিলে বিত্তমন্ত্ৰীয়ে ?

২০২৪ৰ বাজেটত কি কি পালে অসমে, কি সদৰি কৰিলে বিত্তমন্ত্ৰীয়ে ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.