• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মধ্যবিত্তলৈ আছে ভালখবৰ, কিমান টকালৈকে এইবাৰ দিব নালাগে আয়কৰ? জানক তথ্য

মধ্যবিত্তলৈ আছে ভালখবৰ, কিমান টকালৈকে এইবাৰ দিব নালাগে আয়কৰ? জানক তথ্য

2 years ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

44 minutes ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

1 hour ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

2 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

2 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

3 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

3 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

4 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

5 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

6 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

6 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মধ্যবিত্তলৈ আছে ভালখবৰ, কিমান টকালৈকে এইবাৰ দিব নালাগে আয়কৰ? জানক তথ্য

মধ্যবিত্তলৈ আছে ভালখবৰ, কিমান টকালৈকে এইবাৰ দিব নালাগে আয়কৰ? জানক তথ্য

editor by editor
July 24, 2024
in বিবিধ, ভাৰত
0
মধ্যবিত্তলৈ আছে ভালখবৰ, কিমান টকালৈকে এইবাৰ দিব নালাগে আয়কৰ? জানক তথ্য
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আয়কৰত এইবাৰ বৃহৎ স্বাস্তি পাইছে মধ্যবিত্তই৷ বাজেটৰ পাছতেই প্ৰথমটো সাক্ষাৎকাৰত এই কথা স্পষ্ট কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ কেৱল সেয়াই নহয় নতুন কৰব্যৱস্থাক আৰু সৰল কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছে তেওঁ৷ ইয়াৰোপৰি সকলোকে নতুন কৰ কাঠামোৰ আওতাত অহাৰ কথাও জনাইছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷

মঙলবাৰে ২৩ জুলাইত সপ্তমবাৰৰ বাবে সংসদত বাজেট পেছ কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলাই৷ তাৰপাছতেই সংবাদমাধমৰ ওচৰত আয়কৰ লৈ মুখ খুলিছে তেওঁ৷ নিৰ্মলাই এই সন্দৰ্ভত কয়, ‘আমি কৰ কাঠামোক আৰু সৰল কৰাৰ দিছে আগুৱাই আহিছো৷ সকলোকে কওঁ নতুন কৰ কাঠামোৰ আঁওতাত আহক৷’

উল্লেখ্য যে মঙলবাৰে বাজেট বক্তৃতাৰ একেবাৰে শেষত আয়কৰৰ নতুন কৰ কাঠামোৰ ষ্টেণ্ডাৰ্ড ডিডাকছনৰ পৰিমাণ বৃদ্ধিৰ কথা কয় বিত্তমন্ত্ৰী নিৰ্মলাই৷ ইয়াৰোপৰি নতুন আয়কৰৰ কাঠামোৰ ৬টা শ্লেৱৰ কোনটোত কিমান টকা কৰ ধাৰ্য কৰা হৈছে সেই কথাও তেওঁ ঘোষণা কৰিছে৷ নিৰ্মলাই কয়, ‘মধ্যবিত্তসকল যাতে আয়কৰৰ আওতাত খুব বেছিকৈ নপৰে তাৰ ওপৰত আমি নতুন বাজেটত নজৰ দিছো৷ তেওঁলোকৰ হাতত যাতে বেছি টকা থাকে সেই বিষয়টোক নজৰ দিছো৷ বাজেটত ঘোষণা কৰা অনুসৰি বছৰি ৩লাখ টকা পৰ্যন্তলৈকে কোনো আয়তেই কৰ দিব নালাগে৷ নতুন আয়কৰৰ খুটি নাটি জানি থওক এতিয়াই৷

বছৰি আয় আৰু কৰৰ পৰিমাণ

০-৩লাখ টকালৈকে কৰৰ পৰিমাণ ০

৩-৭ লাখ টকালৈকে কৰৰ পৰিমাণ ৫শতাংশ

৭ৰ পৰা ১০লাখ টকালৈকে কৰৰ পৰিমাণ ১০শতাংশ

১০-১২লাখ টকালৈকে কৰৰ পৰিমাণ ১৫ শতাংশ

১২ৰ পৰা ১৫ লাখ টকালৈকে কৰৰ পৰিমাণ ২০শতাংশ

১৫ লাখ টকাতকৈ বেছি কৰৰ পৰিমাণ ৩০শতাংশ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী বাজেট পেছৰ পাছতেই কয়, নতুন কৰ ব্যৱস্থাত ১৭হাজাৰ টকা পৰ্যন্ত বচাব পাৰিব কৰদাতাসকলে৷ পুৰণি কৰ কাঠামোৰ কোনো পৰিবৰ্তন তেওঁ কৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?
জীৱনশৈলী

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

April 13, 2026
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

April 13, 2026
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
Next Post
প্ৰতিবছৰে দুৰ্ঘটনাই যেন ৰীতি, ১০০০ ৰ ওপৰত শেষ হ’ল জীৱন, নেপালৰ বিমান দুৰ্ঘটনাৰ আঁৰত এইকেইটা কাৰণ

প্ৰতিবছৰে দুৰ্ঘটনাই যেন ৰীতি, ১০০০ ৰ ওপৰত শেষ হ’ল জীৱন, নেপালৰ বিমান দুৰ্ঘটনাৰ আঁৰত এইকেইটা কাৰণ

পানীত ভয়, পানীতেই জয়… অলিম্পিক পদকৰ সপোনেৰে পেৰিছলৈ উৰা মাৰিলে দেশৰ কনিষ্ঠ সাঁতোৰবিদ ধিনিদি দেশিংহু

পানীত ভয়, পানীতেই জয়... অলিম্পিক পদকৰ সপোনেৰে পেৰিছলৈ উৰা মাৰিলে দেশৰ কনিষ্ঠ সাঁতোৰবিদ ধিনিদি দেশিংহু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.