• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পানীত ভয়, পানীতেই জয়… অলিম্পিক পদকৰ সপোনেৰে পেৰিছলৈ উৰা মাৰিলে দেশৰ কনিষ্ঠ সাঁতোৰবিদ ধিনিদি দেশিংহু

পানীত ভয়, পানীতেই জয়… অলিম্পিক পদকৰ সপোনেৰে পেৰিছলৈ উৰা মাৰিলে দেশৰ কনিষ্ঠ সাঁতোৰবিদ ধিনিদি দেশিংহু

2 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

9 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

9 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

10 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

10 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

11 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

11 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

12 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

13 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

14 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

15 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

15 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পানীত ভয়, পানীতেই জয়… অলিম্পিক পদকৰ সপোনেৰে পেৰিছলৈ উৰা মাৰিলে দেশৰ কনিষ্ঠ সাঁতোৰবিদ ধিনিদি দেশিংহু

পানীত ভয়, পানীতেই জয়... অলিম্পিক পদকৰ সপোনেৰে পেৰিছলৈ উৰা মাৰিলে দেশৰ কনিষ্ঠ সাঁতোৰবিদ ধিনিদি দেশিংহু

editor by editor
July 24, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
পানীত ভয়, পানীতেই জয়… অলিম্পিক পদকৰ সপোনেৰে পেৰিছলৈ উৰা মাৰিলে দেশৰ কনিষ্ঠ সাঁতোৰবিদ ধিনিদি দেশিংহু
0
SHARES
878
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়স মাত্ৰ ১৪ বছৰ৷ ভাৰতীয় এথলিটসকলৰ ভিতৰত পেৰিছ অলিম্পিকলৈ যাত্ৰা কৰা সকলোতকৈ কনিষ্ঠ এথলিট৷ জাতীয় স্তৰত একাধিক পদক তেওঁ লাভ কৰিছে৷ নজৰত এইবাৰ অলিম্পিকৰ পদক৷ দেশক প্ৰতিনিধিত্ব কৰি সাঁতোৰত নামিছে কনিষ্ঠ এথলিট ধিনিদি দেশিংহু৷ অথচ এদিন পানীয়েই ফবিয়া আছিল ধিনিদিৰ৷

আৰম্ভণিৰ সময়চোৱাত প্ৰতিযোগীতাত ভাগ ল’লেও তেওঁৰ শাৰীৰিক অৱস্থা বেয়া হৈ পৰিছিল৷ কিন্তু সকলোবোৰেই মানসিক কথা৷ কেতিয়াবা টুৰ্নামেণ্টৰ আগৰ দিনাই জ্বৰ কাঁহত কাবু হৈ পৰিছিল যদি কেতিয়াবা আকৌ টুৰ্নামেণ্টৰ দিনাই বমি কৰিবলৈ ধৰিছিল৷ পানীয়েই ধিনিদিৰ সকলোতকৈ ডাঙৰ শত্ৰু৷ সেই পানীয়েই এতিয়া ধিনিদিক লৈ গৈছে সৰ্ববৃহৎ পুৰস্কাৰ দেশৰ বাবে আজুঁৰি অনাৰ দৌৰলৈ৷ সাঁতোৰৰ আৰম্ভণিও আছিল ধিনিদিৰ কাকতালীয়৷ এতিয়া সেয়াই ধিনিদিৰ উত্তৰণৰ পথ৷ কেনেকৈ আৰম্ভ হ’ল ধিনিদিৰ এই যাত্ৰা?

তেতিয়া ধিনিদিৰ বয়স মাত্ৰ তিনি বছৰ৷ সাধাৰণতে সেই বয়সত শিশুৱে কথা ক’বলৈ শিকে৷ ধিনিদিৰ তেতিয়াও স্পষ্টকৈ মাত ফুঁটা নাছিল৷ বেছিভাগ সময় ধিনিদিয়ে মনে মনেই থাকিছিল৷ স্পষ্টকৈ কথা কোৱা বহু দেৰীকৈ আৰম্ভ হয় ধিনিদিৰ৷ ক’লেও খুব হিচাপত কথা কয়৷ তেতিয়া ধিনিদিৰ মাতৃয়ে ভাৱিছিল নিৰৱে থকা ছোৱালীজনীক খেলৰ দিশটোতেই অলপ আগুৱাই নিয়া যাওক৷ নতুন নতুন বন্ধু বাঢ়িব তেতিয়া তাই কথা পাতিবলৈ ধৰিব৷ কিন্তু কি খেলৰ সৈতে তাইক যুক্ত কৰাব সেই বিষয়টোক লৈ মাতৃ বিবুদ্ধিত পৰে৷ অৱশেষত সিদ্ধান্ত লয় যে ঘৰৰ কাষতেই ছুইমিং পুল আছে তাতেই প্ৰথমে কথা পাতি চোৱা যাওক৷ ভৱামতেই ধিনিদিক ছুইমিঙত এডমিছন দিয়ে মাতৃয়ে৷

ইণ্ডিয়ান এক্সপ্ৰেছত দিয়া সাক্ষাৎকাৰত ধিনিদিয়ে কয়, ‘পানী মোৰ চূড়ান্ত অপছন্দৰ আছিল৷ নামিবলৈ মই পছন্দ কৰা নাছিলো৷ মোৰ খুব কষ্ট হৈছিল৷ তেতিয়া মোৰ বয়স প্ৰায় ৬বছৰমান হৈছিল৷ সাঁতোৰ শিকাৰ পূৰ্বে মোক কেৱল পুলৰ পাৰলৈ লৈ যোৱা হৈছিল৷ যাতে বাৰে বাৰে সেই স্থানত গৈ মই অলপ স্বাভাৱিক হওঁ৷ তাৰপৰাই মোৰ যাত্ৰাৰ আৰম্ভণি৷’

সেই অকণমানি ধিনিদি এতিয়াও অকণমানিয়েই৷ মাত্ৰ ১৪বছৰীয়া হৈছে ধিনিদি৷ ১৪ বছৰতেই দেশৰ পৰা অলিম্পিকলৈ বুলি উৰা মাৰিছে ধিনিদি৷ পেৰিছ অলিম্পিকত এটা মেডেল লক্ষ্য ধিনিদিৰ৷ তেওঁৰ সংগী অভিজ্ঞ শ্ৰীহৰি নটৰাজ গৈছে ধিনিদিৰ সৈতে৷ ২০০ মিটাৰ ফ্ৰিষ্টাইলত নামিব ধিনিদি৷ পানীৰ সৈতে বন্ধুত্ব হ’লেও টুৰ্নামেণ্টৰত নমাৰ পূৰ্বে বাঢি যোৱা চাপ সহ্য কৰিব নোৱাৰা ধিনিদিয়েই পেৰিছত বিদেশৰ খেলুৱৈৰ সৈতে সমানে প্ৰতিদ্বন্দিত আগবঢ়াবলৈ সাঁজু হৈছে৷

২০২২ চনৰ হানঝাউ এছিয়ান গেমছত অংশ লৈছিল ধিনিদিয়ে৷ পেৰিছ অলিম্পিকক টাৰ্গেট কৰিয়েই অনুশীলন অব্যাহত ৰাখিছিল ধিনিদিয়ে৷ পদক আহক বা নাহক এইবাৰ ধিনিদিয়ে এই যাত্ৰা কৰাৰ আঁৰত আছে অভিজ্ঞতা অৰ্জন কৰাৰ লক্ষ্যও৷ ২০২৮ত লছ এঞ্জেলছত হ’বলগীয়া অলিম্পিকৰ বাবে অভিজ্ঞতা আহৰণ কৰিব ধিনিদিয়ে৷ তথাপিও সকলোবোৰৰ মাজত ধিনিদিৰ প্ৰধান লক্ষ্য কিন্তু পেৰিছ অলিম্পিকৰ পৰা এটা পদক দেশলৈ অনাৰহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
সমুদ্ৰৰ অটলতলিত ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ হতবাক বিজ্ঞানী, সলনি হ’ব বিজ্ঞানৰ সংজ্ঞা?

সমুদ্ৰৰ অটলতলিত ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ হতবাক বিজ্ঞানী, সলনি হ’ব বিজ্ঞানৰ সংজ্ঞা?

ব্লগিঙৰ নামত অতিভোজন… ১০ ঘণ্টা ধৰি লাইভত খাদ্য খাই লাইভতেই শেষ হ’ল ফুড ব্লগাৰৰ জীৱন! ক’ত এই ঘটনা?

ব্লগিঙৰ নামত অতিভোজন... ১০ ঘণ্টা ধৰি লাইভত খাদ্য খাই লাইভতেই শেষ হ’ল ফুড ব্লগাৰৰ জীৱন! ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.