• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্লগিঙৰ নামত অতিভোজন… ১০ ঘণ্টা ধৰি লাইভত খাদ্য খাই লাইভতেই শেষ হ’ল ফুড ব্লগাৰৰ জীৱন! ক’ত এই ঘটনা?

ব্লগিঙৰ নামত অতিভোজন… ১০ ঘণ্টা ধৰি লাইভত খাদ্য খাই লাইভতেই শেষ হ’ল ফুড ব্লগাৰৰ জীৱন! ক’ত এই ঘটনা?

2 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

7 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

8 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

8 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

8 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

10 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

10 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

11 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

12 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

13 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

13 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

14 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্লগিঙৰ নামত অতিভোজন… ১০ ঘণ্টা ধৰি লাইভত খাদ্য খাই লাইভতেই শেষ হ’ল ফুড ব্লগাৰৰ জীৱন! ক’ত এই ঘটনা?

ব্লগিঙৰ নামত অতিভোজন... ১০ ঘণ্টা ধৰি লাইভত খাদ্য খাই লাইভতেই শেষ হ’ল ফুড ব্লগাৰৰ জীৱন! ক’ত এই ঘটনা?

editor by editor
July 24, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
ব্লগিঙৰ নামত অতিভোজন… ১০ ঘণ্টা ধৰি লাইভত খাদ্য খাই লাইভতেই শেষ হ’ল ফুড ব্লগাৰৰ জীৱন! ক’ত এই ঘটনা?
0
SHARES
12.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিক্ষা আৰু মেধা অনুসৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মসংস্থাপন বাচি লয়৷ যি ক্ষেত্ৰত উৎসাহ আছে সেই কাম কৰিলে মানুহ আগুৱাই যোৱাৰ বাটো মসৃণ হৈ পৰে৷ বৰ্তমান গতানুগতিক কামৰ বাহিৰেও ব্লগিঙৰ নিচা বহুতৰেই বাঢ়িছে৷ সামাজিক মাধ্যমৰ পৰা ধন উপাৰ্জনৰ এক পথ হৈছে ব্লগিং৷ কোনোৱে যদি ভ্ৰমণ কৰে কোনোৱে আকৌ খাদ্য খাই ধন উপাৰ্জন কৰে৷

ব্লগিঙৰ বাবেই এইবাৰ মৃত্যুক আঁকোৱালি ল’লে এগৰাকী ২৪বছৰীয়া যুৱতীয়ে৷ ফুড ব্লগিং বহুতেই কৰে কিন্তু এইবাৰ ফুড ব্লগিং কৰিবলৈ গৈয়ে মৃত্যুক সাবটি ল’লে এইগৰাকী ফুড ব্লগাৰে৷ খাই খাইয়েই মৃত্যুক সাবটিলে যুৱতীগৰাকীয়ে৷ আচৰিত ধৰণেৰে লাইভত ঘণ্টা ঘণ্টা ধৰি খাদ্য খাই খাই অনকেমেৰা মৃত্যুক সাবটে যুৱতীগৰাকীয়ে৷ পেন জায়োতিং নামৰ সেই যুৱতীগৰাকীৰ মৃত্যুক লৈ এতিয়া বিশ্বজুৰি চলিছে চৰ্চা৷ লাখ লাখ দৰ্শকে তেওঁৰ শেষৰ ভিডিঅ’টো দেখি দুখপ্ৰকাশো কৰিছে৷

চীনৰ যুৱতী পেনে খাদ্য গ্ৰহণ কৰি কৰি লাইভ ষ্ট্ৰিমিং কৰিছিল৷ কেমেৰাৰ সন্মুখত প্ৰচুৰ খাদ্য খাই ব্লগিং কৰি ধন উপাৰ্জন কৰি আহিছিল পেনে৷ সেইদিনাও তেনেকৈয়ে ব্লগিং কৰি আছিল পেনে৷ হঠাৎ অন কেমেৰা তেওঁ অচেতন হৈ পৰে৷ তাৰপিছতেই পেনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তিও কৰোৱা হয়৷ চিকিৎসকে যুৱতীগৰাকীক মৃত ঘোষণা কৰে৷ অতিভোজনৰ বাবেই মৃত্যু হোৱা বুলিও জনাই চিকিৎসকে৷

ব্লগিং কৰাৰ পূৰ্বে এগৰাকী পৰিচাৰিকা হিচাপে কাম কৰিছিল যুৱতীগৰাকীয়ে৷ ব্লগিং আৰম্ভ কৰাৰ পাছত যেতিয়া তেওঁৰ জনপ্ৰিয়তা বাঢ়ে তেতিয়াই তেওঁ পৰিচাৰিকাৰ কাম এৰি ব্লগিঙকেই পেছা হিচাপে লয়৷ অৱশেষত ধন ঘটাৰ বাবে অতি ভোজনৰ ভিডিঅ’ কৰিবলৈ গৈ প্ৰাণ হেৰুৱাই পেন নামৰ ব্লগাৰগৰাকীয়ে৷

জনপ্ৰিয়তা বাঢ়ি যোৱাৰ পাছতেই খোৱাৰ চেলেঞ্জত নামিছিল পেন৷ পূৰ্বেই অতি ভোজন কৰি কেইবাবাৰো হাস্পতালত ভৰ্তিও হৈছিল৷ মৃত্যুৰ সময়ত তেওঁৰ ওজন আছিল ৩০০ কিঃগ্ৰাঃ৷ ইয়াৰ পূৰ্বে পেটৰ ভিতৰত খাদ্য বেছিকৈ খাই ৰক্তক্ষৰণ হৈ হাস্পতালত ভৰ্তিও হৈছিল পেন৷ কিন্তু পেনে বিপজ্জনক এই চেলেঞ্জ ল’বলৈ এৰি দিয়া নাছিল৷ এবাৰত প্ৰায় ১০ কিঃগ্ৰাঃলৈকে খাদ্য খাইছিল পেনে৷ দিনত কেতিয়াবা ১০ ঘণ্টা ধৰি লাইভ ষ্ট্ৰিমিং কৰি খাদ্য খাইছিল৷ এনেকৈয়ে ভিডিঅ’ কৰি অৱশেষত মৃত্যু হয় পেনৰ৷ যদিও সকলো তথ্য স্পষ্টকৈ প্ৰকাশ হোৱা নাই তথাপিও একাংশ চীনৰ ৱেবচাইটে এই তথ্য ফাঁচ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!
জীৱনশৈলী

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

May 21, 2026
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?
জীৱনশৈলী

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

May 21, 2026
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

May 21, 2026
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
Next Post
লক্ষ্মীবাৰে গুৰু মঙ্গল যোগ, মা লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

লক্ষ্মীবাৰে গুৰু মঙ্গল যোগ, মা লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

অলিম্পিকত দিয়া সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান?

অলিম্পিকত দিয়া সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.