• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকত দিয়া সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান?

অলিম্পিকত দিয়া সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান?

2 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

7 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

7 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

7 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

8 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

8 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

9 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

9 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

11 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

12 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

12 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

13 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অলিম্পিকত দিয়া সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান?

অলিম্পিকত দিয়া সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান?

editor by editor
July 24, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
অলিম্পিকত দিয়া সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান?
0
SHARES
17.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতত আৰু বেছি সময় নাই৷ আগন্তুক ২৬ জুলাই ২০২৪লৈকে পেৰিছ অলিম্পিক্সৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ এই টুৰ্নামেণ্টত পদক জয়ৰ বাবে সমগ্ৰ বিশ্বৰ এথলিটসকলে এতিয়া শেষ মুহূৰ্তৰ প্ৰস্তুতি চলাইছে৷ প্ৰত্যেক খেলুৱৈয়ে অলিম্পিকত এটা সোনৰ পদক জয়ৰ সপোন দেখে৷ এই পদকৰ সৈতে জড়িত হৈ থাকে একোজন খেলুৱৈৰ অদেখা আৱেগ৷ কিন্তু জানেনে এই যে অলিম্পিক্সৰ টুৰ্নামেণ্টত এথলিটসকলৰ ডিঙিত সোনৰ পদক পিন্ধাই দিয়া হয় সেই পদকেই লাভ কৰে নে লগত থাকে অইন কিবা পুৰস্কাৰো? যি সোণৰ পদক ডিঙিত পিন্ধাই দিয়া হয় সেই সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান? এটা পদকত মুঠ কিমান গ্ৰাম সোণ থাকে?

এইবাৰ অলিম্পিকত ভাগ ল’বলৈ ভাৰতৰ পৰা মুঠ ১১৭গৰাকী প্ৰতিযোগীয়ে  ভাগ ল’বলৈ পেৰিছলৈ যাত্ৰা কৰিছে৷ ২০২০ ত আয়োজিত টকিঅ’ অলিম্পিকত ভাৰতে আঁজুৰি আনিছিল সৰ্বাধিক ৭টা পদক৷ ইয়াৰ মাজতে ভাৰতৰ হৈ এটা সোনৰ পদক লাভ কৰিছিল জেভলিন থ্ৰোয়াৰ নীৰজ চোপ্ৰাই৷ কিন্তু এইবাৰ অলিম্পিক টুৰ্নামেণ্টত টিম ইণ্ডিয়াৰ পুৰস্কাৰ জয়ী খেলুৱৈৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশা কৰিছে ক্ৰীড়াপ্ৰেমী বহুজনেই৷

ইয়াৰমাজতেই সোণৰ পদকক লৈ চলিছে চৰ্চা৷ অলিম্পিকত দিয়া একোটা সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান হ’ব? এইখিনিতে জানি থোৱা ভাল যে ২০২২ চনত আন্তৰ্জাতিক অলিম্পিক কমিটিৰ পৰা এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল৷ তাত লিখ অনুসৰি এটা সোণৰ পদকত থকা সোণৰ পৰিমাণ হৈছে প্ৰায় ৬গ্ৰাম৷ বাকী ৯২.৫ শতাংশ ৰূপ থাকে এই পদকত৷ এই পদকৰ ওজন প্ৰায় ৫৫৬গ্ৰাম৷ আৰু এটা সোণৰ পদক তৈয়াৰ কৰিবলৈ ৮০০ ডলাৰ খৰচ হয়৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত সেই টকাৰ অংক হৈছে ৬৬ হাজাৰ ৯৬৭ টকা৷

ইয়াৰ পূৰ্বে ছবিখন পৃথক আছিল৷ ১৯১২ চনলৈকে অলিম্পিকত দিয়া সোণৰ পদকত কেৱল সোণেই ব্যৱহাৰ কৰা হৈছিল৷ ১৯০৪ চনত আয়োজিত ছেণ্ট লুইছ অলিম্পিকত বিজয়ীসকলৰ হাতত একোটা সোণৰ ট্ৰফীও দিয়া হৈছিল৷ কিন্তু আন্তৰ্জাতিক মূল্যবৃদ্ধিৰ কাৰণে বৰ্তমান বাধ্য হৈ অলিম্পিকত সোণৰ পদকৰ পৰা সোণৰ পৰিমাণ কমাই দিয়া হৈছে৷ ৰূপৰ পদকত অৱশ্যে ৰূপেই ব্যৱহাৰ কৰা হয়৷ ৰূপৰ পদকৰ ওজন প্ৰায় ৫৫০ গ্ৰাম থাকে৷ এই পদক তৈয়াৰৰ বাবে খৰচ হয় ৩৭ হাজাৰ ৬৬৯ টকা৷ অন্যহাতে ব্ৰঞ্জৰ পদক ৯৫ শতাংশ তাম আৰু ৫শতাংশ দস্তাৰে তৈয়াৰ কৰা হয়৷ ইয়াৰ দাম ভাৰতীয় মুদ্ৰাত  ৪১৮টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
বিয়াৰ খৰচ ৫০০০ কোটি, তিনি মাহত JIOৰ পৰা আম্বানীয়ে আয় কৰিলে ৫ হাজাৰ কোটিতকৈয়ো অধিক ধন, হিচাপ শুনিলে আপুনিও চমকি যাব

বিয়াৰ খৰচ ৫০০০ কোটি, তিনি মাহত JIOৰ পৰা আম্বানীয়ে আয় কৰিলে ৫ হাজাৰ কোটিতকৈয়ো অধিক ধন, হিচাপ শুনিলে আপুনিও চমকি যাব

লক্ষ্মীবাৰে গুৰু মঙ্গল যোগ, মা লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

লক্ষ্মীবাৰে গুৰু মঙ্গল যোগ, মা লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.